ৱেব ব্ৰাউজাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
শ্ৰেণী:ইণ্টাৰনেট যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
14 নং শাৰী: 14 নং শাৰী:
==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}

[[শ্ৰেণী:ইণ্টাৰনেট]]

07:19, 28 March 2014ৰ সংস্কৰণ

ব্ৰাউজাৰ হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা উপলব্ধ তথ্য সমুহ আহৰন কৰি কম্পিউটাৰত প্ৰদর্শন কৰা ছফ্টৱেৰ । ব্রাউজাৰে আহৰিত কৰা তথ্য সমুহক ৰেণ্ডাৰিং ইঞ্জিনৰ সহায়ত বিশ্লেষণ কৰি উপযুক্ত আৰু বোধগম্য ভাবে প্রদর্শন কৰে।

বর্তমান প্রচলিত ব্ৰাউজাৰৰ ভিতৰত Mozilla FireFox, Google Chrome, Opera, Safari আৰু Internet Explorer উল্লেখযোগ্য।

ইতিহাস

১৯৯০ চনত ছাৰ টিম বার্ণার্ড লীয়ে প্রথম ব্ৰাউজাৰৰ সৃষ্টি কৰে। প্রথমতে ইয়াক WorldWideWeb নামেৰে জনা গৈছিল যদিও পিছলৈ ইয়াক নেক্সাছ (Nexus) নামেৰে নামাকৃত কৰা হয়।[1]



তথ্য সংগ্ৰহ