বহুকোষী জীৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
11 নং শাৰী: 11 নং শাৰী:
| page = 480}}</ref>
| page = 480}}</ref>


Chinos?
কিছুমান এককোষী জীৱৰ বাদে খালি চকুৰেও দেখা পোৱা সকলোবোৰ (প্ৰায় ২০ নিযুত) জীৱয়েই বহুকোষী জীৱ। বিশেষকৈ সকলো প্ৰজাতিৰ [[প্ৰাণী]], স্থলজ [[উদ্ভিদ]], ফিলামেণ্টযুক্ত [[ভেঁকুৰ]] আৰু বহুতো [[শেলাই]] বহুকোষী। '''ডাইক্ট'ষ্টেলিয়াম'''ৰ দৰে কিছুমান জীৱ, পৰিস্থিতি সাপেক্ষে এককোষী আৰু বহুকোষী দুয়োটা ৰূপতে পোৱা যায়।


বহুকোষী জীৱবোৰ;— যেনে উদ্ভিদ, প্ৰাণী, ভেঁকুৰ আৰু মূগা বৰণীয়া শেলাই— এটা কোষৰ পৰা বহুকোষী জীৱলৈ বিকশিত হয়।
বহুকোষী জীৱবোৰ;— যেনে উদ্ভিদ, প্ৰাণী, ভেঁকুৰ আৰু মূগা বৰণীয়া শেলাই— এটা কোষৰ পৰা বহুকোষী জীৱলৈ বিকশিত হয়।

21:49, 25 August 2015ৰ সংস্কৰণ

বহুকোষী জীৱ হল, সেইবোৰ জীৱ যিবোৰ জীৱৰ দেহ একাধিক কোষৰ দ্বাৰা গঠিত হয়, আনহাতে এককোষী জীৱবোৰৰ শৰীৰত মাত্ৰ এটা কোষ থাকে।[1]

Chinos?

বহুকোষী জীৱবোৰ;— যেনে উদ্ভিদ, প্ৰাণী, ভেঁকুৰ আৰু মূগা বৰণীয়া শেলাই— এটা কোষৰ পৰা বহুকোষী জীৱলৈ বিকশিত হয়।

বিৱৰ্তন

বৰ্তমানৰ পৰা প্ৰায় ৩০-৩৫ নিযুত বছৰ আগতেই কাইনবেক্টেৰিয়া-সদৃশ বহুকোষী জীৱ থকাৰ প্ৰমান পোৱা গৈছে।

তথ্য সংগ্ৰহ

  1. Becker et al, Wayne M. (2009). The world of the cell. Pearson Benjamin Cummings. পৃষ্ঠা. 480. ISBN 978-0-321-55418-5.