ৱিকিপিডিয়া:আদৰণি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
Robot: Removing pl:Wikipedia:Powitanie nowicjuszy (deleted)
এখুদ ককাইদেউৰ দ্বাদশ মৃত্যুবাষির্কী
30 নং শাৰী: 30 নং শাৰী:
* কোনো প্ৰবন্ধ যোগ দিবলৈ বিচাৰিলে আপুনি [[ৱিকিপিডিয়া:প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব|ইয়াত ক্লিক কৰিব পাৰে]] বা সহায়ৰ বাবে [[সহায়:সম্পাদনা|ইয়াত ক্লিক কৰিব পাৰে]] ।
* কোনো প্ৰবন্ধ যোগ দিবলৈ বিচাৰিলে আপুনি [[ৱিকিপিডিয়া:প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব|ইয়াত ক্লিক কৰিব পাৰে]] বা সহায়ৰ বাবে [[সহায়:সম্পাদনা|ইয়াত ক্লিক কৰিব পাৰে]] ।


অসমীয়া সাহিত্যত
==ৱিকিপিডিয়াৰ পৰিচয়==
এখুদ ককাইদেউ
{{Introduction to Wikipedia}}
হিচাবে খ্যাত
[[শ্ৰেণী:ৱিকিপিডিয়া প্ৰাথমিক তথ্য]]
অসম সাহিত্য
[[শ্ৰেণী:ৱিকিপিডিয়া দ্ৰুত পৰিচয়]]
সভাৰ প্রাক্তন
[[শ্ৰেণী:ৱিকিপিডিয়া সহায়]]
সভাপতি নৱকান্ত

