অংগ তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
6 নং শাৰী: 6 নং শাৰী:
*[[কংকাল তন্ত্ৰ]]: [[হাড়]] আদিৰে গঠিত দেহৰ স্থিতি আৰু সুৰক্ষাৰ আভ্যন্তৰিণ সজ্জা।
*[[কংকাল তন্ত্ৰ]]: [[হাড়]] আদিৰে গঠিত দেহৰ স্থিতি আৰু সুৰক্ষাৰ আভ্যন্তৰিণ সজ্জা।
*[[প্ৰজনন তন্ত্ৰ]]: [[যৌন অংগ]]সমূহ, যেনে- [[গৰ্ভাশয়]] আদি।
*[[প্ৰজনন তন্ত্ৰ]]: [[যৌন অংগ]]সমূহ, যেনে- [[গৰ্ভাশয়]] আদি।
*[[পাচন তন্ত্ৰ]]: [[লালটি গ্ৰন্থী]], [[খাদ্যনলী]], [[উদৰ]], [[যকৃত]], [[পিত্তস্থলী]], [[অগ্নাশয়]], [[অন্ত্ৰ]], [[মলাশয়]] আৰু [[পায়ু]]ৰ সহায়ত খাদ্যৰ পাচন আৰু অন্তৰ্গ্ৰহণ প্ৰক্ৰিয়া।
*[[পাচন তন্ত্ৰ]]: [[লালটি গ্ৰন্থী]], [[খাদ্যনলী]], [[উদৰ]], [[যকৃৎ]], [[পিত্তস্থলী]], [[অগ্নাশয়]], [[অন্ত্ৰ]], [[মলাশয়]] আৰু [[পায়ু]]ৰ সহায়ত খাদ্যৰ পাচন আৰু অন্তৰ্গ্ৰহণ প্ৰক্ৰিয়া।
*[[ৰেচন তন্ত্ৰ]]: [[বৃক্ক]], [[মুত্ৰনলী]], [[মুত্ৰস্থলী]] আদিৰ সহায়ত ৰক্তৰ পৰিশোধন আৰু [[মুত্ৰ]] বিসৰ্জন প্ৰক্ৰিয়া।
*[[ৰেচন তন্ত্ৰ]]: [[বৃক্ক]], [[মুত্ৰনলী]], [[মুত্ৰস্থলী]] আদিৰ সহায়ত ৰক্তৰ পৰিশোধন আৰু [[মুত্ৰ]] বিসৰ্জন প্ৰক্ৰিয়া।
*[[শ্বাস তন্ত্ৰ]]: [[হাওঁফাওঁ]], [[শ্বাসনলী]], [[বায়ুস্থলী]] আদিৰ সহায়ত তেজৰ পৰা [[কাৰ্বন ডাই-অক্সাইড]] নিস্কাশন আৰু [[অক্সিজেন]] সমৃদ্ধকৰণ প্ৰক্ৰিয়া ([[শ্বাস-প্ৰশ্বাস]])।
*[[শ্বাস তন্ত্ৰ]]: [[হাওঁফাওঁ]], [[শ্বাসনলী]], [[বায়ুস্থলী]] আদিৰ সহায়ত তেজৰ পৰা [[কাৰ্বন ডাই-অক্সাইড]] নিস্কাশন আৰু [[অক্সিজেন]] সমৃদ্ধকৰণ প্ৰক্ৰিয়া ([[শ্বাস-প্ৰশ্বাস]])।

15:59, 13 March 2015ৰ সংস্কৰণ

অংগ তন্ত্ৰ হৈছে কোনো জীৱদেহৰ কোনো নিৰ্দিষ্ট কাৰ্যৰ সম্পাদনৰ বাবে একত্ৰ হোৱা বিভিন্ন অংগৰ সমষ্টি। জীৱবিদ্যাত বিভিন্ন তন্ত্ৰৰ উল্লেখ পোৱা যায়, যেনে- জীৱসমষ্টি হৈছে বহু জীৱৰ সমষ্টি, কলা তন্ত্ৰ হৈছে বিভিন্ন কোষৰ সমষ্টি আদি।

অংগ আৰু কলা তন্ত্ৰ

মানুহশৰীৰ ৰচনাত অধ্যয়ন কৰা কিছুমান বিশেষ অংগ তন্ত্ৰ তলত দিয়া হৈছে। এই অংগ তন্ত্ৰবোৰ বহু অন্য প্ৰাণীৰ শৰীৰতো আছে।