গ্ৰহাণু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন অনুচ্ছেদ
No edit summary
8 নং শাৰী: 8 নং শাৰী:
বিজ্ঞানীসকলে ধাৰণা কৰা মতে প্ৰায় পয়ষষ্ঠি নিযুত বছৰ আগতে [[মেক্সিকো]]ৰ উপকূলীয় অঞ্চলত আনুমানিক ১৪.৫ কিঃমিঃ ব্যাসাৰ্ধৰ এটি গ্ৰহাণুৱে প্ৰচণ্ড বেগেৰে খুন্দা মাৰিছিল৷ফলত বিশাল পৰিমাণৰ ধোঁৱা-ছাইয়ে আকাশ ছানি ধৰাৰ ফলত তাপমাত্ৰা বহু তললৈ নামি গৈছিল আৰু তাতে থকা ডাইন'ছৰবোৰৰ মৃত্যু ঘটিছিল৷১৯০৮ গ্ৰহাণুৰ সৈতে হোৱা সংঘৰ্ষত [[ৰাছিয়া]]ৰ [[ছাইবেৰিয়া]] অঞ্চলৰ প্ৰায় ২১৫০ বৰ্গকিঃমিঃ অঞ্চলৰ গছ-বন জ্বলি ছাৰখাৰ হৈ গৈছিল৷২০১৩চনৰ ১৫ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা ৰাছিয়া চেলীয়া বিনস্ক চহৰত ২০ মিটাৰ পতিত হোৱাৰ ফলস্বৰূপে ১৬০০ মানুহ আহত হোৱাৰ লগতে ৭৩০০টা অট্টালিকাৰ বিস্তৰ ক্ষতি হৈছিল৷গ্ৰহাণুটোৰ শক্তিৰ পৰিমাণ [[হিৰোশ্বিমা]]ত পেলোৱা পাৰমাণৱিক বোমাতকৈ ৩৩ গুণ অধিক আছিল বুলি ঠাৱৰ কৰা হৈছে৷<ref>ড° বিপিন বৰা,সাদিন,২ অক্টোবৰ,২০১৫</ref>

==তথ্য সংগ্ৰহ=={{Reflist}}
==তথ্য সংগ্ৰহ==
{{Reflist}}

[[শ্ৰেণী:জ্যোতিৰ্বিজ্ঞান]]
[[শ্ৰেণী:জ্যোতিৰ্বিজ্ঞান]]

16:41, 1 October 2015ৰ সংস্কৰণ

গ্ৰহাণু হৈছে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰা অসংখ্য শিল বা বৰফেৰে গঠিত ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহৰ সমষ্টি ৷ সাধাৰণতে গ্ৰহাণুবোৰৰ অৱস্হান মঙল আৰু বৃহস্পতিৰ মাজত ৷ এতিয়ালৈকে দুহেজাৰৰো অধিক গ্ৰহাণুৰ সন্ধান পোৱা গৈছে ৷ ইয়াৰ আটাইতকৈ ডাঙৰটোৰ নাম ছিৰিছ, ইয়াৰ ব্যাস 780 কিলোমিটাৰ ৷ আন কেইটামান গ্ৰহানু হ'ল: আটেনছ, এপ'লোছ,এম'ৰ্ছ, ফ্ল'ৰা, থেমিছ আদি ৷

পৃথিৱীৰ সৈতে সংঘৰ্ষ

বিজ্ঞানীসকলে ধাৰণা কৰা মতে প্ৰায় পয়ষষ্ঠি নিযুত বছৰ আগতে মেক্সিকোৰ উপকূলীয় অঞ্চলত আনুমানিক ১৪.৫ কিঃমিঃ ব্যাসাৰ্ধৰ এটি গ্ৰহাণুৱে প্ৰচণ্ড বেগেৰে খুন্দা মাৰিছিল৷ফলত বিশাল পৰিমাণৰ ধোঁৱা-ছাইয়ে আকাশ ছানি ধৰাৰ ফলত তাপমাত্ৰা বহু তললৈ নামি গৈছিল আৰু তাতে থকা ডাইন'ছৰবোৰৰ মৃত্যু ঘটিছিল৷১৯০৮ গ্ৰহাণুৰ সৈতে হোৱা সংঘৰ্ষত ৰাছিয়াছাইবেৰিয়া অঞ্চলৰ প্ৰায় ২১৫০ বৰ্গকিঃমিঃ অঞ্চলৰ গছ-বন জ্বলি ছাৰখাৰ হৈ গৈছিল৷২০১৩চনৰ ১৫ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা ৰাছিয়া চেলীয়া বিনস্ক চহৰত ২০ মিটাৰ পতিত হোৱাৰ ফলস্বৰূপে ১৬০০ মানুহ আহত হোৱাৰ লগতে ৭৩০০টা অট্টালিকাৰ বিস্তৰ ক্ষতি হৈছিল৷গ্ৰহাণুটোৰ শক্তিৰ পৰিমাণ হিৰোশ্বিমাত পেলোৱা পাৰমাণৱিক বোমাতকৈ ৩৩ গুণ অধিক আছিল বুলি ঠাৱৰ কৰা হৈছে৷[1]

তথ্য সংগ্ৰহ

  1. ড° বিপিন বৰা,সাদিন,২ অক্টোবৰ,২০১৫