বৰুৱা দেৱৰ
[[en:Wikipedia:Welcoming committee/Welcome to Wikipedia]]
আজি দ্বাদশ
[[af:Wikipedia:Welkom nuwelinge]]
মৃত্যু দিৱস।
[[als:Wikipedia:Willkommen]]
আহকচোন
[[ar:ويكيبيديا:ترحيب بالقادمين الجدد]]
তেখেতৰ
[[zh-min-nan:Wikipedia:Hoan-gêng sin iōng-chiá]]
চমু জীৱন আৰু কৃতিৰ বিষয়ে জানি থওঁ।
[[ca:Viquipèdia:Pàgina d'acollida]]
নৱকান্ত
[[ceb:Wikipedia:Maayong pag-abot, higala!]]
বৰুৱাৰ
[[cs:Wikipedie:Vítejte ve Wikipedii]]
জন্ম হৈছিল
[[cy:Wicipedia:Croeso, newydd-ddyfodiaid]]
ডিবৰুত ১৯২৬
[[da:Hjælp:Velkommen nybegynder]]
চনৰ ২৯
[[dv:ވިކިޕީޑިއާ: އައުބޭފުޅުންނަށް މަރުހަބާ!]]
ডিচেম্বৰত।
[[et:Vikipeedia:Tere tulemast Vikipeediasse]]
তেওঁৰ পিতৃ
[[es:Wikipedia:Bienvenidos]]
নীলকান্ত
[[eo:Vikipedio:Bonvenon al la Vikipedio]]
বৰুৱা
[[eu:Wikipedia:Ongietorria]]
শিক্ষা বিভাগৰ
[[fa:ویکی‌پدیا:آشنایی]]
এগৰাকী বিদ্যালয়
[[fr:Wikipédia:Accueil des nouveaux arrivants]]
পৰিদৰ্শক
[[ga:Vicipéid:Fáilte, a núíosaigh]]
হোৱাৰ উপৰিও
[[gl:Wikipedia:Benvidos]]
এজন আদৰ্শ
[[ko:위키백과:환영합니다]]
শিক্ষকো আছিল।
[[hi:विकिपीडिया:नये आगन्तुकों का स्वागत]]
তেওঁৰ মাতৃৰ
[[hr:Wikipedija:Dobro došli]]
নাম
[[id:Wikipedia:Selamat datang]]
স্বৰ্ণলতা বৰুৱানী।
[[ia:Wikipedia:Benvenite]]
নৱকান্ত
[[is:Wikipedia:Velkomnir nýherjar]]
বৰুৱাৰ
[[it:Aiuto:Benvenuto]]
ভাতৃ
[[he:ויקיפדיה:ברוכים הבאים]]
তিনিগৰাকী :
[[pam:Welcome, newcomers]]
দেৱকান্ত ,
[[ka:ვიკიპედია:კეთილი იყოს თქვენი მობრძანება]]
জীৱকান্ত
[[lb:Wikipedia:Wëllkomm]]
আৰু
[[lv:Vikipēdija:Esi sveicināts Vikipēdijā]]
শিৱকান্ত।
[[lt:Pagalba:Sveiki atvykę į Laisvąją enciklopediją!]]
তেওঁৰ
[[li:Wikipedia:Wilkóm]]
ভাতৃ প্ৰয়াত
[[hu:Wikipédia:Üdvözlünk, látogató!]]
দেৱকান্ত
[[ms:Wikipedia:Selamat datang]]
বৰুৱাও
[[mn:Wikipedia:Википедиад Тавтай морилно уу]]
অসমৰ
[[nl:Wikipedia:Welkom voor nieuwkomers]]
অন্যতম
[[ne:विकिपीडिया:स्वागत]]
শ্ৰেষ্ঠ
[[ja:Wikipedia:ウィキペディアへようこそ]]
কবিসকলৰ
[[no:Wikipedia:Velkommen til Wikipedia]]
ভিতৰত এজন।
[[nn:Wikipedia:Velkommen]]
ডিবৰুতেই
[[nds:Wikipedia:Infos för Niege]]
নিজৰ
[[or:Wikipedia:ପାଛୋଟା]]
শিক্ষা জীৱনৰ
[[pt:Wikipedia:Boas-vindas]]
আৰম্ভনি ঘটোৱা
[[ro:Ajutor:Bun venit]]
নৱকান্ত
[[rmy:Vikipidiya:Mishto avilyan]]
বৰুৱাই
[[qu:Wikipidiya:Allinmi hamusqaykichik]]
১৯৩৩ চনত
[[ru:Википедия:Добро пожаловать в Википедию]]
নগাঁও
[[sa:स्वागतम्]]
চৰকাৰী বালক
[[sc:Agiudu:Benènnidu]]
উচ্চতৰ
