ফলৰ ৰস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
1 নং শাৰী: 1 নং শাৰী:
[[Image:Orange juice 1.jpg|thumb|upright|এগিলাচ [[কমলা টেঙা|কমলাৰ]] ৰস]]

'''ফলৰ ৰস''' বা '''জুছ''' বুলিলে বিভিন্ন ফল-মূল আৰু পাচলিত মজুত হৈ থকা প্ৰাকৃতিক জুলীয়া পদাৰ্থ বা ৰসকে বুজা যায়। ফল বা অন্যান্য জৈৱিক উপাদান যেনে মাংস আৰু সাগৰীয় খাদ্যসামগ্ৰীৰ সোৱাদযুক্ত পানীয়কো জুছ বোলা হয়। জুছসমূহ শীতল পানীয় অথবা আন খাদ্যৰ উপকৰণ হিচাপে ব্যৱহৃত হয়। পেষ্টুৰাইজেচন প্ৰণালীৰ আৱিষ্কাৰৰ আগলৈকে জুছ শীতল পানীয় হিচাপে জনপ্ৰিয় হোৱা নাছিল।<ref name="bepress.com">http://works.bepress.com/cgi/viewcontent.cgi?article=1000&context=ryan_ward</ref>
==প্ৰস্তুতকৰণ==
==প্ৰস্তুতকৰণ==
বিভিন্ন ফল বা পাচলি কোনো তাপ প্ৰয়োগ নকৰাকৈ চেপি তাৰ পৰা ৰস উলিওৱা হয়৷<ref>{{cite news|url=http://www.huffingtonpost.com/2013/02/08/juicer-types-cold-press_n_2618000.html |title=Juicer Types: The Difference Between Cold Press Juicers vs. Centrifugal Juice Extractors |publisher=Huffingtonpost.com |date= 2013-02-08|accessdate=2014-08-25}}</ref>উদাহৰণস্বৰূপে কমলা টেঙাৰ ৰস তৈয়াৰ কৰিবলৈ কমলা টেঙা চেপি তাৰ পৰা ৰস উলিয়াই লোৱা হয়। আনহাতে আমৰ ৰস তৈয়াৰ কৰিবলৈ আমটো পিহি পেলোৱাৰ প্ৰয়োজন হয়। কেতিয়াবা বৈদ্যুতিক জুচাৰ ব্যৱহাৰ কৰিও ৰস উলিওৱা হয়৷

ব্যৱসায়িক উৎপাদনৰ ক্ষেত্ৰত আঁহ আতৰোৱাৰ বিশেষ যতন থাকে ৷ উচ্চ আঁহযুক্ত কমলাৰ ৰসৰ বিশেষ চাহিদা আছে৷
ব্যৱসায়িক উৎপাদনৰ ক্ষেত্ৰত আঁহ আতৰোৱাৰ বিশেষ যতন থাকে ৷ উচ্চ আঁহযুক্ত কমলাৰ ৰসৰ বিশেষ চাহিদা আছে৷

ফলৰ ৰস প্ৰস্তুতকৰণৰ বাবে ব্যৱহৃত পদ্ধতি সমূহ হ'ল [[canning|কেনিং]], [[pasteurization|পেষ্টুৰাইজেচন]], [[concentrate|কনচেনট্ৰেট]],<ref>{{cite web|title=Understanding Concentrated Juice|url=http://www.fitday.com/fitness-articles/nutrition/healthy-eating/understanding-concentrate-juice.html}}</ref> [[freezing|শীতলিকৰণ]], [[evaporation|বাষ্পীভৱন]] আৰু [[spray drying|স্প্ৰে ডাইং]]।

72 নং শাৰী: 68 নং শাৰী:
* [[Limonana]]
* [[Limonana]]
* [[List of juices]]-->
* [[List of juices]]-->

== তথ্য সংগ্ৰহ==
{{Reflist|30em}}

==বাহ্যিক সংযোগ==
*{{Commons category-inline|Juices}}
{{Fruit juice}}

{{Authority control}}

Fruit Nectars (Scotland) Regulations 2003.

[[শ্ৰেণী:খাদ্য]]

17:45, 14 October 2015ৰ সংস্কৰণ

প্ৰস্তুতকৰণ

বিভিন্ন ফল বা পাচলি কোনো তাপ প্ৰয়োগ নকৰাকৈ চেপি তাৰ পৰা ৰস উলিওৱা হয়৷[1]উদাহৰণস্বৰূপে কমলা টেঙাৰ ৰস তৈয়াৰ কৰিবলৈ কমলা টেঙা চেপি তাৰ পৰা ৰস উলিয়াই লোৱা হয়। আনহাতে আমৰ ৰস তৈয়াৰ কৰিবলৈ আমটো পিহি পেলোৱাৰ প্ৰয়োজন হয়। কেতিয়াবা বৈদ্যুতিক জুচাৰ ব্যৱহাৰ কৰিও ৰস উলিওৱা হয়৷ ব্যৱসায়িক উৎপাদনৰ ক্ষেত্ৰত আঁহ আতৰোৱাৰ বিশেষ যতন থাকে ৷ উচ্চ আঁহযুক্ত কমলাৰ ৰসৰ বিশেষ চাহিদা আছে৷

ফলৰ ৰস প্ৰস্তুতকৰণৰ বাবে ব্যৱহৃত পদ্ধতি সমূহ হ'ল কেনিং, পেষ্টুৰাইজেচন, কনচেনট্ৰেট,[2] শীতলিকৰণ, বাষ্পীভৱন আৰু স্প্ৰে ডাইং

  1. "Juicer Types: The Difference Between Cold Press Juicers vs. Centrifugal Juice Extractors". Huffingtonpost.com. 2013-02-08. http://www.huffingtonpost.com/2013/02/08/juicer-types-cold-press_n_2618000.html। আহৰণ কৰা হৈছে: 2014-08-25. 
  2. "Understanding Concentrated Juice". http://www.fitday.com/fitness-articles/nutrition/healthy-eating/understanding-concentrate-juice.html.