উৰ্মিলা মহন্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
36 নং শাৰী: 36 নং শাৰী:
| ২০১২ || ''Vazhakku Enn 18/9'' || Jyothi || তামিল ||Nominated—1st South Indian International Movie Awards|SIIMA Award for Best Actress in a Supporting Role<br />Nominated—1st South Indian International Movie Awards|SIIMA Award for Best Female Debutant
| ২০১২ || ''Vazhakku Enn 18/9'' || Jyothi || তামিল ||Nominated—1st South Indian International Movie Awards|SIIMA Award for Best Actress in a Supporting Role<br />Nominated—1st South Indian International Movie Awards|SIIMA Award for Best Female Debutant
|-
|-
| ২০১২ || ''Ballad of Rustom'' || || হিন্দী <ref name="bal_rus">{{cite news | url=http://www.thehindu.com/news/cities/Hyderabad/ballad-of-rustom-for-oscars/article5542283.ece | work=[[The Hindu] | date=6 January 2014 | accessdate=29 January 2014 | location=[[Hyderabad]]}}</ref> ||
| ২০১২ || ''Ballad of Rustom'' || || হিন্দী <ref name="bal_rus">url=http://www.thehindu.com/news/cities/Hyderabad/ballad-of-rustom-for-oscars/article5542283.ece | work=[[The Hindu] | date=6 January 2014 | accessdate=29 January 2014 | location=[[Hyderabad]]</ref> ||
|-
|-
| ২০১৪ || ''Chirodini Tumi Je Amar 2'' || Jyoti || বঙালী ||
| ২০১৪ || ''Chirodini Tumi Je Amar 2'' || Jyoti || বঙালী ||

16:05, 29 January 2014ৰ সংস্কৰণ

উৰ্মিলা মহন্ত
জন্ম সোণাপুৰ, অসম
পেচা মডেল, অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১২-বৰ্তমানলৈকে


উৰ্মিলা মহন্ত (ইংৰাজী: Urmila Mahanta)এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ পুনেত অৱস্থিত 'Film and Television Institute of India' শিক্ষা গ্ৰহণ কৰা উৰ্মিলাই বৰ্তমানলৈকে ভালেসংখ্যক নাটক, চুটি চিনেমা আৰু দুৰদৰ্শনৰ চিৰিজ আদিত অভিনয় কৰিছে৷ ২০১২ চনত প্ৰথমবাৰৰ বাবে তামিল অপৰাধ থ্ৰিলাৰ ছবি Vazhakku Enn 18/9 ত অভিনয় কৰি উৰ্মিলাই সমালোচকৰ উচ্চ প্ৰশংসা পাবলৈ সক্ষম হয়৷

প্ৰাৰম্ভিক জীৱন

উৰ্মিলা মহন্তৰ জন্ম হৈছিল অসমৰ সোণাপুৰত৷ তেওঁৰ পিতৃ গিৰিধৰ মহন্ত আৰু মাতৃ ৰমলা মহন্ত৷ তেওঁৰ তিনিগৰাকী সহোদৰ হ'ল-জুতিকা মহন্ত, মুনমী মহন্ত আৰু মুনীন্দ্ৰ মহন্ত৷ [1] উৰ্মিলাই সোণাপুৰতে স্কুলীয়া শিক্ষা সাং কৰে আৰু ক্ষেত্ৰীৰ ডিম'ৰিয়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ [1] ইয়াৰ পিছত তেওঁ পুনেৰ Film and Television Institute of India ত উচ্চ শিক্ষাৰ বাবে যোগদান কৰে৷ [2]

কৰ্মজীৱন

উৰ্মিলা মহন্তই শৈশৱৰে পৰা বিভিন্ন নাটক আদিত অভিনয় কৰি প্ৰশংসা তথা বঁটা আদি লাভ কৰিছিল৷ [1] পৰৱৰ্ত্তীকালত তেওঁ দুৰদৰ্শন (NE) যোগে প্ৰচাৰিত বিভিন্ন ধাৰাবাহিক যেনে 'Murder', 'Tejimola' আদিত অভিনয় কৰিছিল৷ [3] ইয়াৰ লগতে উৰ্মিলাই বিভন্ন চুটি কথাছবিত অভিনয় কৰি সমালোচকৰ প্ৰশংসা লাভ কৰিছে৷ তেওঁ অভিনয় কৰা 'Aaliya' নামৰ চুটি কথাছবিখনে ২০১২ চনৰ মুম্বাইত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমালোচকৰ বিশেষ বঁটা (Special Critic Award) লাভ কৰে৷ [3] তেওঁ অসমীয়া গায়িকা তৰালি শৰ্মাৰ 'হেঙুলীয়া' নামৰ গীতৰ এলবামটো অভিনয় কৰিছে৷