[[sco:Wikipedia:Walcome, ane an aw]]
মাধ্যমিক
[[scn:Wikipedia:Bonvinutu]]
বিদ্যালয়ত
[[simple:Wikipedia:Welcome]]
তৃতীয়
[[sk:Wikipédia:Vitajte vo Wikipédii]]
শ্ৰেণীত নাম
[[sl:Wikipedija:Uvod]]
ভৰ্তি কৰে আৰু
[[sr:Википедија:Добро дошли]]
তাৰেপৰাই তেওঁ
[[sv:Wikipedia:Välkommen till Wikipedia]]
১৯৪১ চনত
[[tl:Wikipedia:Maligayang pagdating!]]
সূখ্যাতিৰে মেট্ৰিকুলেচন
[[roa-tara:Help:Bovègne]]
পৰীক্ষাত
[[uk:Вікіпедія:Ласкаво просимо]]
উত্তীৰ্ণ হয়।
[[ur:خوش آمديد]]
১৯৪৩ চনত
[[vi:Wikipedia:Chào mừng người mới đến]]
নৱকান্ত
[[yi:װיקיפּעדיע:ברוכים הבאים]]
বৰুৱাই
[[zh:Wikipedia:欢迎]]
উচ্চ শিক্ষাৰ
বাবে কলিকতাৰ
শান্তিনিকেতনলৈ ধাপলি মেলে।
১৯৪৭ চনত তেওঁ
কলিকতা বিশ্ববিদ্যালয়ৰ
পৰা ইংৰাজী বিষয়ত
অনাৰ্ছ সহ
স্নাতক
পৰীক্ষাত
উত্তীৰ্ণ হয়।
নৱকান্ত
বৰুৱাই
১৯৫৩ চনত
উত্তৰ
প্ৰদেশৰ
আলীগড়
মুছলিম
বিশ্ববিদ্যালয়ৰ
পৰা স্নাতকোত্তৰ
ডিগ্ৰী লাভ
কৰে।
উত্তৰ
প্ৰদেশৰ
শিকোহাবাদত
অৱস্থিত এ.
কে.
মহাবিদ্যালয়ত
শিক্ষকতা বৃত্তিৰে নৱকান্ত
বৰুৱাই
নিজৰ বর্ণময়
কৰ্মজীৱন
আৰম্ভ
কৰিছিল।
কিছুদিন তাত
শিক্ষকতা কৰাৰ
পাছত তেওঁ
যোৰহাটৰ
জগন্নাথ
বৰুৱা মহাবিদ্যালয়ত
অধ্যাপক
হিচাবে যোগদান
কৰে।১৯৫৪
চনত
তেওঁ গুৱাহাটীৰ
কটন
মহাবিদ্যালয়লৈ বদলি হৈ আহে
আৰু তাৰেপৰাই
তেওঁ ১৯৮৪ চনত
উপাধ্যক্ষ
ৰূপে অৱসৰ
গ্ৰহণ
কৰে।নৱকান্ত
বৰুৱাই
মাজতে ১৯৬৪
চনৰপৰা ১৯৬৭
চনলৈ তিনিবছৰ
কাল অসম
চৰকাৰৰ
মাধ্যমিক
শিক্ষা পৰিষদত
ইংৰাজী শিক্ষাৰ
বিষয়া ৰূপেও
কাৰ্যনিৰ্বাহ
কৰিছিল।
২০০২
চনৰ ১৪ জুলাই
তাৰিখে বৰুৱাৰ
মৃত্যু হয়।
গ্ৰন্থৰাজী.....
..
কবিতা
হে অৰণ্য
হে মহানগৰ
(১৯৫১)
যতি আৰু
কেইটামান
স্কেচ্ছ(১৯৬০)
এটি দুটি
এঘাৰটি তৰা (১৯৫৭)
ৰত্নাকৰ
(১৯৮৬)
ৰাৱন(১৯৬৩)
সূৰ্যমুখীৰ
অঙ্গীকাৰ
(১৯৯০)
মোৰ আৰু
পৃথিৱী(১৯৭৩)
এখন স্বচ্ছ
মুখাৰে (১৯৬০)
দলঙৰ
তামীঘৰা(১৯৯১)
সম্ৰাট(১৯৬২)
উপন্যাস......
কপিলীপৰীয়া সাধু
(১৯৫২)
ককাদেউতাৰ
হাড়(১৯৭৩)
গড়মা
কুঁৱৰী(১৯৮০)
মানুহ
আটাইবোৰ
দ্বীপ(১৯৮০)
পটাচাৰা
অপদাৰ্থ
অহিংসাৰ জুই
(অসমাপ্ত)
অন্যান্য
গ্ৰন্থ.......
অসমীয়া
ছন্দশিল্পৰ
ভুমিকা(১৯৬২)
শিয়ালী
পালেগৈ
ৰতনপুৰ(১৯৫৪)
আখৰৰ
জখলা(১৯৫৬)
মনৰ খবৰ
(১৯৬০)
ভত ঊ কাৰে ভূ
(১৯৬৮)
জনা নজনাৰ
খেল(১৯৭০)
স্বীকৃতি আৰু
সন্মান......
পদ্মভূষণ
(১৯৭৬), অসম
উপত্যকা সাহিত্য
বঁটা(১৯৯৩)
,সম্ব লপুৰ
বিশ্ববিদ্যালয়ৰ
গংগাধৰ
বঁটা,সাহিত্য
অকাডেমি
বঁটা(১৯৭৫),
ককাদেউতাৰ
হাড় উপন্যাসৰ
বাবে।
মধ্যপ্ৰদেশৰ
কবীৰ সন্মান
(১৯৯০),
কমল
কুমাৰী
বঁটা(১৯৯৮),
অসম সাহিত্য
সভাৰ
বিশ্বনাথ
চাৰিআলি
অধিৱেশনৰ
সভাপতি(১৯৯০)
অসম প্ৰকাশন
পৰিষদ
বঁটা(১৯৭৪ মোৰ
আৰু পৃথিৱী
কবিতা সংকলনৰ
বাবে)।
আজি দ্বাদশ
মৃত্যু তিথিত
তেখেতক
শ্রদ্ধাৰে সুঁৱৰিছো।

