মিচিং ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
6 নং শাৰী: 6 নং শাৰী:
* লখিমপুৰ
* লখিমপুৰ
* শোণিতপুৰ
* শোণিতপুৰ
* ধেমাজি
* ধেমাজী
* ডিব্ৰুগড়
* ডিব্ৰুগড়
* শিবসাগৰ
* শিবসাগৰ
16 নং শাৰী: 16 নং শাৰী:
* ডাপ'ৰিজ'
* ডাপ'ৰিজ'
* পাচিঘাট
* পাচিঘাট
* জিৰ'
* জিৰো


==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==

09:21, 28 April 2016ৰ সংস্কৰণ

মিচিং  বা ভৈয়ামৰ মিৰি বা তাকাম এক তানি ভাষা যি মিচিং লোকৰ দ্বাৰা কথিত। মিচিং ভাষা প্ৰায় ৫ লাখ লোকৰ দ্বাৰা কথিত আৰু মিচিং ভাষী লোকৰ অধিকাংশ  অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত বাস কৰে। মিচিং আগম কেবাং মিচিং ভাষাৰ মুখ্য সাহিত্যিক অনুষ্ঠান।[1]

ভৌগোলিক বিতৰণ

মিচিং ভাষী লোক অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰে।[2] মিচিং ভাষী লোক অসমৰ:এই ঠাইসমূহত বাস কৰে:

  • লখিমপুৰ
  • শোণিতপুৰ
  • ধেমাজি
  • ডিব্ৰুগড়
  • শিবসাগৰ
  • যোৰহাট
  • গোলাঘাট
  • তিনিচুকীয়া

মিচিং ভাষী লোক অৰুণাচল প্ৰদেশৰ এই ঠাইসমূহত বাস কৰে

  • ডাপ'ৰিজ'
  • পাচিঘাট
  • জিৰ'

তথ্য সংগ্ৰহ

  1. [http://mishingagomkebang.org/ মিচিং আগম কেবাঙৰ ৱেবচাইট
  2. ethnologue