২৪ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
2 নং শাৰী: 2 নং শাৰী:


==জন্ম==
==জন্ম==
# ১৮৯৭ চনৰ এই দিনটোতে প্ৰখ্যাত মহিলা বৈমানিক আমেলি ইয়াৰহাৰ্টৰ [[আমেৰিকা]]ত জন্ম হয় । ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাচলাই [[আটলাণ্টিক মহাসাগৰ]] অতিক্ৰম কৰিছিল।
# ১৮৯৭ চনৰ এই দিনটোতে প্ৰখ্যাত মহিলা বৈমানিক আমেলি ইয়াৰহাৰ্টৰ [[আমেৰিকা]]ত জন্ম হৈছিল । ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাচলাই [[আটলাণ্টিক মহাসাগৰ]] অতিক্ৰম কৰিছিল।
# ১৮০২ চনৰ এই দিনটোতে ফৰাচী ঔপন্যাসিক [[আলেকজেণ্ডাৰ ডুমা]]ৰ জন্ম হৈছিল।


==মৃত্যু==
==মৃত্যু==

06:09, 24 July 2016ৰ সংস্কৰণ

২৪ জুলাই দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২০৫ তম (অধিবৰ্ষত ২০৬ তম) দিন। বছৰটো শেষ হ’বলৈ এই পৰা মুঠ ১৬০ টা দিন বাকী থাকে। এই দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম

  1. ১৮৯৭ চনৰ এই দিনটোতে প্ৰখ্যাত মহিলা বৈমানিক আমেলি ইয়াৰহাৰ্টৰ আমেৰিকাত জন্ম হৈছিল । ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাচলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।
  2. ১৮০২ চনৰ এই দিনটোতে ফৰাচী ঔপন্যাসিক আলেকজেণ্ডাৰ ডুমাৰ জন্ম হৈছিল।

মৃত্যু

  1. ১৯৭৪ বৰ্ষৰ এই দিনটোতে পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী (১৯৩৫) নিউট্ৰণৰ আৱিষ্কাৰক জেমছ ছেডউইকৰ মৃত্যু হয় ৷
  2. ১৯৮০ চনৰ এই দিনটোতে বাংলা বোলছবিৰ খ্যাতিমান অভিনেতা উত্তম কুমাৰ চট্টোপাধ্যায়ৰ মৃত্যু হয় ।

ইত্যাদি

  1. ২০০৭ চনৰ এই দিনটোতে ভাৰতবৰ্ষৰ দ্বাদশগৰাকী তথা প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিল-এ শপত গ্ৰহণ কৰে ।
  2. এই দিনটোতে সাহিত্যিক মহাশ্বেতা দেৱীলৈ ৰমণ মেগছেছ বঁটা ঘোষণা কৰা হয়।
  3. ১৯৯৭ চনৰ এই দিনটোতে প্ৰাক্তন প্ৰধান মন্ত্ৰী গুলজাৰিলাল নন্দ আৰু অৰুণা আছফ আলীলৈ (মৰণোত্তৰভাৱে ) ভাৰতৰত্ন সন্মান ঘোষণা কৰা হয়।
  4. ১৯৮৫ বৰ্ষৰ এই দিনটোতে ৰাজীৱ গান্ধী আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাৱ চুক্তি স্বাক্ষৰিত হয় ৷
  5. ১৯৮৩ চনৰ এই দিনটোতে প্ৰখ্যাত অভিনেতা মহাদেৱী বাৰ্মালৈ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয় ৷
  6. আজি ইজিপ্টৰ ৰাষ্ট্ৰীয় দিৱস।

বাহ্যিক সংযোগ