১ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
1 নং শাৰী: 1 নং শাৰী:
'''১ নৱেম্বৰ''' {{enwiki|1 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩০৫ তম ([[অধিবৰ্ষ]]ত ৩০৬ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬০ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

==ঘটনাৰাজী==

১/ ১৮৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতত [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ শাসনৰ সামৰণি । সমগ্র ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত । ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয় ।
১/ ১৮৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতত [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ শাসনৰ সামৰণি । সমগ্র ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত । ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয় ।

২/ ১৮৮১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতৰ কলকাতাত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয় ।
২/ ১৮৮১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতৰ [[কলকাতা]]ত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয় ।

৩/ ১৯৫৬ চনৰ আজিৰ দিনটোতে [[ত্ৰিপুৰা]] আৰু [[দিল্লী]]ক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা । ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হয় আৰু হায়দৰাবাদ ইয়াৰ ৰাজধানী হয় ।
৩/ ১৯৫৬ চনৰ আজিৰ দিনটোতে [[ত্ৰিপুৰা]] আৰু [[দিল্লী]]ক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা । ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হয় আৰু হায়দৰাবাদ ইয়াৰ ৰাজধানী হয় ।
26 নং শাৰী: 29 নং শাৰী:

১৩/ ১৯১৩ চনৰ আজিৰ দিনটোত [[আজলিতৰা নেওগ]] জন্ম হয়, তেখেত এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।
১৩/ ১৯১৩ চনৰ আজিৰ দিনটোত [[আজলিতৰা নেওগ]] জন্ম হয়, তেখেত এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।

{| style="border: 1px solid gray; background-color: skyblue;"
|-
! নৱেম্বৰ
|-
| {{কেলেণ্ডাৰ/শণিপ্ৰথম৩০}}
|-
! ২০১৪
|}

== বাহ্যিক সংযোগ ==
== বাহ্যিক সংযোগ ==

10:28, 14 November 2014ৰ সংস্কৰণ

১ নৱেম্বৰ (ইংৰাজী: 1 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০৫ তম (অধিবৰ্ষত ৩০৬ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬০ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী

১/ ১৮৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সামৰণি । সমগ্র ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত । ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয় ।

২/ ১৮৮১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতৰ কলকাতাত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয় ।

৩/ ১৯৫৬ চনৰ আজিৰ দিনটোতে ত্ৰিপুৰা আৰু দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা । ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হয় আৰু হায়দৰাবাদ ইয়াৰ ৰাজধানী হয় ।

৪/ ১৯৬৬ চনৰ আজিৰ দিনটোতে পঞ্জাব দ্বিখণ্ডিত হৈ দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাব আৰু হাৰিয়ানা গঠন হয়। উভয়ৰে ৰাজধানী হয় চণ্ডীগড়

৫/ ১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰ ৰাজ্যৰ নাম সলনি কৰি নতুন নাম কৰ্ণাটক কৰা হয় । লাক্ষাদ্বীপ , মিনিকয় আৰু আমিন ডিভিক একেলগে লাক্ষাদ্বীপ কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হয় ।

৬/ ১৯৭৩ চনৰ আজিৰ দিনটোতে মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ জন্ম হয় ।

৭/ ১৯৯৮ চনৰ আজিৰ দিনটোতে গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হয় , বিস্তৰ ক্ষয় ক্ষতি হয় ।

৮/ ২০০০ চনৰ আজিৰ দিনটোতে মধ্য প্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চল সামৰি ছত্তীশগড় ৰাজ্য গঠন কৰা হয় ।

৯/ ২০০০ চনৰ আজিৰ দিনটোতে হৰেকৃষ্ণ ডেকাৰ অসম আৰক্ষীৰ সঞ্চালক ৰূপে কাৰ্ভাৰ গ্ৰহণ কৰে ।

১০/ ২০০২ চনৰ আজিৰ দিনটোতে এছ পি ভাৰুচাৰ উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে । তেওঁ এই পদত ২০০২ চনৰ ৫ মে'ই লৈকে কাৰ্যনিবাহ কৰে ।

১১/ ১৯৫৫ চনৰ আজিৰ দিনটোত কিৰিপ চলিহাৰ জন্ম হয়, তেখেত ভাৰতৰ চতুৰ্দশ লোকসভাৰ এজন সাংসদ আছিল।

১২/ ১৯৩৮ চনৰ আজিৰ দিনটোত মধুৰাম বড়োৰ জন্ম হয়, তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক,সম্পাদক তথা শিক্ষাবিদ৷ তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ৷

১৩/ ১৯১৩ চনৰ আজিৰ দিনটোত আজলিতৰা নেওগ জন্ম হয়, তেখেত এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।

বাহ্যিক সংযোগ