গোৱাত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উৰ্মিলা মহন্ত তামিল চলচ্চিত্ৰ পৰিচালক বালাজী শক্তিভেল (Balaji Sakthivel) ৰ চকুত পৰে৷ ইয়াৰ পিছত প্ৰায় দুবছৰজুৰি চলা নিৰ্বাচন প্ৰক্ৰিয়াত কেইবাটাও অডিশ্যনৰ শেষত তেওঁ ভালেসংখ্যক প্ৰাৰ্থীৰ মাজৰ পৰা উৰ্মিলা মহন্তক তেওঁ পৰিচালনা কৰা থ্ৰিলাৰ বোলছবি ''Vazhakku Enn 18/9''[2][4] ৰ বাবে নিৰ্বাচন কৰে৷ উৰ্মিলাই এই বোলছবিত শ্লামসমূহত বাস কৰা 'জ্যোতি (Jyothi)' নামৰ ঘৰৰ বন কৰাৰ মহিলা এগৰাকীৰ চৰিত্ৰটোত কৰা বলিষ্ঠ অভিনয়ৰ বাবে উচ্চ প্ৰশংসা লাভ কৰে৷[5] এই বোলছবিখনে চিনেমাৰ জগতত বহুলভাৱে প্ৰশংসা লাভ কৰে৷[6] [7] সমালোচকৰ দৃষ্টিত এই বোলছবিখন প্ৰশংসনীয়[8] , নিশ্চিতভাৱে চাবলগীয়া (must-watch)[9] আৰু বছৰটোৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ[5] হিচাপে স্বীকৃতি লাভ কৰে৷ ইয়াৰ পিছত তেওঁ পৰিচালক অজিতা সুচিত্ৰা ৱীৰা (Ajita Suchitra Veera)ৰ Ballad of Rustom (Rustom Ki Dastaan) নামৰ চলচ্চিত্ৰখনত সহ:অভিনয় কৰে৷ এই বোলছবিখনে ইতিমধ্যে ১২তম Osian's Cinefan Festival of Asian and Arab Cinema ত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে৷ [1] শেহতীয়াকৈ এই চলচ্চিত্ৰখনে অস্কাৰ বঁটাৰ বাবে মনোনীত (short-listed) হোৱা চলচ্চিত্ৰসমূহৰ তালিকাত স্থান পাইছে৷[10]

বৰ্তমান উৰ্মিলা মহন্তই পৰিচালক দিলীপ কে মুখাৰিয়া (Dilip K. Mukharia) ৰ সৈতে মূখ্য ভূমিকাত অভিনিত বলিউডৰ প্ৰথমখন বোলছবিৰ বাবে কাম কৰি আছে৷ [1]

অৱদান

বোলছবি
Year Film Role Language Notes
২০১২ Vazhakku Enn 18/9 Jyothi তামিল SIIMA Award for Best Actress in a Supporting Role
Nominated—1st South Indian International Movie Awards|SIIMA Award for Best Female Debutant
২০১২ Ballad of Rustom হিন্দী [11]
২০১৪ Chirodini Tumi Je Amar 2 Jyoti বঙালী
২০১৪ Gram Pareshanpur[12] হিন্দী
চমূ চলচ্চিত্ৰ
  • Aaliya
  • Their Story
  • Seng Kurthy
দুৰদৰ্শনৰ ধাৰাবাহিক
  • Murder
  • Tejimola
  • Crime Patrol

তথ্যসুত্ৰ

  1. 1.0 1.1 1.2 1.3 1.4 "The Sentinel". Sentinelassam.com. http://www.sentinelassam.com/sunday/melange_cover_story.php?sec=7&subsec=0&ppr=2&dtP=2012-05-14। আহৰণ কৰা হৈছে: 2012-12-31. 
  2. 2.0 2.1 "Vazhakku was the best decision I ever made: Urmila Mahanta - Entertainment - DNA". Dnaindia.com. 2012-05-21. http://www.dnaindia.com/entertainment/report_vazhakku-was-the-best-decision-i-ever-made-urmila-mahanta_1691595। আহৰণ কৰা হৈছে: 2012-12-31. 
  3. 3.0 3.1 "The Sentinel". Sentinelassam.com. http://www.sentinelassam.com/sunday/melange_cover_story.php?sec=7&subsec=0&id=1162&dtP=2012-05-14&ppr=2#1162। আহৰণ কৰা হৈছে: 2012-12-31. 
  4. [1][সংযোগবিহীন উৎস]
  5. 5.0 5.1 "Vazhakku Enn 18/9 movie review: Wallpaper, Story, Trailer at Times of India". Timesofindia.indiatimes.com. http://timesofindia.indiatimes.com/entertainment/regional/tamil/movie-reviews/Vazhakku-Enn-18/9/movie-review/12995387.cms। আহৰণ কৰা হৈছে: 2012-12-31. 
  6. "Vazhakku Enn 18 / 9 Tamil Movie Review - cinema preview stills gallery trailer video clips showtimes". IndiaGlitz. 2012-05-03. http://www.indiaglitz.com/channels/tamil/review/12103.html। আহৰণ কৰা হৈছে: 2012-12-31. 
  7. "Premalo Padithe Movie Review @ 3/5". Aplive.Net. 2012-05-04. http://aplive.net/?p=30733। আহৰণ কৰা হৈছে: 2012-12-31. 
  8. "Movie Review:Vazhakku Enn 18/9". Sify.com. http://www.sify.com/movies/vazhakku-enn-18-9-review-tamil-14997788.html। আহৰণ কৰা হৈছে: 2012-12-31. 
  9. "Review: Vazhakku En 18/9 is a must-watch - Rediff.com Movies". Rediff.com. 2012-05-04. http://www.rediff.com/movies/review/south-review-vazhakhu-is-a-must-watch/20120504.htm। আহৰণ কৰা হৈছে: 2012-12-31. 
  10. http://www.thehindu.com/news/cities/Hyderabad/ballad-of-rustom-for-oscars/article5542283.ece
  11. url=http://www.thehindu.com/news/cities/Hyderabad/ballad-of-rustom-for-oscars/article5542283.ece | work=[[The Hindu] | date=6 January 2014 | accessdate=29 January 2014 | location=Hyderabad
  12. Ashish Roy & Barkha Mathur (26 December 2013). "Now, rustic charm of the region draws Hindi filmmakers too". The Times of India. TNN (Nagpur). http://articles.timesofindia.indiatimes.com/2013-12-26/nagpur/45592146_1_film-crew-raj-zutshi-ramtek। আহৰণ কৰা হৈছে: 10 January 2014. 

বাহ্যিক সংযোগ