সংশয় ব্যৱস্থাপনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
1 নং শাৰী: 1 নং শাৰী:
সংশয় ব্যৱস্থাপনাৰ আটাইতকৈ সৰল সংজ্ঞা হ’ল সংশয়ৰ চিনাক্ত কৰণ, মূল্যাংকৰণ, নিয়ন্ত্ৰণ আৰু নিবাৰণ তথা স্থানান্তৰ কৰণ ।
== সংশয় (Risk) ==
== সংশয় (Risk) ==
সংশয় (Risk) শব্দটোৱে বহুত ধৰণৰ অৰ্থ প্ৰকাশ কৰে । সাধাৰণ ভাষাত ইয়াৰ অৰ্থ হ’ল সন্দেহ, দ্বিধা, অনিশ্চয়তা । Risk শব্দটো ইংৰাজী ভাষাত বিভিন্ন অভিধানে এনেদৰে ব্যাখ্যা কৰিছে –
সংশয় (Risk) শব্দটোৱে বহুত ধৰণৰ অৰ্থ প্ৰকাশ কৰে । সাধাৰণ ভাষাত ইয়াৰ অৰ্থ হ’ল সন্দেহ, দ্বিধা, অনিশ্চয়তা । Risk শব্দটো ইংৰাজী ভাষাত বিভিন্ন অভিধানে এনেদৰে ব্যাখ্যা কৰিছে –
20 নং শাৰী: 21 নং শাৰী:
# প্ৰকৃত সংশয় : এই ক্ষেত্ৰত মাত্ৰ ক্ষতিৰ হে সম্ভাৱনা থাকে, কোনো ধৰণৰ লাভৰ আশা নাথাকে ।
# প্ৰকৃত সংশয় : এই ক্ষেত্ৰত মাত্ৰ ক্ষতিৰ হে সম্ভাৱনা থাকে, কোনো ধৰণৰ লাভৰ আশা নাথাকে ।
# কাল্পনিক সংশয় : এই ক্ষেত্ৰত ক্ষতিৰ লগতে লাভৰো সম্ভাৱনা থাকে ।
# কাল্পনিক সংশয় : এই ক্ষেত্ৰত ক্ষতিৰ লগতে লাভৰো সম্ভাৱনা থাকে ।

* স্থবিৰ আৰু গতিশীল সংশয় :
* স্থবিৰ আৰু গতিশীল সংশয় :
# স্থবিৰ সংশয়্: এই ধৰণৰ সংশয়ত প্ৰাকৃতিক ঘটনা বা মানৱীয় ভুলৰ ফলত হোৱা ঘটনাৰ সম্বন্ধ থাকে ।
# স্থবিৰ সংশয়্: এই ধৰণৰ সংশয়ত প্ৰাকৃতিক ঘটনা বা মানৱীয় ভুলৰ ফলত হোৱা ঘটনাৰ সম্বন্ধ থাকে ।
26 নং শাৰী: 28 নং শাৰী:
# বুনিয়াদী সংশয়্: এই ধৰণৰ সংশয়ৰ প্ৰভৱ সামূহিক হয় যাৰ উৎপতি অব্যক্তিগত কাৰণত হয় । বুনিয়াদী সংশয় সমূহৰ ওপৰত ৰাজনৈতিক বা অৰ্থনৈতিক সাল-সলনিৰ ফলত সংঘটিত হয় ।
# বুনিয়াদী সংশয়্: এই ধৰণৰ সংশয়ৰ প্ৰভৱ সামূহিক হয় যাৰ উৎপতি অব্যক্তিগত কাৰণত হয় । বুনিয়াদী সংশয় সমূহৰ ওপৰত ৰাজনৈতিক বা অৰ্থনৈতিক সাল-সলনিৰ ফলত সংঘটিত হয় ।
# গাইগুটীয়া সংশয়: এই ধৰণৰ সংশয় একক ব্যক্তি বা বস্তুৰ ক্ষেত্ৰত প্ৰযোয্য হয় ।
# গাইগুটীয়া সংশয়: এই ধৰণৰ সংশয় একক ব্যক্তি বা বস্তুৰ ক্ষেত্ৰত প্ৰযোয্য হয় ।
== সংশয় ব্যৱস্থাপনাৰ সংজ্ঞা ==
(প্ৰৱন্ধটো সম্পাদনা কৰি থকা হৈছে ।)

17:17, 13 December 2015ৰ সংস্কৰণ

সংশয় ব্যৱস্থাপনাৰ আটাইতকৈ সৰল সংজ্ঞা হ’ল সংশয়ৰ চিনাক্ত কৰণ, মূল্যাংকৰণ, নিয়ন্ত্ৰণ আৰু নিবাৰণ তথা স্থানান্তৰ কৰণ ।

সংশয় (Risk)

সংশয় (Risk) শব্দটোৱে বহুত ধৰণৰ অৰ্থ প্ৰকাশ কৰে । সাধাৰণ ভাষাত ইয়াৰ অৰ্থ হ’ল সন্দেহ, দ্বিধা, অনিশ্চয়তা । Risk শব্দটো ইংৰাজী ভাষাত বিভিন্ন অভিধানে এনেদৰে ব্যাখ্যা কৰিছে –