14:36, 14 July 2014ৰ সংস্কৰণ

চমুপথবোৰ:
WP:WEL
WP:WELCOME

অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ ।

ৱিকিপিডিয়া হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ । বিশ্বৰ বিভিন্ন ঠাইৰ স্বেচ্ছাসেৱকে নিজৰ সামৰ্থ অনুযায়ী বৰঙণি আগবঢ়াই এই বিশ্বকোষ গঢ়ি তুলিছে ।

আপুনি যদি এজন পঢ়ুৱৈ

আপুনি বিভিন্ন উপায়েৰে ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সোৱাদ ল'ব পাৰে ।

নিৰ্দিষ্ট কোনো বিষয়ৰ অনুসন্ধান

আপুনি বিচৰা কোনো নিৰ্দিষ্ট শব্দ বা বাক্যাংশ সম্বলিত প্ৰবন্ধ চাবলৈ ৱিকিপিডিয়াৰ যিকোনো পৃষ্ঠাৰ ওপৰত থকা অনুসন্ধান ঘৰটোত সেয়া লিখি "Enter" টিপক । মনত ৰাখিব মাজে সময়ে চাৰ্ভাৰৰ ওপৰত অতিৰিক্ত চাপ পৰিলে ৱিকিপিডিয়াৰ নিজস্ব অনুসন্ধান প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ কৰি ৰখা হয় । তেতিয়া আপোনাক স্বয়ংক্ৰিয়ভাৱে গুগলৰ (Google) অনুসন্ধান পৃষ্ঠালৈ লৈ যোৱা হ'ব । নিশ্চিতভাৱে নাম জনা কোনো বিষয় বিচাৰিবলৈও একে প্ৰক্ৰিয়া অৱলম্বন কৰক ।

অনিৰ্দিষ্ট যিকোনো প্ৰবন্ধ

অ-পূৰ্বনিৰ্ধাৰিতভাৱে কোনো প্ৰবন্ধ চাব খুজিলে ৱিকিপিডিয়াৰ পৃষ্ঠাৰ বাওঁফালে থকা যিকোনো প্ৰবন্ধ সংযোগটোত ক্লিক কৰক ।

বিষয়শ্ৰেণী অনুযায়ী অনুসন্ধান

নিৰ্দিষ্ট বিষয়বস্তু বা বিভাগৰ প্ৰবন্ধ চাব খুজিলে বেটুপাতৰ বিষয়সূচীলৈ যাওক ।

মন্তব্য কৰিবলৈ

যদি আপুনি কোনো প্ৰবন্ধত ভুল তথ্য দেখিছে বা সেইটো উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়াব খুজিছে, তেন্তে প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠালৈ গৈ "সম্পাদনা" বা "বিষয় যোগ" টিপক আৰু খোল খোৱা পৃষ্ঠাত আপোনাৰ গঠনমূলক পৰামৰ্শ লিখক ।

আপুনি যদি এজন অৱদানকাৰী/সদস্য

ৱিকিপিডিয়া সকলোৰে বাবে মুকলি । সেইবাবে অৱদানকাৰীয়ে কিছুমান নীতি আৰু নিৰ্দেশাৱলী মানি চলাটো প্ৰয়োজনীয় ।

