২৭ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: ১/ ১৭২৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ অভিযাত্ৰী জেমছ কুক...
 
শ্ৰেণী:অক্টোবৰ যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
18 নং শাৰী: 18 নং শাৰী:


১০/ ১৯০১ চনৰ আজিৰ দিনটোতে লোকগীতৰ যশস্বী শিল্পী [[আব্বাছউদ্দিন আহমেদ]]ৰ জন্ম হয় ।
১০/ ১৯০১ চনৰ আজিৰ দিনটোতে লোকগীতৰ যশস্বী শিল্পী [[আব্বাছউদ্দিন আহমেদ]]ৰ জন্ম হয় ।

[[শ্ৰেণী:অক্টোবৰ]]

10:23, 30 October 2014ৰ সংস্কৰণ

১/ ১৭২৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ অভিযাত্ৰী জেমছ কুকৰ জন্ম হয় ।

২/ ১৮১১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ঘৰুৱা ব্যৱহাৰোপযোগী চিলাই কলৰ নিৰ্মাতা আইজাক মেৰিট ছিংগাৰৰ জন্ম হয় ।

৩/ ১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণৰ জন্ম হয় ।

৪/ ১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাৰ সাহায্যাৰ্থে ৰাষ্ট্রীয় প্ৰতিৰক্ষা পূঁজি প্ৰতিষ্ঠা কৰা হয় ।

৫/ ১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্রৰ কিংবদন্তি পৰিচালক ভি শান্তাৰামৰ মৃত্যু হয় ।

৬/ ১৯৯১ চনৰ আজিৰ দিনটোতে আততায়ীৰ গুলীত কবি নিত্যা দত্তৰ মৃত্যু হয় ।

৭/ ১৯৯৮ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন ৰাজ্যপাল লালন প্ৰসাদ সিঙৰ মৃত্যু হয় ।

৮/ ১৯৯৯ চনৰ আজিৰ দিনটোতে এছিয়া মহাদেশৰ অন্তৰ্গত আৰ্মেনিয়াৰ সংসদত গুলীচালনা , দেশখনৰ প্ৰধানমন্ত্ৰী , সংসদৰ অধ্যক্ষসহ আঠজন নিহত হয় ।

৯/ ২০০১ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্রৰ খ্যাতিমান অভিনেতা প্ৰদীপ কুমাৰৰ মৃত্যু হয় ।

১০/ ১৯০১ চনৰ আজিৰ দিনটোতে লোকগীতৰ যশস্বী শিল্পী আব্বাছউদ্দিন আহমেদৰ জন্ম হয় ।