দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
24 নং শাৰী: 24 নং শাৰী:
}}
}}


'''দীপালী বৰঠাকুৰ''' ({{lang-en|Deepali Borthakur}}, জন্ম:৩০ জানুৱাৰী, ১৯৪১) অসমৰ এগৰাকী কণ্ঠশিল্পী। ১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে [[শিৱসাগৰ জিলা]]ৰ [[সোণাৰি]]ৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল<ref name=aa>শুচিব্ৰত ৰয়, ''শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন'', [[আমাৰ অসম]], ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref>।
'''দীপালী বৰঠাকুৰ''' ({{lang-en|Deepali Borthakur}}, জন্ম:[[৩০ জানুৱাৰী]], ১৯৪১) অসমৰ এগৰাকী কণ্ঠশিল্পী। ১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে [[শিৱসাগৰ জিলা]]ৰ [[সোণাৰি]]ৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল<ref name=aa>শুচিব্ৰত ৰয়, ''শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন'', [[আমাৰ অসম]], ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref>।


==সাংগীতিক জীৱন==
==সাংগীতিক জীৱন==

14:57, 30 January 2015ৰ সংস্কৰণ

দীপালী বৰঠাকুৰ
প্ৰাথমিক তথ্য
জন্ম ৩০ জানুৱাৰী, ১৯৪১ (৮৩ বছৰ)
নীলমনি বাগান, সোণাৰি, শিৱসাগৰ জিলা
পেচা কণ্ঠশিল্পী
কাৰ্যকাল ১৯৫৫-১৯৬৯


দীপালী বৰঠাকুৰ (ইংৰাজী: Deepali Borthakur, জন্ম:৩০ জানুৱাৰী, ১৯৪১) অসমৰ এগৰাকী কণ্ঠশিল্পী। ১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাসোণাৰিৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল[1]

সাংগীতিক জীৱন

নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে তেখেতে বাণীবদ্ধ কৰিছিল বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।[1]

দীপালী বৰঠাকুৰে পদ্মশ্ৰী সন্মান (১৯৯৮)[2][3], অসম চৰকাৰশিল্পী বঁটা(২০১০)[4], 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭) লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।[1]

দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ[5]

  • সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
  • জোনধনে জোনালীতে
  • কণমান বৰশীৰে চিপ
  • চেনাই মই যাওঁ দেই
  • অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা

উপসংহাৰ

১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'[1] এইখিনি সময়তে দীপালী বৰঠাকুৰ মটৰ নিউৰণ ৰোগত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয়[6]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 শুচিব্ৰত ৰয়, শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন, আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২
  2. "October 16th, 2010 - October 28th, 2010, The Strand Art Room, Neel Pawan Baruah". ArtSlant. http://www.artslant.com/ind/events/show/131548-hieroglyphs। আহৰণ কৰা হৈছে: 2013-04-01. 
  3. "Rediff On The NeT: Nani Palkhivala, Lakshmi Sehgal conferred Padma Vibushan". Rediff.co.in. 1998-01-27. http://www.rediff.co.in/news/1998/jan/27padma.htm। আহৰণ কৰা হৈছে: 2013-04-01. 
  4. TI Trade (2010-01-18). "The Assam Tribune Online". Assamtribune.com. http://www.assamtribune.com/scripts/details.asp?id=jan1810/at04। আহৰণ কৰা হৈছে: 2013-04-01. 
  5. "Deepali-Borthakur". assamspider.com. http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx। আহৰণ কৰা হৈছে: April 02, 2013. 
  6. "A tribute to marriage of arts & minds - Book on celebrity couple". The Telegraph. December 26 2003. http://www.telegraphindia.com/1031226/asp/guwahati/story_2719265.asp.