অংগ তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
2 নং শাৰী: 2 নং শাৰী:
=অংগ আৰু কলা তন্ত্ৰ=
=অংগ আৰু কলা তন্ত্ৰ=
[[মানুহ]]ৰ [[শৰীৰ ৰচনা]]ত অধ্যয়ন কৰা কিছুমান বিশেষ অংগ তন্ত্ৰ তলত দিয়া হৈছে। এই অংগ তন্ত্ৰবোৰ বহু অন্য [[প্ৰাণী]]ৰ শৰীৰতো আছে।
[[মানুহ]]ৰ [[শৰীৰ ৰচনা]]ত অধ্যয়ন কৰা কিছুমান বিশেষ অংগ তন্ত্ৰ তলত দিয়া হৈছে। এই অংগ তন্ত্ৰবোৰ বহু অন্য [[প্ৰাণী]]ৰ শৰীৰতো আছে।
*[[সংবহন তন্ত্ৰ]]: শৰীৰৰ বিভিন্ন অংগ আৰু [[হাওঁফাওঁ]]ৰ মাজত [[হৃদযন্ত্ৰ]] আৰু [[ৰক্তবাহিকা]]ৰ সহায়ত [[তেজ]]ৰ চলাচল প্ৰক্ৰিয়া।
*[[সংবহন তন্ত্ৰ।ৰক্তসংবহন তন্ত্ৰ]]: শৰীৰৰ বিভিন্ন অংগ আৰু [[হাওঁফাওঁ]]ৰ মাজত [[হৃদযন্ত্ৰ]] আৰু [[ৰক্তবাহিকা]]ৰ সহায়ত [[তেজ]]ৰ চলাচল প্ৰক্ৰিয়া।
*[[আচ্ছাদন তন্ত্ৰ]]: [[চৰ্ম]], [[নোম]], [[চৰ্বী]] আৰু [[নখ]]।
*[[আচ্ছাদন তন্ত্ৰ]]: [[চৰ্ম]], [[নোম]], [[চৰ্বী]] আৰু [[নখ]]।
*[[কংকাল তন্ত্ৰ]]: [[হাড়]] আদিৰে গঠিত দেহৰ স্থিতি আৰু সুৰক্ষাৰ আভ্যন্তৰিণ সজ্জা।
*[[কংকাল তন্ত্ৰ]]: [[হাড়]] আদিৰে গঠিত দেহৰ স্থিতি আৰু সুৰক্ষাৰ আভ্যন্তৰিণ সজ্জা।

18:23, 15 March 2015ৰ সংস্কৰণ

অংগ তন্ত্ৰ হৈছে কোনো জীৱদেহৰ কোনো নিৰ্দিষ্ট কাৰ্যৰ সম্পাদনৰ বাবে একত্ৰ হোৱা বিভিন্ন অংগৰ সমষ্টি। জীৱবিদ্যাত বিভিন্ন তন্ত্ৰৰ উল্লেখ পোৱা যায়, যেনে- জীৱসমষ্টি হৈছে বহু জীৱৰ সমষ্টি, কলা তন্ত্ৰ হৈছে বিভিন্ন কোষৰ সমষ্টি আদি।

অংগ আৰু কলা তন্ত্ৰ

মানুহশৰীৰ ৰচনাত অধ্যয়ন কৰা কিছুমান বিশেষ অংগ তন্ত্ৰ তলত দিয়া হৈছে। এই অংগ তন্ত্ৰবোৰ বহু অন্য প্ৰাণীৰ শৰীৰতো আছে।