ইষ্টানবুল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা
67 নং শাৰী: 67 নং শাৰী:
}}
}}
[[চিত্র:Panoramic view of Constantinople-1876-6a23331r.jpg|thumb|350px|১৮৭৬ চনৰ ইষ্টানবুল]]
[[চিত্র:Panoramic view of Constantinople-1876-6a23331r.jpg|thumb|350px|১৮৭৬ চনৰ ইষ্টানবুল]]
'''ইষ্টানবুল''' (তুৰ্কী ভাষা: İstanbul ''ইষ্টান্‌বুল্‌'') [[তুৰ্কী]]ৰ অন্যতম প্রধান নগৰ। ইয়াৰ পুৰণি নাম কন্সটান্টিনোপল। ইয়াৰোপৰি ই বাইজান্টিয়াম নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ সংস্কৃতি আৰু অৰ্থনীতিৰ কেন্দ্ৰস্থল। ১৯২৩ চন পৰ্যন্ত ই তুৰ্কীৰ ৰাজধানী আছিল । ইষ্টানবুল তুৰ্কীৰ বৃহত্তম নগৰ যাৰ জনসংখ্যা ১২.৮ মিলিয়ন। ইয়াৰ আয়তন ৫.৩৪৩ বৰ্গ কিলোমিটাৰ (২,০৬৩বৰ্গ মাইল) । ইষ্টানবুল এক আন্তৰ্মহাদেশীয় নগৰ। নগৰ খনৰ এক তৃতীয়াংশ জনসংখ্যা [[এছিয়া]]ত বসৱাস কৰিলেও ই [[ইউৰোপ]]ৰ বাণিজ্যিক আৰু ঐতিহাসিক কেন্দ্র।
'''ইষ্টানবুল''' (তুৰ্কী ভাষা: İstanbul ''ইষ্টান্‌বুল্‌'') [[তুৰ্কী]]ৰ অন্যতম প্রধান নগৰ। ইয়াৰ পুৰণি নাম ''কন্সটান্টিনোপল''। ইয়াৰোপৰি ই ''বাইজান্টিয়াম'' নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ সংস্কৃতি আৰু অৰ্থনীতিৰ কেন্দ্ৰস্থল। ১৯২৩ চন পৰ্যন্ত ই তুৰ্কীৰ ৰাজধানী আছিল । ইষ্টানবুল তুৰ্কীৰ বৃহত্তম নগৰ যাৰ জনসংখ্যা ১২.৮ মিলিয়ন। ইয়াৰ আয়তন ৫.৩৪৩ বৰ্গ কিলোমিটাৰ (২,০৬৩বৰ্গ মাইল) । ইষ্টানবুল এক আন্তৰ্মহাদেশীয় নগৰ। নগৰ খনৰ এক তৃতীয়াংশ জনসংখ্যা [[এছিয়া]]ত বসৱাস কৰিলেও ই [[ইউৰোপ]]ৰ বাণিজ্যিক আৰু ঐতিহাসিক কেন্দ্র।
[[File:Rome-Capitole-StatueConstantin.jpg|left|thumb|upright|[[Constantine I]]]]

11:44, 12 November 2015ৰ সংস্কৰণ

ইষ্টানবুল
Istanbul collage 5j.jpg
ভৌগোলিক স্থানাংক: 41°01′N 28°58′E / 41.017°N 28.967°E / 41.017; 28.967
ৰাষ্ট্ৰ  তুৰস্ক
অঞ্চল মাৰমৰা অঞ্চল
প্রদেশ ইষ্টানবুল
প্ৰতিষ্ঠাকাল খ্ৰীষ্টপূৰ্ব ৬৬৭
উচমানীয় সাম্ৰাজ্যৰ সময় ১৪৫৩
তুৰ্কী প্রতিষ্ঠাৰ পিছত ১৯২৩ চনত কন্সটান্টিনোপলক ইষ্টানবুল নামকৰন কৰা হয়
জিলা ২৭
চৰকাৰ
 - মেয়ৰ কাদিৰ তোপবাচ (সাঁচ:Polparty)
মাটিকালি
 - মুঠ ১,৮৩০.৯২ কি.মি. 
(৭০৬.৯ বৰ্গ মাইল)
উচ্চতা ১০০ মিটাৰ (৩২৮.০৮ ফুট)
জনসংখ্যা (২০০৯)[1]
 - মুঠ ১,২৭,৮২,৯৬০ জন
 - জনঘনত্ব ৬,২১১ প্ৰতি বৰ্গ কি.মি. 
(১৬,০৮৬.৪ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ইইটি (গ্ৰী.মা.স.+২)
 - গ্ৰীষ্ম (দি স স) ইইএচটি (গ্ৰী.মা.স.+৩)
পিন কোড ৩৪০১০ৰ পৰা ৩৪৮৫০লৈ আৰু
৮০০০০ৰ পৰা ৮১৮০০ লৈ
অঞ্চল কোড (+৯০) ২১২ (ইউৰোপীয় অঞ্চলত)
(+৯০) ২১৬ (এছিয়া অঞ্চলত)
ৱেবছাইট Istanbul Portal
ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
ইষ্টানবুলৰ ঐতিহাসিক অঞ্চল
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
দেশ  তুৰস্ক
ধৰণ Cultural
মাপকাঠি I, II, III, IV
উদ্ধৃতি 356
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল Europe and Asia
অভিলিখনৰ ইতিহাস
অভিলিখন 1985 (9th অধিবেশন)
১৮৭৬ চনৰ ইষ্টানবুল

ইষ্টানবুল (তুৰ্কী ভাষা: İstanbul ইষ্টান্‌বুল্‌) তুৰ্কীৰ অন্যতম প্রধান নগৰ। ইয়াৰ পুৰণি নাম কন্সটান্টিনোপল। ইয়াৰোপৰি ই বাইজান্টিয়াম নামেও পৰিচিত আছিল। ই পূৰ্বে উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী আছিল। ১৪৫৩ চনত ই তৎকালীন উচমানীয় সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষিত কৰা হয়। ইষ্টানবুল তুৰ্কীৰ সংস্কৃতি আৰু অৰ্থনীতিৰ কেন্দ্ৰস্থল। ১৯২৩ চন পৰ্যন্ত ই তুৰ্কীৰ ৰাজধানী আছিল । ইষ্টানবুল তুৰ্কীৰ বৃহত্তম নগৰ যাৰ জনসংখ্যা ১২.৮ মিলিয়ন। ইয়াৰ আয়তন ৫.৩৪৩ বৰ্গ কিলোমিটাৰ (২,০৬৩বৰ্গ মাইল) । ইষ্টানবুল এক আন্তৰ্মহাদেশীয় নগৰ। নগৰ খনৰ এক তৃতীয়াংশ জনসংখ্যা এছিয়াত বসৱাস কৰিলেও ই ইউৰোপৰ বাণিজ্যিক আৰু ঐতিহাসিক কেন্দ্র।

Constantine I
  1. "Province Population". http://report.tuik.gov.tr/reports/rwservlet?adnksdb2=&report=turkiye_il_koy_sehir.RDF&p_il1=34&p_kod=2&p_yil=2009&p_dil=1&desformat=html&ENVID=nufus2000db2Env। আহৰণ কৰা হৈছে: 11 February 2010.