ভল্গা নদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
84 নং শাৰী: 84 নং শাৰী:
'''ভল্গা (Volga)''' ({{lang-rus|Во́лга|a=Ru-Волга.ogg|p=ˈvolɡə}}) নদী ইউৰোপ মহাদেশৰ আটাইতকৈ দীঘল নদী ৷ এই নদী [[ৰাছিয়া]]ৰ পৰা কেস্পিয়ান সাগৰলৈ বৈ গৈছে ৷ এই নদীক ৰাছিয়াৰ ৰাষ্ট্ৰীয় নদী (national river of Russia) বুলি গণ্য কৰা হয় ৷ এই নদীয়ে ৰাছিয়াৰ সংস্কৃতিতো এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে আৰু ৰাছিয়াৰ সাহিত্য তথা লোকপ্ৰবাদত এই নদীক ”Волга-матушка ''Volga-Matushka'' ” অৰ্থাৎ ভল্গা মাতৃ (Mother Volga) হিচাপে অভিহিত কৰা হয় ৷
'''ভল্গা (Volga)''' ({{lang-rus|Во́лга|a=Ru-Волга.ogg|p=ˈvolɡə}}) নদী ইউৰোপ মহাদেশৰ আটাইতকৈ দীঘল নদী ৷ এই নদী [[ৰাছিয়া]]ৰ পৰা কেস্পিয়ান সাগৰলৈ বৈ গৈছে ৷ এই নদীক ৰাছিয়াৰ ৰাষ্ট্ৰীয় নদী (national river of Russia) বুলি গণ্য কৰা হয় ৷ এই নদীয়ে ৰাছিয়াৰ সংস্কৃতিতো এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে আৰু ৰাছিয়াৰ সাহিত্য তথা লোকপ্ৰবাদত এই নদীক ”Волга-матушка ''Volga-Matushka'' ” অৰ্থাৎ ভল্গা মাতৃ (Mother Volga) হিচাপে অভিহিত কৰা হয় ৷


ভল্গা নদী মস্কোৰ উত্তৰ-পশ্চিমে থকা ভালদাই পাহাৰ ([[Valdai Hills]]) ত সাগৰ পৃষ্ঠৰ পৰা {{convert|225|m|ft|sp=us}} উচ্চতাত উদ্ভৱ হৈছে ৷ তাৰ পৰা পূবলৈ Lake Sterzh, [[Tver]], [[Dubna]], [[Rybinsk]], [[Yaroslavl]], [[Nizhny Novgorod]], আৰু [[Kazan]] ৰে ভল্গা বৈ গৈছে ৷ তাৰপৰা আকৌ দক্ষিণলৈ [[Ulyanovsk]], [[Tolyatti]], [[Samara, Russia|Samara]], [[Saratov]] আৰু [[Volgograd]] হৈ বৈ গৈ [[Astrakhan]] ত সাগৰ পৃষ্ঠৰ পৰা {{convert|28|m|ft|sp=us}} তললৈ কেস্পিয়ান সাগৰত মিলিত হৈছে ৷
ভল্গা নদী মস্কোৰ উত্তৰ-পশ্চিমে থকা ভালদাই পাহাৰ (Valdai Hills) ত সাগৰ পৃষ্ঠৰ পৰা {{convert|225|m|ft|sp=us}} উচ্চতাত উদ্ভৱ হৈছে ৷ তাৰ পৰা পূবলৈ Lake Sterzh, Tver, Dubna, Rybinsk, Yaroslavl, Nizhny Novgorod আৰু Kazan ৰে ভল্গা বৈ গৈছে ৷ তাৰপৰা আকৌ দক্ষিণলৈ Ulyanovsk, Tolyatti, Samara, Saratov আৰু Volgograd হৈ বৈ গৈ Astrakhanত সাগৰ পৃষ্ঠৰ পৰা {{convert|28|m|ft|sp=us}} তললৈ কেস্পিয়ান সাগৰত মিলিত হৈছে ৷


