সদস্য বাৰ্তা:কিৰণ খনিকৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
6 নং শাৰী: 6 নং শাৰী:


"[[হাৰ্হি দেৱালয়]]" আৰু "[[জেঠুৱা উৎসৱ]]" পৃষ্ঠা দুটা সংযোগ কৰাৰ বাবে ধন্যবাদ। কিন্তু অনুগ্ৰহ কৰি সেই দুটাত তথ্যসূত্ৰ (কিতাপ, ৱেবছাইট, বাতৰি কাকত) উল্লেখ কৰিবচোন। নহ'লে পাঠকৰ বাবে অলপ অসুবিধা হয়। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 05:16, 21 জুন 2014 (UTC)
"[[হাৰ্হি দেৱালয়]]" আৰু "[[জেঠুৱা উৎসৱ]]" পৃষ্ঠা দুটা সংযোগ কৰাৰ বাবে ধন্যবাদ। কিন্তু অনুগ্ৰহ কৰি সেই দুটাত তথ্যসূত্ৰ (কিতাপ, ৱেবছাইট, বাতৰি কাকত) উল্লেখ কৰিবচোন। নহ'লে পাঠকৰ বাবে অলপ অসুবিধা হয়। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 05:16, 21 জুন 2014 (UTC)

==চিকিৎসা বৈজ্ঞানিক তথ্য==

আপুনি আৰম্ভ কৰা [[চজিনা]] আৰু [[তিতা কেৰেলা]] প্ৰবন্ধ দুটাত ইহঁতৰ ঔষধি গুণবোৰৰ লগত উপযুক্ত তথ্যসূত্ৰ ব্যৱহাৰ কৰা উচিত। পৰম্পৰাগত বিস্বাসত ধৰি লোৱা অনেক বস্তুৰ অনেক ঔষধি গুণ আধুনিক চিকিৎসা চিকিৎসা বিজ্ঞানমতে মানি লোৱা নহয়। যেনে [[আলো ভেৰা]]ৰ মানুহে বিস্বাস কৰা বহুত ঔষধি গুণ চিকিৎসা বিজ্ঞানে মিচা প্ৰমাণিত কৰিছে। [[সদস্য:Psneog|প্রভাকৰ শৰ্মা নেওগ]] ([[সদস্য বাৰ্তা:Psneog|talk]]) 01:53, 11 জুলাই 2014 (UTC)

01:53, 11 July 2014ৰ সংস্কৰণ

ধন্যবাদ আপোনাৰ আগ্ৰহৰ বাবে। আপোনাক শেহতীয়াকৈ কিছুমান পৃষ্ঠা সৃষ্টি কৰা দেখা গৈছে যিবোৰ ৱিকি মানদণ্ড অনুসৰি ৱিকিৰ প্ৰবন্ধ হোৱাৰ যোগ্য নহয়। উদাহৰণ স্বৰূপে জেঠুৱা উৎসৱ পৃষ্ঠাখনত লিখা অলপ চমুকৈ হ'লেও এই উৎসৱৰ বিষয়ে আপোনালোকৰ বাবে আগবঢ়ালো এই লেখাটি ধৰণৰ কথাবোৰ ৱিকিত লিখিব নোৱাৰি। ওপৰত দিয়া লিংককেইটা অলপ চকু ফুৰাবলৈ অনুৰোধ জনালো। Saidul Islam 15:41, 19 জুন 2014 (UTC)

তথ্যসূত্ৰ

"হাৰ্হি দেৱালয়" আৰু "জেঠুৱা উৎসৱ" পৃষ্ঠা দুটা সংযোগ কৰাৰ বাবে ধন্যবাদ। কিন্তু অনুগ্ৰহ কৰি সেই দুটাত তথ্যসূত্ৰ (কিতাপ, ৱেবছাইট, বাতৰি কাকত) উল্লেখ কৰিবচোন। নহ'লে পাঠকৰ বাবে অলপ অসুবিধা হয়। — গীতাৰ্থ বৰদলৈ (talk) 05:16, 21 জুন 2014 (UTC)

চিকিৎসা বৈজ্ঞানিক তথ্য

আপুনি আৰম্ভ কৰা চজিনা আৰু তিতা কেৰেলা প্ৰবন্ধ দুটাত ইহঁতৰ ঔষধি গুণবোৰৰ লগত উপযুক্ত তথ্যসূত্ৰ ব্যৱহাৰ কৰা উচিত। পৰম্পৰাগত বিস্বাসত ধৰি লোৱা অনেক বস্তুৰ অনেক ঔষধি গুণ আধুনিক চিকিৎসা চিকিৎসা বিজ্ঞানমতে মানি লোৱা নহয়। যেনে আলো ভেৰাৰ মানুহে বিস্বাস কৰা বহুত ঔষধি গুণ চিকিৎসা বিজ্ঞানে মিচা প্ৰমাণিত কৰিছে। প্রভাকৰ শৰ্মা নেওগ (talk) 01:53, 11 জুলাই 2014 (UTC)