মাওলাইনং গাঁও: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
20 নং শাৰী: 20 নং শাৰী:
| subdivision_type = দেশ
| subdivision_type = দেশ
| subdivision_name = {{flag|India}}
| subdivision_name = {{flag|India}}
| subdivision_type1 = রাজ্য
| subdivision_type1 = ৰাজ্য
| subdivision_name1 = [[মেঘালয়]]
| subdivision_name1 = [[মেঘালয়]]
| subdivision_type2 = জিলা
| subdivision_type2 = জিলা
56 নং শাৰী: 56 নং শাৰী:
| footnotes =
| footnotes =
}}
}}
মাওলাইনং এখন সৰু  কিন্তু আটকধুনীয়া পাহাৰীয়া গাওঁ।<ref>[http://iay.nic.in/netiay/benf_lvl2.aspx?page=p&panchayat_code=2102008002&panchayat_name=Mawlynnong&state_code=21&state_name=MEGHALAYA&district_name=EAST%20KHASI%20HILLS&block_name=PYNURSLA,&fin_year=2010-2011&shortname=MG IAY Report for Financial year 2010-2011]</ref> [[ভাৰতবৰ্ষ]]ৰ [[মেঘালয়]] ৰাজ্যৰ পূৱ খাচী হিলচ ত অৱস্থিত এই গাৱঁৰ বৈশিষ্ট্য এয়ে যে, এইখন '''[[এচিয়া]] মহাদেশৰ ''সবাতোকৈ পৰিস্কাৰ'' গাওঁ'''।<ref>{{cite web|url=http://www.ndtv.com/india-news/asias-cleanest-village-is-in-meghalaya-702737|title=Asia's Cleanest Village is in Meghalaya}}</ref> খাচীয়া সম্প্ৰদায়ৰ এই গাওঁখনৰ সমাজ মাতৃপ্ৰধান।<ref>[http://www.washingtonpost.com/news/in-sight/wp/2015/04/17/kingdom-of-girls-women-hold-power-in-this-remote-indian-village/ Kingdom of girls: Women hold power in this remote Indian village]" '[[Washington Post]]''. April 17th 2015. Retrieved on June 6, 2015.</ref>
মাওলাইনং এখন সৰু  কিন্তু আটকধুনীয়া পাহাৰীয়া গাঁও।<ref>[http://iay.nic.in/netiay/benf_lvl2.aspx?page=p&panchayat_code=2102008002&panchayat_name=Mawlynnong&state_code=21&state_name=MEGHALAYA&district_name=EAST%20KHASI%20HILLS&block_name=PYNURSLA,&fin_year=2010-2011&shortname=MG IAY Report for Financial year 2010-2011]</ref> [[ভাৰতবৰ্ষ]]ৰ [[মেঘালয়]] ৰাজ্যৰ পূৱ খাচী হিলচ ত অৱস্থিত এই গাঁৱৰ বৈশিষ্ট্য এয়ে যে, এইখন '''[[এচিয়া]] মহাদেশৰ ''সবাতোকৈ পৰিস্কাৰ'' গাঁও'''।<ref>{{cite web|url=http://www.ndtv.com/india-news/asias-cleanest-village-is-in-meghalaya-702737|title=Asia's Cleanest Village is in Meghalaya}}</ref> খাচীয়া সম্প্ৰদায়ৰ এই গাঁওখনৰ সমাজ মাতৃপ্ৰধান।<ref>[http://www.washingtonpost.com/news/in-sight/wp/2015/04/17/kingdom-of-girls-women-hold-power-in-this-remote-indian-village/ Kingdom of girls: Women hold power in this remote Indian village]" '[[Washington Post]]''. April 17th 2015. Retrieved on June 6, 2015.</ref>
এই গাওঁখন পাইনুৰ্চলা সাম্প্ৰদায়িক বিকাশ কেন্দ্ৰ আৰু  পাইনুৰ্চলা বিধান সভাৰ অন্তৰ্গত।<ref>[http://ceomeghalaya.nic.in/erolls/27-pynursla.htm Electoral roll of Pynurla (ST) constituency], Election Department, Government of Meghalaya.</ref>
এই গাঁওখন পাইনুৰ্চলা সাম্প্ৰদায়িক বিকাশ কেন্দ্ৰ আৰু পাইনুৰ্চলা বিধান সভাৰ অন্তৰ্গত।<ref>[http://ceomeghalaya.nic.in/erolls/27-pynursla.htm Electoral roll of Pynurla (ST) constituency], Election Department, Government of Meghalaya.</ref>


