বৰ্গ (জীৱবিদ্যা): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
1 নং শাৰী: 1 নং শাৰী:
[[File:Biological classification assamese.png|thumb|জীৱজগতৰ বৰ্গীকৰণ তালিকা, [[শ্ৰেণী (জীৱবিদ্যা)|শ্ৰেণী]]ৰ পাছতেই '''বৰ্গক''' ৰখা হৈছে ।]]
[[File:Biological classification assamese.png|thumb|জীৱজগতৰ বৰ্গীকৰণ তালিকা, [[শ্ৰেণী (জীৱবিদ্যা)|শ্ৰেণী]]ৰ পাছতেই '''বৰ্গক''' ৰখা হৈছে ।]]
'''বৰ্গ''' (<small>[[ইংৰাজী]]: order, অৰ্ডৰ; লেটিন: ordo, অৰ্ড'</small>) [[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]] ত জীৱৰ বৰ্গীকৰণৰ এটা প্ৰধান গোট । জীৱৰ বৰ্গীকৰণত ক্ৰমে [[অধিজগৎ (জীৱ বিজ্ঞান)|অধিজগৎ]], [[জগৎ (জীৱবিজ্ঞান)|জগৎ]], [[পৰ্ব (জীৱবিদ্যা)|পৰ্ব]] আৰু [[শ্ৰেণী (জীৱবিদ্যা)|শ্ৰেণী]]ৰ পাছতেই '''বৰ্গক''' ৰখা হৈছে । এটা '''বৰ্গক''' কেইবাটাও সৰু সৰু [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]]ত ভাগ কৰা হৈছে । ইয়াৰ ওপৰিও [[শ্ৰেণী (জীৱবিদ্যা)|শ্ৰেণী]] আৰু '''বৰ্গ''', '''বৰ্গ''' আৰু পৰিয়াল বা যিকোনো দুটা ক্ৰমিক গোটৰ মাজত বহুটো '''উপগোট''' নাইবা '''অধিগোট''' আদি থাকে ।<ref name="ref77buhaj">[http://books.google.com/books?id=M8nt10bkovIC&pg=PA68 The Evolution and Extinction of the Dinosaurs], David E. Fastovsky, David B. Weishampel, pp. 68, Cambridge University Press, 2005, ISBN 978-0-521-81172-9, ''... Biological classification ... The categories that he established - now a memorized mantra - are (in order of decreasing size), kingdom, phylum, class, order family, genus, species ...''</ref>
'''বৰ্গ''' (<small>[[ইংৰাজী]]: order, অৰ্ডৰ; লেটিন: ordo, অৰ্ড'</small>) [[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]] ত জীৱৰ বৰ্গীকৰণৰ এটা প্ৰধান গোট । জীৱৰ বৰ্গীকৰণত ক্ৰমে [[অধিজগৎ (জীৱ বিজ্ঞান)|অধিজগৎ]], [[জগৎ (জীৱবিজ্ঞান)|জগৎ]], [[পৰ্ব (জীৱবিদ্যা)|পৰ্ব]] আৰু [[শ্ৰেণী (জীৱবিদ্যা)|শ্ৰেণী]]ৰ পাছতেই '''বৰ্গক''' ৰখা হৈছে । এটা '''বৰ্গক''' কেইবাটাও সৰু সৰু [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]]ত ভাগ কৰা হৈছে । ইয়াৰ ওপৰিও [[শ্ৰেণী (জীৱবিদ্যা)|শ্ৰেণী]] আৰু '''বৰ্গ''', '''বৰ্গ''' আৰু [[পৰিয়াল (জীৱবিদ্যা)|পৰিয়াল]] বা যিকোনো দুটা ক্ৰমিক গোটৰ মাজত বহুটো '''উপগোট''' নাইবা '''অধিগোট''' আদি থাকে ।<ref name="ref77buhaj">[http://books.google.com/books?id=M8nt10bkovIC&pg=PA68 The Evolution and Extinction of the Dinosaurs], David E. Fastovsky, David B. Weishampel, pp. 68, Cambridge University Press, 2005, ISBN 978-0-521-81172-9, ''... Biological classification ... The categories that he established - now a memorized mantra - are (in order of decreasing size), kingdom, phylum, class, order family, genus, species ...''</ref>


==ইতিহাস==
==ইতিহাস==

17:28, 22 August 2014ৰ সংস্কৰণ

জীৱজগতৰ বৰ্গীকৰণ তালিকা, শ্ৰেণীৰ পাছতেই বৰ্গক ৰখা হৈছে ।

বৰ্গ (ইংৰাজী: order, অৰ্ডৰ; লেটিন: ordo, অৰ্ড') জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ত জীৱৰ বৰ্গীকৰণৰ এটা প্ৰধান গোট । জীৱৰ বৰ্গীকৰণত ক্ৰমে অধিজগৎ, জগৎ, পৰ্ব আৰু শ্ৰেণীৰ পাছতেই বৰ্গক ৰখা হৈছে । এটা বৰ্গক কেইবাটাও সৰু সৰু পৰিয়ালত ভাগ কৰা হৈছে । ইয়াৰ ওপৰিও শ্ৰেণী আৰু বৰ্গ, বৰ্গ আৰু পৰিয়াল বা যিকোনো দুটা ক্ৰমিক গোটৰ মাজত বহুটো উপগোট নাইবা অধিগোট আদি থাকে ।[1]

ইতিহাস

জাৰ্মান উদ্ভিদবিদ আগাষ্টাছ কুইকিনাছ ৰিভিনাছে ১৬৯০ চনত, তেওঁৰ ধাৰাবাহিক ভাৱে প্ৰকাশিত এটি প্ৰৱন্ধত বৰ্গ যে এটা সুনিৰ্দিষ্ট নামৰে সৈতে এটা বিশিষ্ট বৰ্গীয় স্থান সেইটো প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল । কেৰলাছ লিনিয়াছে তেওঁৰ ছিষ্টেমা নেচাৰিয়াত (১৭৩৫, প্ৰথম সংস্কৰণ) বৰ্ণিত তেওঁৰ ৰাজ্য সমূহৰ (এনিমেল, ভেজিটেবিল আৰু লেপিডিয়াম) বিভাজনত, ইয়াক প্ৰথম পদ্ধতিগত ভাৱে ব্যৱহাৰ কৰিছিল ।

তথ্য সংগ্ৰহ

  1. The Evolution and Extinction of the Dinosaurs, David E. Fastovsky, David B. Weishampel, pp. 68, Cambridge University Press, 2005, ISBN 978-0-521-81172-9, ... Biological classification ... The categories that he established - now a memorized mantra - are (in order of decreasing size), kingdom, phylum, class, order family, genus, species ...