ভাৰতীয় জনতা পাৰ্টি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
33 নং শাৰী: 33 নং শাৰী:
'''ভাৰতীয় জনতা পাৰ্টি''' বা '''বিজেপি''' [[ভাৰত|ভাৰতৰ]] এক অন্যতম ৰাজনৈতিক দল। ১৯৮০ চনত প্ৰতিষ্ঠিত এই দলটি বৰ্তমান ভাৰতৰ বৃহত্তম আৰু প্ৰশাসক ৰাজনৈতিক দল। এইটো এটা ভাৰতীয় জাতীয়তাবাদী আৰু ৰক্ষণশীল সামাজিক নীতি, স্বদেশী, মুক্তবজাৰ ধনতান্ত্ৰিক নীতি, জাতীয় নীতিৰ দ্বাৰা পৰিচালিত বিদেশ নীতি, আৰু শক্তিশালী জাতীয় নিৰাপত্তা ব্যৱস্থাৰ সমৰ্থক।<ref>[http://wwৱbjp.org/content/view/752/408] About us - bjp.org</ref> ভাৰতীয় ৰাজনীতিৰ প্ৰেক্ষাপটত এই দল মধ্য-দক্ষিণপন্থী দল।<ref name="FP">{{cite web|url=http://wwৱforeignpolicy.com/articles/2010/04/30/does_india_still_need_a_hindu_nationalist_party|title= Does India Still Need a Hindu Nationalist Party? |work=|publisher=Foreign policy|accessdate=}}</ref>

বিভিন্ন সহযোগী দলৰ সৈতে লগ লাগি ১৯৯৮ ৰ পৰা ২০০৪ চনৰ মধ্যৱৰ্তী সময়ত [[অটলবিহাৰী বাজপেয়ী|অটলবিহাৰী বাজপেয়ীৰ]] নেতৃত্বত আৰু [[লালকৃষ্ণ আদৱানী]]ৰ উপনেতৃত্বত বিজেপিয়ে ভাৰতত কেন্দ্ৰীয় চৰকাৰ গঠন কৰে। পৰৱৰ্তী সময়ত [[ভাৰতীয় সাধাৰণ নিৰ্বাচন, ২০১৪]] চনত সংখ্যাগৰিষ্ঠতাৰে [[নৰেন্দ্ৰ মোদী]]ৰ নেতৃত্বত বিজেপিয়ে পুণৰ ক্ষমতালৈ আহে।
বিভিন্ন সহযোগী দলৰ সৈতে লগ লাগি ১৯৯৮ ৰ পৰা ২০০৪ চনৰ মধ্যৱৰ্তী সময়ত [[অটল বিহাৰী বাজপেয়ী|অটল বিহাৰী বাজপেয়ী]] নেতৃত্বত আৰু [[লালকৃষ্ণ আদৱানী]]ৰ উপনেতৃত্বত বিজেপিয়ে ভাৰতত কেন্দ্ৰীয় চৰকাৰ গঠন কৰে। পৰৱৰ্তী সময়ত [[ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৪]] চনত সংখ্যাগৰিষ্ঠতাৰে [[নৰেন্দ্ৰ মোদী]]ৰ নেতৃত্বত বিজেপিয়ে পুণৰ ক্ষমতালৈ আহে।

14:54, 24 December 2014ৰ সংস্কৰণ

ভাৰতীয় জনতা পাৰ্টি
সভাপতি ৰাজনাথ সিং
সংসদীয় সভাপতি
লোকসভাত নেতা সুষমা স্বৰাজ (বিৰোধী)
ৰাজ্যসভাত নেতা অৰুণ জেটলি (বিৰোধী)
প্ৰতিষ্ঠা ১৯৮০
মূখ্য কাৰ্যালয় ১১, অশোক ৰোড,
নতুন দিল্লী - ১১০০০১
ৰাজনৈতিক মতাদৰ্শ হিন্দুত্ব
ভাৰতীয় জাতীয়তাবাদী
মানবতাবাদ
ৰক্ষণশীলতা
ৱেবছাইট www.bjp.org

ভাৰতীয় জনতা পাৰ্টি বা বিজেপি ভাৰতৰ এক অন্যতম ৰাজনৈতিক দল। ১৯৮০ চনত প্ৰতিষ্ঠিত এই দলটি বৰ্তমান ভাৰতৰ বৃহত্তম আৰু প্ৰশাসক ৰাজনৈতিক দল। এইটো এটা ভাৰতীয় জাতীয়তাবাদী আৰু ৰক্ষণশীল সামাজিক নীতি, স্বদেশী, মুক্তবজাৰ ধনতান্ত্ৰিক নীতি, জাতীয় নীতিৰ দ্বাৰা পৰিচালিত বিদেশ নীতি, আৰু শক্তিশালী জাতীয় নিৰাপত্তা ব্যৱস্থাৰ সমৰ্থক।[1] ভাৰতীয় ৰাজনীতিৰ প্ৰেক্ষাপটত এই দল মধ্য-দক্ষিণপন্থী দল।[2]

বিভিন্ন সহযোগী দলৰ সৈতে লগ লাগি ১৯৯৮ ৰ পৰা ২০০৪ চনৰ মধ্যৱৰ্তী সময়ত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত আৰু লালকৃষ্ণ আদৱানীৰ উপনেতৃত্বত বিজেপিয়ে ভাৰতত কেন্দ্ৰীয় চৰকাৰ গঠন কৰে। পৰৱৰ্তী সময়ত ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৪ চনত সংখ্যাগৰিষ্ঠতাৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে পুণৰ ক্ষমতালৈ আহে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