বৰ্গক্ষেত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অ Bot: Migrating 114 interwiki links, now provided by Wikidata on d:q164 (translate me) |
Justabot123 (আলোচনা | বৰঙণি) অ র-ৰ পেট কাটি ৰ কৰা হ'ল |
||
26 নং শাৰী: | 26 নং শাৰী: | ||
* কোনো সংখ্যাৰ দ্বিতীয় ঘাতকো (power) বৰ্গ বোলে |
* কোনো সংখ্যাৰ দ্বিতীয় ঘাতকো (power) বৰ্গ বোলে |
||
<!-- |
<!-- |
||
* |
* বৰ্গক্ষেত্ৰৰ প্ৰতিটো অন্তঃস্থ কোণ এক সমকোণ বা ৯০ ডিগ্ৰী |
||
* |
* বৰ্গক্ষেত্ৰৰ কৰ্ণ দুটি সমান। অন্যভাবে ক’লে, কোনো [[ৰম্বছ|ৰম্বছৰ]] কৰ্ণ দুটি সমান হ’লে তাকে বৰ্গক্ষেত্ৰ বোলে। বৰ্গক্ষেত্ৰৰ কৰ্ণৰ দৈৰ্ঘ্য তাৰ বাহুৰ দৈৰ্ঘ্যৰ <math>\sqrt{2}</math> (প্ৰায় ১.৪১) গুন। |
||
--> |
--> |
||
* এটা বৃত্তৰ অন্তস্থ বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰত বৃত্তটোৰ ক্ষেত্ৰফল বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফলৰ <math>\pi/\sqrt{2}</math> (প্ৰায় ২.২২) গুন। |
* এটা বৃত্তৰ অন্তস্থ বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰত বৃত্তটোৰ ক্ষেত্ৰফল বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফলৰ <math>\pi/\sqrt{2}</math> (প্ৰায় ২.২২) গুন। |
14:02, 11 June 2015ৰ সংস্কৰণ
বৰ্গ | |
---|---|
A square is a regular quadrilateral. | |
বাহু আৰু শীৰ্ষ | 4 |
Schläfli symbol | {4} |
Coxeter–Dynkin diagrams | |
Symmetry group | Dihedral (D4) |
ক্ষেত্ৰফল | t2 (with t = edge length) |
আন্তঃকোণ (ডিগ্ৰী) | 90° |
Dual polygon | dual polygon of this shape |
বৈশিষ্ট | convex, cyclic, equilateral, isogonal, isotoxal |
বৰ্গক্ষেত্ৰ হৈছে চাৰিডাল সমান জোখৰ বাহুৰে আবৰা ৯০ ডিগ্ৰীৰ (সমকোণ) আন্তঃকোণ বিশিষ্ট সমতলীয় ক্ষেত্ৰ।
গাণিতিক ধৰ্ম
- পৰিসীমা
- কালি বা ক্ষেত্ৰফল
- এটা বাহুৰ দৈৰ্ঘ্য
অন্যান্য
- কোনো সংখ্যাৰ দ্বিতীয় ঘাতকো (power) বৰ্গ বোলে
- এটা বৃত্তৰ অন্তস্থ বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰত বৃত্তটোৰ ক্ষেত্ৰফল বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফলৰ (প্ৰায় ২.২২) গুন।
- কোনো বৰ্গক্ষেত্ৰৰ অন্তঃবৃত্তৰ ক্ষেত্ৰফল বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফলৰ (প্ৰায় ০.৭৯) গুন।
- সমান পৰিসীমাৰ অন্য চতুৰ্ভুজতকৈ বৰ্গক্ষেত্ৰৰ কালি বেছি।
অ-ইউক্লিডীয় জ্যামিতি
অ-ইউক্লিডীয় জ্যামিতিত বৰ্গক্ষেতত্ৰ হৈছে চাৰিডাল বাহুবিশিষ্ট সুসম (সমান আন্তঃকোণ বিশিষ্ট) চতুৰ্ভুজ। গোলকীয় জ্যামিতিত (spherical geometry) চাৰিডাল মহাবৃতাংশৰে (great circle arc) আবৰা সমান আন্তঃকোণ বিশিষ্ট বহুভুজ। অতিগোলকীয় জ্যামিতিত (:en:hyperbolic geometry|hyperbolic geometry]]) বৰ্গক্ষেত্ৰ নাই। Examples:
Six squares can tile the sphere with 3 squares around each vertex and 120 degree internal angles. This is called a spherical cube. The Schläfli symbol is {4,3}. |
Squares can tile the Euclidean plane with 4 around each vertex, with each square having an internal angle of 90 degrees. The Schläfli symbol is {4,4}. |
Squares can tile the Hyperbolic plane with 5 around each vertex, with each square having 72 degree internal angles. The Schläfli symbol is {4,5}. |
গ্ৰাফ থিয়'ৰি
গ্ৰাফ থিয়ৰিত K4 সম্পূৰ্ণ গ্ৰাফ সকলো শীৰ্ষবিন্দু ৰেখাৰে সংযোগ কৰি অংকিত এটা বৰ্গক্ষেত্ৰৰ দ্বাৰা দৰ্শোৱা হয়। এটা সুসম চতুৰ্ফলকৰ সমান্তৰাল প্ৰক্ষেপনকো ইয়াৰ দ্বাৰা সূচাব পাৰি।
3-simplex (3D) |
বহিঃসংযোগ
- Triangle with two squares by Antonio Gutierrez from "Geometry Step by Step from the Land of the Incas"
- স্কোৱেৰ (বৰ্গক্ষেত্ৰ) ম্যাথৱৰ্ল্ড ৱেবচাইটৰ পৰা।
|