  • Concise Oxford Dictionary : Hazard, chance of bad consequences, loss etc.; exposure to mischance
  • Chamber’s English Dictionary: Hazard, danger, chance of loss or injury; the degree of probability of loss; a person, thing or factor likely to cause loss or danger

ইয়াৰ অৰ্থ সংশয় হৈছে এনেকোৱা এটা বস্তু বা ঘটনা যি আমাক ক্ষতি কৰিব পাৰে, বহল অৰ্থত ই হৈছে সম্পূৰ্ণ ৰূপে অনিশ্চিত এটা ঘটনাৰ প্ৰতি কোনো বস্তু বা ব্যক্তিৰ অনাৱৰণ । ISO 3100 – The International Organisation for Standardization এ প্ৰ্কাশ কৰা সজ্ঞা: সংশয় হ’ল কোনো উদ্দেশ্যৰ ওপৰত অনিশ্চয়তাৰ ফলত পৰা ধনাত্মক বা ঋনাত্মক প্ৰভাৱ ।

বৃহত পৰিসৰত এনেদৰে কবলৈ চেষ্টা কৰিব পাৰি যে ই ভৱিষ্যতৰ অনিশ্চয়তা বা এনে যি কোনো ঘটনা যি আশা কৰা বা পৰিকল্পনা কৰা মতে ফলাফল হোৱাত বাধা প্ৰদান কৰে । সধাৰণ ভাৱে আমি ক’ব পাৰো যে ই হ’ল ব্যৱসায়ৰ অনিশ্চয়তা যি ব্যৱসায়ৰ লক্ষ্যত উপনিত হ’বলৈ নিদিয়ে । লক্ষ্যবস্তুৰ ওপৰত অনিশ্চয়তাৰ মাত্ৰা নিৰ্ভৰ কৰে সংশয়ৰ মাত্ৰাৰ ওপৰত ।

সংশয়ৰ শ্ৰেণী বিভাজন :

  • ব্যক্তিগত, সম্পতি আৰু দায়িত্বৰ সংশয়
  1. ব্যক্তিগত সংশয়: কোনো ব্যক্তিৰ হ’ব পৰা সম্ভাৱনীয় নিজা ক্ষতি
  2. সম্পতিৰ সংশয়: সম্পতিৰ হ’ব পৰা সম্ভাৱনীয় ক্ষতি
  3. দায়িত্বৰ সংশয়: কোনো ব্যক্তি বা সংস্থাই ল’ব লগীয়া হ’ব পৰা সম্ভাব্য দায়িত্ব ।
  • ভৌতিক, সামাজিক আৰু বজাৰ সংশয়:
  1. ভৌতিক সংশয়্: ধুমুহা, বা-মাৰলি, বানপানী, ঘূৰ্ণী-বতাহ আদি ধৰণৰ প্ৰাকৃতিক ঘটনা
  2. সামাজিক সংশয়্: হিংসা, ধৰ্ণা, অসামৰিক আন্দোলন, চুৰ্-চাপাচি আদি ।
  3. বজাৰ সংশয়: মূল্য হ্ৰাস্ বা ক্ৰয় আৰু বিক্ৰীৰ সীমাবদ্ধতা আৰোপ কৰণ ।
  • প্ৰকৃত আৰু কাল্পনিক সংশয়:
  1. প্ৰকৃত সংশয় : এই ক্ষেত্ৰত মাত্ৰ ক্ষতিৰ হে সম্ভাৱনা থাকে, কোনো ধৰণৰ লাভৰ আশা নাথাকে ।
  2. কাল্পনিক সংশয় : এই ক্ষেত্ৰত ক্ষতিৰ লগতে লাভৰো সম্ভাৱনা থাকে ।
  • স্থবিৰ আৰু গতিশীল সংশয় :
  1. স্থবিৰ সংশয়্: এই ধৰণৰ সংশয়ত প্ৰাকৃতিক ঘটনা বা মানৱীয় ভুলৰ ফলত হোৱা ঘটনাৰ সম্বন্ধ থাকে ।
  2. গতিশীল সংশয়: এই ধৰণৰ সংশয়ত মানুহৰ প্ৰত্যাশাৰ সলনি আৰু প্ৰযুক্তিবিদ্যাৰ সলনিৰ ফলত হোৱা ঘটনাৰ সম্বন্ধ থাকে ।
  • বুনিয়াদী আৰু গাইগুটীয়া সংশয়্:
  1. বুনিয়াদী সংশয়্: এই ধৰণৰ সংশয়ৰ প্ৰভৱ সামূহিক হয় যাৰ উৎপতি অব্যক্তিগত কাৰণত হয় । বুনিয়াদী সংশয় সমূহৰ ওপৰত ৰাজনৈতিক বা অৰ্থনৈতিক সাল-সলনিৰ ফলত সংঘটিত হয় ।
  2. গাইগুটীয়া সংশয়: এই ধৰণৰ সংশয় একক ব্যক্তি বা বস্তুৰ ক্ষেত্ৰত প্ৰযোয্য হয় ।

সংশয় ব্যৱস্থাপনাৰ সংজ্ঞা

(প্ৰৱন্ধটো সম্পাদনা কৰি থকা হৈছে ।)