বৰ্গ (জীৱবিদ্যা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
শ্ৰেণী:বৈজ্ঞানিক শ্ৰেণীবিন্যাস যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
6 নং শাৰী: 6 নং শাৰী:
==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}

[[শ্ৰেণী:বৈজ্ঞানিক শ্ৰেণীবিন্যাস]]

12:25, 20 August 2014ৰ সংস্কৰণ

জীৱজগতৰ বৰ্গীকৰণ তালিকা, শ্ৰেণীৰ পাছতেই বৰ্গক ৰখা হৈছে ।

বৰ্গ (ইংৰাজী: order, অৰ্ডৰ; লেটিন: ordo, অৰ্ড') জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ত জীৱৰ বৰ্গীকৰণৰ এটা প্ৰধান গোট । জীৱৰ বৰ্গীকৰণত ক্ৰমে অধিজগৎ, জগৎ, পৰ্ব আৰু শ্ৰেণীৰ পাছতেই বৰ্গক ৰখা হৈছে । এটা বৰ্গক কেইবাটাও সৰু সৰু পৰিয়ালত ভাগ কৰা হৈছে । ইয়াৰ ওপৰিও শ্ৰেণী আৰু বৰ্গ, বৰ্গ আৰু পৰিয়াল বা যিকোনো দুটা ক্ৰমিক গোটৰ মাজত বহুটো উপগোট নাইবা অধিগোট আদি থাকে ।[1]

ইতিহাস

জাৰ্মান উদ্ভিদবিদ আগাষ্টাছ কুইকিনাছ ৰিভিনাছে ১৬৯০ চনত, তেওঁৰ ধাৰাবাহিক ভাৱে প্ৰকাশিত এটি প্ৰৱন্ধত বৰ্গ যে এটা সুনিৰ্দিষ্ট নামৰে সৈতে এটা বিশিষ্ট বৰ্গীয় স্থান সেইটো প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল । কেৰলাছ লিনিয়াছে তেওঁৰ ছিষ্টেমা নেচাৰিয়াত (১৭৩৫, প্ৰথম সংস্কৰণ) বৰ্ণিত তেওঁৰ ৰাজ্য সমূহৰ (এনিমেল, ভেজিটেবিল আৰু লেপিডিয়াম) বিভাজনত, ইয়াক প্ৰথম পদ্ধতিগত ভাৱে ব্যৱহাৰ কৰিছিল ।

তথ্য সংগ্ৰহ

  1. The Evolution and Extinction of the Dinosaurs, David E. Fastovsky, David B. Weishampel, pp. 68, Cambridge University Press, 2005, ISBN 978-0-521-81172-9, ... Biological classification ... The categories that he established - now a memorized mantra - are (in order of decreasing size), kingdom, phylum, class, order family, genus, species ...