=== উপনৈ ===
=== উপনৈ ===
[[File:Saratov-avto-most.jpg|thumb|350px|The [[Saratov Bridge]], [[Saratov Oblast]]]]
[[File:Saratov-avto-most.jpg|thumb|350px|The Saratov Bridge
ভল্গা নদীৰ ভালেমান উপনৈ আছে ৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে, কামা ([[Kama River|Kama]]), উকা ([[Oka River|Oka]]), ভেটলুগা ( [[Vetluga River|Vetluga]]) আৰু সুৰা ([[Sura River|Sura]]) নৈ ৷ ভল্গা আৰু ইয়াৰ উপনৈসমূহে ভল্গা নদী প্ৰণালী ( Volga river system) সৃষ্টি কৰিছে৷ এইসকলোবোৰে মুঠতে প্ৰায় ,{{convert|1350000|km2|0|abbr=off}} কালিৰে প্ৰবাহিত হৈ গৈছে ৷ ভল্গা ডেল্টা ([[Volga Delta]]) ৰ দৈৰ্ঘ্য প্ৰায় {{convert|160|km|0|abbr=off}} আৰু ইয়াত প্ৰায় ৫০০ টা নলী আৰু নৈ-নিজৰা অন্তৰ্ভুক্ত ৷
ভল্গা নদীৰ ভালেমান উপনৈ আছে ৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে, কামা (Kama River), উকা (Oka River), ভেটলুগা (Vetluga River) আৰু সুৰা (Sura River) নৈ ৷ ভল্গা আৰু ইয়াৰ উপনৈসমূহে ভল্গা নদী প্ৰণালী ( Volga river system) সৃষ্টি কৰিছে৷ এইসকলোবোৰে মুঠতে প্ৰায় ,{{convert|1350000|km2|0|abbr=off}} কালিৰে প্ৰবাহিত হৈ গৈছে ৷ ভল্গা ডেল্টা ([[Volga Delta]]) ৰ দৈৰ্ঘ্য প্ৰায় {{convert|160|km|0|abbr=off}} আৰু ইয়াত প্ৰায় ৫০০ টা নলী আৰু নৈ-নিজৰা অন্তৰ্ভুক্ত ৷


=== ভূমিকা ===
=== ভূমিকা ===
105 নং শাৰী: 105 নং শাৰী:
*Ivankovo Reservoir
*Ivankovo Reservoir


==আলোকচিত্ৰ ভঁৰাল==
==আলোকচিত্ৰৰ ভঁৰাল==
<gallery>
<gallery>
File:Volgograd 44.67670E 48.66724N.jpg|View of the river and [[Volgograd]] from space.
File:Volgograd 44.67670E 48.66724N.jpg|View of the river and [[Volgograd]] from space.

18:53, 12 August 2015ৰ সংস্কৰণ

ভল্গা নদী (Volga River) (Волга)
’Ulyanovsk’ ত ভল্গা নদী
দেশ ৰাছিয়া
উপনৈ
 - বাঁওদিশত Kama River
 - সোঁদিশত Oka River
চহৰসমূহ Astrakhan, Volgograd, Saratov, Samara, Ulyanovsk, Kazan, Nizhny Novgorod, Yaroslavl, Tver
উৎস
 - অৱস্থান Valdai Hills, Tver Oblast
 - উচ্চতা ২২৫ মি (৭৩৮ ফুট)
 - স্থানাঙ্ক 57°9′N 32°36′E / 57.15°N 32.6°E / 57.15; 32.6
মোহনা কেস্পিয়ান সাগৰ
 - উচ্চতা −২৮ মি (−৯২ ফুট)
 - স্থানাঙ্ক 45°50′N 47°58′E / 45.833°N 47.967°E / 45.833; 47.967 [1]
দৈৰ্ঘ্য ৩,৬৯২ কিমি (২,২৯৪ মাইল)
অৱবাহিকা ১৩,৮০,০০০ বৰ্গকিমি (৫,৩২,৮২১ বৰ্গমাইল)
প্ৰবাহ for Astrakhan
 - গড় ৮,০৬০ ঘনমিটাৰ/ছেকেণ্ড (২,৮৪,৬৩৬ ঘনফুট/ছেকেণ্ড)
Map of the Volga watershed

ভল্গা (Volga) (ৰুছ: Во́лга; IPA: [ˈvolɡə] ( শুনক)) নদী ইউৰোপ মহাদেশৰ আটাইতকৈ দীঘল নদী ৷ এই নদী ৰাছিয়াৰ পৰা কেস্পিয়ান সাগৰলৈ বৈ গৈছে ৷ এই নদীক ৰাছিয়াৰ ৰাষ্ট্ৰীয় নদী (national river of Russia) বুলি গণ্য কৰা হয় ৷ এই নদীয়ে ৰাছিয়াৰ সংস্কৃতিতো এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে আৰু ৰাছিয়াৰ সাহিত্য তথা লোকপ্ৰবাদত এই নদীক ”Волга-матушка Volga-Matushka ” অৰ্থাৎ ভল্গা মাতৃ (Mother Volga) হিচাপে অভিহিত কৰা হয় ৷