অসমীয়া সাহিত্যত এখুদ ককাইদেউ হিচাবে খ্যাত অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি নৱকান্ত বৰুৱা দেৱৰ আজি দ্বাদশ মৃত্যু দিৱস। আহকচোন তেখেতৰ চমু জীৱন আৰু কৃতিৰ বিষয়ে জানি থওঁ। নৱকান্ত বৰুৱাৰ জন্ম হৈছিল ডিবৰুত ১৯২৬ চনৰ ২৯ ডিচেম্বৰত। তেওঁৰ পিতৃ নীলকান্ত বৰুৱা শিক্ষা বিভাগৰ এগৰাকী বিদ্যালয় পৰিদৰ্শক হোৱাৰ উপৰিও এজন আদৰ্শ শিক্ষকো আছিল। তেওঁৰ মাতৃৰ নাম স্বৰ্ণলতা বৰুৱানী। নৱকান্ত বৰুৱাৰ ভাতৃ তিনিগৰাকী : দেৱকান্ত , জীৱকান্ত আৰু শিৱকান্ত। তেওঁৰ ভাতৃ প্ৰয়াত দেৱকান্ত বৰুৱাও অসমৰ অন্যতম শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত এজন। ডিবৰুতেই নিজৰ শিক্ষা জীৱনৰ আৰম্ভনি ঘটোৱা নৱকান্ত বৰুৱাই ১৯৩৩ চনত নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ ১৯৪১ চনত সূখ্যাতিৰে মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৩ চনত নৱকান্ত বৰুৱাই উচ্চ শিক্ষাৰ বাবে কলিকতাৰ শান্তিনিকেতনলৈ ধাপলি মেলে। ১৯৪৭ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত অনাৰ্ছ সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। নৱকান্ত বৰুৱাই ১৯৫৩ চনত উত্তৰ প্ৰদেশৰ আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। উত্তৰ প্ৰদেশৰ শিকোহাবাদত অৱস্থিত এ. কে. মহাবিদ্যালয়ত শিক্ষকতা বৃত্তিৰে নৱকান্ত বৰুৱাই নিজৰ বর্ণময় কৰ্মজীৱন আৰম্ভ কৰিছিল। কিছুদিন তাত শিক্ষকতা কৰাৰ পাছত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাবে যোগদান কৰে।১৯৫৪ চনত তেওঁ গুৱাহাটীৰ কটন মহাবিদ্যালয়লৈ বদলি হৈ আহে আৰু তাৰেপৰাই তেওঁ ১৯৮৪ চনত উপাধ্যক্ষ ৰূপে অৱসৰ গ্ৰহণ কৰে।নৱকান্ত বৰুৱাই মাজতে ১৯৬৪ চনৰপৰা ১৯৬৭ চনলৈ তিনিবছৰ কাল অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদত ইংৰাজী শিক্ষাৰ বিষয়া ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০০২ চনৰ ১৪ জুলাই তাৰিখে বৰুৱাৰ মৃত্যু হয়। গ্ৰন্থৰাজী..... .. কবিতা হে অৰণ্য হে মহানগৰ (১৯৫১) যতি আৰু কেইটামান স্কেচ্ছ(১৯৬০) এটি দুটি এঘাৰটি তৰা (১৯৫৭) ৰত্নাকৰ (১৯৮৬) ৰাৱন(১৯৬৩) সূৰ্যমুখীৰ অঙ্গীকাৰ (১৯৯০) মোৰ আৰু পৃথিৱী(১৯৭৩) এখন স্বচ্ছ মুখাৰে (১৯৬০) দলঙৰ তামীঘৰা(১৯৯১) সম্ৰাট(১৯৬২) উপন্যাস...... কপিলীপৰীয়া সাধু (১৯৫২) ককাদেউতাৰ হাড়(১৯৭৩) গড়মা কুঁৱৰী(১৯৮০) মানুহ আটাইবোৰ দ্বীপ(১৯৮০) পটাচাৰা অপদাৰ্থ অহিংসাৰ জুই (অসমাপ্ত) অন্যান্য গ্ৰন্থ....... অসমীয়া ছন্দশিল্পৰ ভুমিকা(১৯৬২) শিয়ালী পালেগৈ ৰতনপুৰ(১৯৫৪) আখৰৰ জখলা(১৯৫৬) মনৰ খবৰ (১৯৬০) ভত ঊ কাৰে ভূ (১৯৬৮) জনা নজনাৰ খেল(১৯৭০) স্বীকৃতি আৰু সন্মান...... পদ্মভূষণ (১৯৭৬), অসম উপত্যকা সাহিত্য বঁটা(১৯৯৩) ,সম্ব লপুৰ বিশ্ববিদ্যালয়ৰ গংগাধৰ বঁটা,সাহিত্য অকাডেমি বঁটা(১৯৭৫), ককাদেউতাৰ হাড় উপন্যাসৰ বাবে। মধ্যপ্ৰদেশৰ কবীৰ সন্মান (১৯৯০), কমল কুমাৰী বঁটা(১৯৯৮), অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতি(১৯৯০) অসম প্ৰকাশন পৰিষদ বঁটা(১৯৭৪ মোৰ আৰু পৃথিৱী কবিতা সংকলনৰ বাবে)। আজি দ্বাদশ মৃত্যু তিথিত তেখেতক শ্রদ্ধাৰে সুঁৱৰিছো।