ৱেব ব্ৰাউজাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
stub tag
র-ৰ পেট কাটি ৰ কৰা হ'ল
1 নং শাৰী: 1 নং শাৰী:
{{stub}}
{{stub}}


ব্ৰাউজাৰ হৈছে [[ৱৰ্ল্ড_ৱাইড_ৱেব|ৱৰ্ল্ড ৱাইড ৱেব]]ৰ পৰা উপলব্ধ তথ্য সমুহ আহৰন কৰি কম্পিউটাৰত প্ৰদর্শন কৰা ছফ্টৱেৰ । ব্রাউজাৰে আহৰিত কৰা তথ্য সমুহক [[ৰেণ্ডাৰিং ইঞ্জিন]]ৰ সহায়ত বিশ্লেষণ কৰি উপযুক্ত আৰু বোধগম্য ভাবে প্রদর্শন কৰে।
ব্ৰাউজাৰ হৈছে [[ৱৰ্ল্ড_ৱাইড_ৱেব|ৱৰ্ল্ড ৱাইড ৱেব]]ৰ পৰা উপলব্ধ তথ্য সমুহ আহৰন কৰি কম্পিউটাৰত প্ৰদৰ্শন কৰা ছফ্টৱেৰ । ব্ৰাউজাৰে আহৰিত কৰা তথ্য সমুহক [[ৰেণ্ডাৰিং ইঞ্জিন]]ৰ সহায়ত বিশ্লেষণ কৰি উপযুক্ত আৰু বোধগম্য ভাবে প্ৰদৰ্শন কৰে।


বর্তমান প্রচলিত ব্ৰাউজাৰৰ ভিতৰত Mozilla FireFox, Google Chrome, Opera, Safari আৰু Internet Explorer উল্লেখযোগ্য।
বৰ্তমান প্ৰচলিত ব্ৰাউজাৰৰ ভিতৰত Mozilla FireFox, Google Chrome, Opera, Safari আৰু Internet Explorer উল্লেখযোগ্য।


==ইতিহাস==
==ইতিহাস==
১৯৯০ চনত ছাৰ টিম বার্ণার্ড লীয়ে প্রথম ব্ৰাউজাৰৰ সৃষ্টি কৰে। প্রথমতে ইয়াক WorldWideWeb নামেৰে জনা গৈছিল যদিও পিছলৈ ইয়াক নেক্সাছ (Nexus) নামেৰে নামাকৃত কৰা হয়।<ref>[http://www.w3.org/People/Berners-Lee/WorldWideWeb.html The WorldWideWeb browser]</ref>
১৯৯০ চনত ছাৰ টিম বাৰ্ণাৰ্ড লীয়ে প্ৰথম ব্ৰাউজাৰৰ সৃষ্টি কৰে। প্ৰথমতে ইয়াক WorldWideWeb নামেৰে জনা গৈছিল যদিও পিছলৈ ইয়াক নেক্সাছ (Nexus) নামেৰে নামাকৃত কৰা হয়।<ref>[http://www.w3.org/People/Berners-Lee/WorldWideWeb.html The WorldWideWeb browser]</ref>





14:21, 11 June 2015ৰ সংস্কৰণ


ব্ৰাউজাৰ হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা উপলব্ধ তথ্য সমুহ আহৰন কৰি কম্পিউটাৰত প্ৰদৰ্শন কৰা ছফ্টৱেৰ । ব্ৰাউজাৰে আহৰিত কৰা তথ্য সমুহক ৰেণ্ডাৰিং ইঞ্জিনৰ সহায়ত বিশ্লেষণ কৰি উপযুক্ত আৰু বোধগম্য ভাবে প্ৰদৰ্শন কৰে।

বৰ্তমান প্ৰচলিত ব্ৰাউজাৰৰ ভিতৰত Mozilla FireFox, Google Chrome, Opera, Safari আৰু Internet Explorer উল্লেখযোগ্য।

ইতিহাস

১৯৯০ চনত ছাৰ টিম বাৰ্ণাৰ্ড লীয়ে প্ৰথম ব্ৰাউজাৰৰ সৃষ্টি কৰে। প্ৰথমতে ইয়াক WorldWideWeb নামেৰে জনা গৈছিল যদিও পিছলৈ ইয়াক নেক্সাছ (Nexus) নামেৰে নামাকৃত কৰা হয়।[1]



তথ্য সংগ্ৰহ