ভল্গা নদী মস্কোৰ উত্তৰ-পশ্চিমে থকা ভালদাই পাহাৰ (Valdai Hills) ত সাগৰ পৃষ্ঠৰ পৰা ২২৫ মিটাৰ (738 ফুট) উচ্চতাত উদ্ভৱ হৈছে ৷ তাৰ পৰা পূবলৈ Lake Sterzh, Tver, Dubna, Rybinsk, Yaroslavl, Nizhny Novgorod আৰু Kazan ৰে ভল্গা বৈ গৈছে ৷ তাৰপৰা আকৌ দক্ষিণলৈ Ulyanovsk, Tolyatti, Samara, Saratov আৰু Volgograd হৈ বৈ গৈ Astrakhanত সাগৰ পৃষ্ঠৰ পৰা ২৮ মিটাৰ (92 ফুট) তললৈ কেস্পিয়ান সাগৰত মিলিত হৈছে ৷

উপনৈ

[[File:Saratov-avto-most.jpg|thumb|350px|The Saratov Bridge ভল্গা নদীৰ ভালেমান উপনৈ আছে ৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে, কামা (Kama River), উকা (Oka River), ভেটলুগা (Vetluga River) আৰু সুৰা (Sura River) নৈ ৷ ভল্গা আৰু ইয়াৰ উপনৈসমূহে ভল্গা নদী প্ৰণালী ( Volga river system) সৃষ্টি কৰিছে৷ এইসকলোবোৰে মুঠতে প্ৰায় ,সাঁচ:Convert/LoffAnoneDbSoffসাঁচ:Convert/test/Aoff কালিৰে প্ৰবাহিত হৈ গৈছে ৷ ভল্গা ডেল্টা (Volga Delta) ৰ দৈৰ্ঘ্য প্ৰায় সাঁচ:Convert/LoffAnoneDbSoffসাঁচ:Convert/test/Aoff আৰু ইয়াত প্ৰায় ৫০০ টা নলী আৰু নৈ-নিজৰা অন্তৰ্ভুক্ত ৷

ভূমিকা

ভল্গা নৈয়ে পশ্চিম ৰাছিয়াৰ বাবে মূল জলজ সম্পদৰ যোগান ধৰে ৷ ইয়াৰ ওপৰত থকা বহুতো নদীবান্ধ জলবিদ্যুৎ আৰু জলসিঞ্চনৰ মূল উৎস ৷ মস্কো কেনেল, ভল্গা ড’ন কেনেল আৰু ভল্গা-বেল্টিক জলপথ (Volga–Baltic Waterway)-এ মস্কোক হুৱাইট ছি, বেল্টিক সাগৰ, কেস্পিয়ান সাগৰ আৰু ব্লেক ছিৰে সংযোগ কৰিছে ৷

ভল্গাৰ উৰ্বৰা উপত্যকাত ঘেঁহুৰ পৰ্যাপ্ত পৰিমাণে খেতি কৰা হয় ৷ তাৰোপৰি পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, নিমখ আৰু পটাছৰেও ই সমৃদ্ধিশালী৷ ভল্গা ডেল্টা আৰু কেস্পিয়ান সাগৰত মাছো প্ৰচুৰ পোৱা যায় ৷

ভল্গা নদীৰ ওপৰত থকা বান্ধ

ভল্গাৰ ওপৰত ভালেসংখ্যক জলবিদ্যুৎ প্ৰকল্প কাৰ্য্যক্ষম হৈ আছে৷ ইয়াৰ ভিতৰত প্ৰধান হ’ল-

  • Volgograd Reservoir
  • Saratov Reservoir
  • Kuybyshev Reservoir-the largest in Europe by surface
  • Cheboksary Reservoir
  • Gorky Reservoir
  • Rybinsk Reservoir
  • Uglich Reservoir
  • Ivankovo Reservoir

আলোকচিত্ৰৰ ভঁৰাল

তথ্যসূত্ৰ

  1. Volga GEOnet নাম চাৰ্ভাৰত তথ্য

বাহ্যিক সংযোগ