==ভৌগোলিক স্থিতি ==
==ভৌগোলিক স্থিতি ==
64 নং শাৰী: 64 নং শাৰী:


==জনসংখ্যা==
==জনসংখ্যা==
২০১৫ চনৰ লোকপিয়ল অনুসৰি গাওঁখনৰ মুঠ জনসংখ্যা ৫০০জন,<ref name=Nieves>Nieves, Evelyn. "[http://lens.blogs.nytimes.com/2015/06/03/girls-rule-in-an-indian-village/?src=me Girls Rule in an Indian Village]" ([http://www.webcitation.org/6Z2bga0sA Archive]). ''[[The New York Times]]''. June 3, 2015. Retrieved on June 5, 2015.</ref> আৰু ইয়াত মুঠ ৯৫ টা পৰিয়াল আছে ।<ref>[http://nrega.nic.in/netnrega/writereaddata/state_out/backlogall_2102008_local_1112.html Availability of MGNrega data on MGNREGA soft MIS]</ref> স্বাক্ষৰতাৰ হাৰ ১০০% ।<ref name="megtourism_eco">[http://megtourism.gov.in/ecodestination.html Eco Destination], Department of Tourism, Government of Meghalaya</ref>
২০১৫ চনৰ লোকপিয়ল অনুসৰি গাঁওখনৰ মুঠ জনসংখ্যা ৫০০জন,<ref name=Nieves>Nieves, Evelyn. "[http://lens.blogs.nytimes.com/2015/06/03/girls-rule-in-an-indian-village/?src=me Girls Rule in an Indian Village]" ([http://www.webcitation.org/6Z2bga0sA Archive]). ''[[The New York Times]]''. June 3, 2015. Retrieved on June 5, 2015.</ref> আৰু ইয়াত মুঠ ৯৫ টা পৰিয়াল আছে ।<ref>[http://nrega.nic.in/netnrega/writereaddata/state_out/backlogall_2102008_local_1112.html Availability of MGNrega data on MGNREGA soft MIS]</ref> স্বাক্ষৰতাৰ হাৰ ১০০% ।<ref name="megtourism_eco">[http://megtourism.gov.in/ecodestination.html Eco Destination], Department of Tourism, Government of Meghalaya</ref>


==বৃত্তি ==
==বৃত্তি ==
গাওঁখনিৰ উৰ্পাজনৰ প্ৰধান উৎস হৈছে কৃষি ৷ [[অসম]]ৰ দৰেই ইয়াত [[তামোল গছ]]ৰ পৰিমাণ বেছি সেয়ে [[চুপাৰী]]ৰ ব্যৱসায় দেখা যায়।<ref name="megtourism_eco"/> পৰ্যটনৰ দিশৰ পৰাও কম পৰিমাণে হ'লেও লাভাৱান্বিত হয়।
গাঁওখনিৰ উৰ্পাজনৰ প্ৰধান উৎস হৈছে কৃষি ৷ [[অসম]]ৰ দৰেই ইয়াত [[তামোল গছ]]ৰ পৰিমাণ বেছি সেয়ে [[চুপাৰী]]ৰ ব্যৱসায় দেখা যায়।<ref name="megtourism_eco"/> পৰ্যটনৰ দিশৰ পৰাও কম পৰিমাণে হ'লেও লাভাৱান্বিত হয়।


==মাতৃপ্ৰধান সমাজ ==
==মাতৃপ্ৰধান সমাজ ==
73 নং শাৰী: 73 নং শাৰী:


