ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
শ্ৰেণী:মাহ যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
র-ৰ পেট কাটি ৰ কৰা হ'ল
1 নং শাৰী: 1 নং শাৰী:
{{Time stub}}
{{Time stub}}


'''ডিচেম্বৰ''' (December) জুলিয়ান আৰু [[গ্ৰেগৰিয়ান কেলেণ্ডাৰ]] বা সাধাৰণভাৱে ইংৰাজী কেলেণ্ডাৰ অনুসৰি বছৰৰ দ্বাদশ মাহ । এই মাহটো ৩১ দিনীয়া । ডিচেম্বৰ শব্দটো লেটিন শব্দ 'ডিচেম'ৰ (Decem) পৰা আহিছে । ইয়াৰ অর্থ দহ । প্ৰাচীন ৰোমান কেলেণ্ডাৰ মতে ই দশম মাহ আছিল । সেই কেলেণ্ডাৰত মার্চ মাহ আছিল বছৰৰ প্ৰথম মাহ । পাচত জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতে ডিচেম্বৰ দ্বাদশ মাহত পৰিণত হয় । মাহটোৰ নামৰ পিচত ব্যৱহাৰ হোৱা 'বৰ' (Ber) শব্দৰ অর্থ জনা নাযায় । এই মাহ অসমীয়া কেলেণ্ডাৰ মতে আঘোণ আৰু পুহ মাহত পৰে ।
'''ডিচেম্বৰ''' (December) জুলিয়ান আৰু [[গ্ৰেগৰিয়ান কেলেণ্ডাৰ]] বা সাধাৰণভাৱে ইংৰাজী কেলেণ্ডাৰ অনুসৰি বছৰৰ দ্বাদশ মাহ । এই মাহটো ৩১ দিনীয়া । ডিচেম্বৰ শব্দটো লেটিন শব্দ 'ডিচেম'ৰ (Decem) পৰা আহিছে । ইয়াৰ অৰ্থ দহ । প্ৰাচীন ৰোমান কেলেণ্ডাৰ মতে ই দশম মাহ আছিল । সেই কেলেণ্ডাৰত মাৰ্চ মাহ আছিল বছৰৰ প্ৰথম মাহ । পাচত জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতে ডিচেম্বৰ দ্বাদশ মাহত পৰিণত হয় । মাহটোৰ নামৰ পিচত ব্যৱহাৰ হোৱা 'বৰ' (Ber) শব্দৰ অৰ্থ জনা নাযায় । এই মাহ অসমীয়া কেলেণ্ডাৰ মতে আঘোণ আৰু পুহ মাহত পৰে ।


ডিচেম্বৰ মাহৰ কেইটামান উল্লেখযোগ্য ঘটনা-দিৱস হ'লঃ [[বিশ্ব এইডছ দিৱস]] (১ ডিচেম্বৰ), [[ভূপালৰ গেছ দুর্ঘটনা]] (২ ডিচেম্বৰ, ১৯৮৪), [[মানৱ অধিকাৰ দিৱস]] (১০ ডিচেম্বৰ), বছৰটোৰ আটাইতকৈ চুটি দিন (২২ ডিচেম্বৰ), [[বৰদিন]] (২৫ ডিচেম্বৰ) আদি ।
ডিচেম্বৰ মাহৰ কেইটামান উল্লেখযোগ্য ঘটনা-দিৱস হ'লঃ [[বিশ্ব এইডছ দিৱস]] (১ ডিচেম্বৰ), [[ভূপালৰ গেছ দুৰ্ঘটনা]] (২ ডিচেম্বৰ, ১৯৮৪), [[মানৱ অধিকাৰ দিৱস]] (১০ ডিচেম্বৰ), বছৰটোৰ আটাইতকৈ চুটি দিন (২২ ডিচেম্বৰ), [[বৰদিন]] (২৫ ডিচেম্বৰ) আদি ।


==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==

13:51, 11 June 2015ৰ সংস্কৰণ


ডিচেম্বৰ (December) জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ বা সাধাৰণভাৱে ইংৰাজী কেলেণ্ডাৰ অনুসৰি বছৰৰ দ্বাদশ মাহ । এই মাহটো ৩১ দিনীয়া । ডিচেম্বৰ শব্দটো লেটিন শব্দ 'ডিচেম'ৰ (Decem) পৰা আহিছে । ইয়াৰ অৰ্থ দহ । প্ৰাচীন ৰোমান কেলেণ্ডাৰ মতে ই দশম মাহ আছিল । সেই কেলেণ্ডাৰত মাৰ্চ মাহ আছিল বছৰৰ প্ৰথম মাহ । পাচত জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতে ডিচেম্বৰ দ্বাদশ মাহত পৰিণত হয় । মাহটোৰ নামৰ পিচত ব্যৱহাৰ হোৱা 'বৰ' (Ber) শব্দৰ অৰ্থ জনা নাযায় । এই মাহ অসমীয়া কেলেণ্ডাৰ মতে আঘোণ আৰু পুহ মাহত পৰে ।

ডিচেম্বৰ মাহৰ কেইটামান উল্লেখযোগ্য ঘটনা-দিৱস হ'লঃ বিশ্ব এইডছ দিৱস (১ ডিচেম্বৰ), ভূপালৰ গেছ দুৰ্ঘটনা (২ ডিচেম্বৰ, ১৯৮৪), মানৱ অধিকাৰ দিৱস (১০ ডিচেম্বৰ), বছৰটোৰ আটাইতকৈ চুটি দিন (২২ ডিচেম্বৰ), বৰদিন (২৫ ডিচেম্বৰ) আদি ।

তথ্য সংগ্ৰহ