অংগ তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{পোখালি}}
'''অংগ তন্ত্ৰ''' হৈছে কোনো [[জীৱদেহ]]ৰ কোনো নিৰ্দিষ্ট কাৰ্যৰ সম্পাদনৰ বাবে একত্ৰ হোৱা বিভিন্ন [[অংগ]]ৰ সমষ্টি। জীৱবিদ্যাত বিভিন্ন তন্ত্ৰৰ উল্লেখ পোৱা যায়, যেনে- [[জীৱসমষ্টি]] হৈছে বহু [[জীৱ]]ৰ সমষ্টি, [[কলা]] তন্ত্ৰ হৈছে বিভিন্ন [[কোষ]]ৰ সমষ্টি আদি।

=অংগ আৰু কলা তন্ত্ৰ=
=অংগ আৰু কলা তন্ত্ৰ=
[[মানুহ]]ৰ [[শৰীৰ ৰচনা]]ত অধ্যয়ন কৰা কিছুমান বিশেষ অংগ তন্ত্ৰ তলত দিয়া হৈছে। এই অংগ তন্ত্ৰবোৰ বহু অন্য [[প্ৰাণী]]ৰ শৰীৰতো আছে।
[[মানুহ]]ৰ [[শৰীৰ ৰচনা]]ত অধ্যয়ন কৰা কিছুমান বিশেষ অংগ তন্ত্ৰ তলত দিয়া হৈছে। এই অংগ তন্ত্ৰবোৰ বহু অন্য [[প্ৰাণী]]ৰ শৰীৰতো আছে।
13 নং শাৰী: 15 নং শাৰী:
*[[পেশী তন্ত্ৰ]]: বিভিন্ন [[পেশী]]ৰ সহায়ৰ [[জীৱৰ চলন|চলন]], অৱস্থান গ্ৰহণ আৰু [[তাপ]] উৎপাদন প্ৰক্ৰিয়া।
*[[পেশী তন্ত্ৰ]]: বিভিন্ন [[পেশী]]ৰ সহায়ৰ [[জীৱৰ চলন|চলন]], অৱস্থান গ্ৰহণ আৰু [[তাপ]] উৎপাদন প্ৰক্ৰিয়া।
*[[স্নায়ু তন্ত্ৰ]]: [[মগজু]], [[স্নায়ুৰজ্জু]] আৰু [[স্নায়ু]]ৰ সহায়ত তথ্য সংগ্ৰহ, পৰিবহন আৰু বিশ্লেষণ প্ৰক্ৰিয়া।
*[[স্নায়ু তন্ত্ৰ]]: [[মগজু]], [[স্নায়ুৰজ্জু]] আৰু [[স্নায়ু]]ৰ সহায়ত তথ্য সংগ্ৰহ, পৰিবহন আৰু বিশ্লেষণ প্ৰক্ৰিয়া।

==তথ্য সংগ্ৰহ==
{{Reflist}}

==বাহ্যিক সংযোগ==
* [http://www.scq.ubc.ca/?p=253 Systems Biology: An Overview] by Mario Jardon: A review from the Science Creative Quarterly, 2005.
* [https://www.jsbi.org/pdfs/journal1/GIW99/GIW99P66.pdf Synthesis and Analysis of a Biological System], by Hiroyuki Kurata, 1999.

[[শ্ৰেণী:অংগ তন্ত্ৰ]]
[[শ্ৰেণী:অংগ তন্ত্ৰ]]

09:43, 9 April 2015ৰ সংস্কৰণ

অংগ তন্ত্ৰ হৈছে কোনো জীৱদেহৰ কোনো নিৰ্দিষ্ট কাৰ্যৰ সম্পাদনৰ বাবে একত্ৰ হোৱা বিভিন্ন অংগৰ সমষ্টি। জীৱবিদ্যাত বিভিন্ন তন্ত্ৰৰ উল্লেখ পোৱা যায়, যেনে- জীৱসমষ্টি হৈছে বহু জীৱৰ সমষ্টি, কলা তন্ত্ৰ হৈছে বিভিন্ন কোষৰ সমষ্টি আদি।

অংগ আৰু কলা তন্ত্ৰ

মানুহশৰীৰ ৰচনাত অধ্যয়ন কৰা কিছুমান বিশেষ অংগ তন্ত্ৰ তলত দিয়া হৈছে। এই অংগ তন্ত্ৰবোৰ বহু অন্য প্ৰাণীৰ শৰীৰতো আছে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