ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
IKHazarika (আলোচনা | বৰঙণি) |
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
7 নং শাৰী: | 7 নং শাৰী: | ||
==ভাৰতৰ ভাষা== |
==ভাৰতৰ ভাষা== |
||
* [[অসমীয়া ভাষা|অসমীয়া]] |
* [[অসমীয়া ভাষা|অসমীয়া]] |
||
* [[বঙালী]] |
* [[বঙালী ভাষা|বঙালী]] |
||
* [[হিন্দী]] |
* [[হিন্দী ভাষা|হিন্দী]] |
||
* [[উৰিয়া]] |
* [[উৰিয়া ভাষা|উৰিয়া]] |
||
* [[গুজৰাটী]] |
* [[গুজৰাটী ভাষা|গুজৰাটী]] |
||
* [[মাৰাঠী ভাষা|মাৰাঠী]] |
|||
* [[মাৰাঠি]] |
|||
* [[কানাড়া]] |
* [[কানাড়া ভাষা|কানাড়া]] |
||
* [[তেলেগু]] |
* [[তেলেগু ভাষা|তেলেগু]] |
||
* [[তামিল]] |
* [[তামিল ভাষা|তামিল]] |
||
* [[মালায়ালম]] |
* [[মালায়ালম ভাষা|মালায়ালম]] |
||
* [[পঞ্জাৱী ভাষা|পঞ্জাৱী]] |
|||
* [[পাঞ্জাবী]] |
|||
* [[উৰ্দু]] |
* [[উৰ্দু ভাষা|উৰ্দু]] |
||
* [[মণিপুৰী ভাষা|মণিপুৰী]] |
|||
==বৰ্ণ== |
==বৰ্ণ== |
03:57, 2 May 2016ৰ সংস্কৰণ
মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা বুলিব পাৰি। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা সাঙ্কেতিক ধ্বনিৰ সমষ্টি মাত্ৰ। এই সাঙ্কেতিক ধ্বনি-বিলাকে বহন কৰা সঙ্কেত বুজিলেই এজনে আনজনৰ বক্তব্য বুজে। এইদৰে ধ্বনি-সঙ্কেত বুজাসকলকে এক ভাষাভাষী বোলা হয়।
ৰাষ্ট্ৰসংঘৰ স্বীকৃত ভাষা
ৰাষ্ট্ৰসংঘই ৬ টা ভাষাক চৰকাৰী ভাষাৰূপে স্বীকৃতি দিছে৷ সেইকেইটা হ'ল: আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰাছিয়ান আৰু স্পেনিছ৷ ৰাষ্ট্ৰসংঘ গঠনৰ সময়তেই ইয়াৰে পাঁচটা ভাষাক নিৰ্বাচিত কৰা হৈছিল (ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ দেশীয় ভাষাসমূহৰ লগতে স্পেনিছ ভাষাক)৷ আৰবী ভাষাক ১৯৭৩ চনত যোগ কৰা হৈছিল ৷ ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ কামকাজত ইংৰাজী আৰু ফৰাচী, এই দুটা ভাষাক ব্যৱহাৰ কৰা হয়৷ৰাষ্ট্ৰসংঘৰ কাৰ্য্যালয়ৰ স্বীকৃত ভাষাৰ সংখ্যা কমাব লাগে নে (উদাহৰণ স্বৰূপে, কেৱল ইংৰাজী) বঢ়াব লাগে তাক লৈ সঘনাই বিবাদ হৈ থাকে৷ ২০০১ চনত স্পেনিছ ভাষা অধ্যুষিত ৰাষ্ট্ৰসমূহে স্পেনিছ ভাষাই ইংৰাজী ভাষাৰ সমপৰ্য্যায়ৰ মৰ্য্যদা নোপোৱা বুলি অভিযোগ তুলিছিল৷ হিন্দী ভাষাক ৰাষ্ট্ৰসংঘৰ সপ্তম চৰকাৰী ভাষাৰূপে স্বীকৃতি দিব লাগে বুলিও দাবী তোলা হৈছে৷ইংৰাজী ভাষাৰ বাবে ৰাষ্ট্ৰসংঘই ব্ৰিটিছ ব্যৱহাৰ আৰু অক্সফ'ৰ্ডৰ দ্বাৰা অনুমোদিত মান্য বানানক অনুসৰণ কৰে৷
ভাৰতৰ ভাষা
বৰ্ণ
যি সঙ্কেতৰ দ্বাৰা একোটা ধ্বনি প্ৰকাশ কৰা যায়, তাকে বৰ্ণ বোলে। বৰ্ণৰ সমষ্টিয়েই বৰ্ণমালা। বৰ্ণ কৰ্ণেন্দ্ৰিয়বেদ্য। বৰ্ণৰ চাক্ষুষ ৰূপেই অক্ষৰ বা আখৰ। অৱশ্যে বৰ্ণ আৰু আখৰ দুয়োতাকে প্ৰায় একে অৰ্থত ব্যৱহাৰ কৰা দেখা যায়।
লগতে চাওক
বাহ্যিক সংযোগ
ভাষা প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
চিত্ৰ আৰু মিডিয়া কমন্সত | |
মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিবিশ্ববিদ্যালয়ত | |
বা-বাতৰি ৱিকিসংবাদত | |
উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
কিতাপ, লিখনি আদি ৱিকিউৎসত | |
পাঠ্যপুথি ৱিকিগ্ৰন্থত |