==পৰিস্কাৰ পৰিচন্নতা==
==পৰিস্কাৰ পৰিচন্নতা==
পৰিস্কাৰ পৰিচন্নতাৰ বাবেই মাওলাইনং আজি পৃথিৱী বিখ্যাত।<ref>[http://www.india-north-east.com/2011/06/mawlynnong-cleanest-village-of-asia.html Mawlynnong - the cleanest village of Asia], ''India-north-east.com''</ref> চাফ চিকুণতা বজাই ৰখাত শিশুৰ পৰা বৃদ্ধলৈ কোনোৱেই কৃপণালী নকৰে। এক নিৰ্দ্দিষ্ট দূৰত্বৰ আৰেঁ আৰেঁ থকা  বাহঁৰ ডাষ্টবিনত পেলনীয়া সামগ্ৰী নিক্ষেপ কৰে। গাওঁখন ২০০৩ চনত এচিয়াৰ আৰু ২০০৫ চনত ভাৰতৰ সবাতোকৈ পৰিস্কাৰ গাওঁ হিচপে বিবেচিত হৈছে।<ref name="megtourism_eco"/>
পৰিস্কাৰ পৰিচন্নতাৰ বাবেই মাওলাইনং আজি পৃথিৱী বিখ্যাত।<ref>[http://www.india-north-east.com/2011/06/mawlynnong-cleanest-village-of-asia.html Mawlynnong - the cleanest village of Asia], ''India-north-east.com''</ref> চাফ চিকুণতা বজাই ৰখাত শিশুৰ পৰা বৃদ্ধলৈ কোনোৱেই কৃপণালী নকৰে। এক নিৰ্দ্দিষ্ট দূৰত্বৰ আৰেঁ আৰেঁ থকা  বাহঁৰ ডাষ্টবিনত পেলনীয়া সামগ্ৰী নিক্ষেপ কৰে। গাঁওখন ২০০৩ চনত এচিয়াৰ আৰু ২০০৫ চনত ভাৰতৰ সবাতোকৈ পৰিষ্কাৰ গাঁও হিচপে বিবেচিত হৈছে।<ref name="megtourism_eco"/>


==পৰ্যটন কেন্দ্ৰ==
==পৰ্যটন কেন্দ্ৰ==
প্ৰকৃতিয়ে গাওঁ খনক পৰ্যটনৰো সুবিধা কৰি দিছে। ইয়াৰে দাতিকাষৰীয়া ৰিৱাই অঞ্চলত লিভিং ৰুট ব্ৰিডজ(living root bridge)আছে ,যি, প্ৰাকৃতিক শৈলীৰ গছৰ শিপাৰ দলং। ইয়াত ৮৫ ফুট ওখ বাহৰ চাং আছে য'ৰ পৰা [[বাংলাদেশ]]ৰ সমভূমি দৃষ্টিগোচৰ হয় (sky view point)। এনেধৰণৰ পৰ্যটন স্থলীবোৰে ক্ৰমশঃ গাওঁখনৰ গুৰুত্বতা বৃদ্ধি কৰিছে ।
প্ৰকৃতিয়ে গাঁও খনক পৰ্যটনৰো সুবিধা কৰি দিছে। ইয়াৰে দাতিকাষৰীয়া ৰিৱাই অঞ্চলত লিভিং ৰুট ব্ৰিডজ (living root bridge) আছে, যি, প্ৰাকৃতিক শৈলীৰ গছৰ শিপাৰ দলং। ইয়াত ৮৫ ফুট ওখ বাহৰ চাং আছে য'ৰ পৰা [[বাংলাদেশ]]ৰ সমভূমি দৃষ্টিগোচৰ হয় (sky view point)। এনেধৰণৰ পৰ্যটন স্থলীবোৰে ক্ৰমশঃ গাঁওখনৰ গুৰুত্বতা বৃদ্ধি কৰিছে ।
==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}

08:12, 1 November 2016ৰ সংস্কৰণ

মাওলাইনং
—  গাঁও  —
মাওলাইনং is located in India
মাওলাইনং
ভৌগোলিক স্থানাংক: 25°11′59″N 91°55′54″E / 25.19972°N 91.93167°E / 25.19972; 91.93167স্থানাংক: 25°11′59″N 91°55′54″E / 25.19972°N 91.93167°E / 25.19972; 91.93167
দেশ  ভাৰত
ৰাজ্য মেঘালয়
জিলা পূৱ খাচী হিলচ
Block পাইনুৰ্চলা
জনসংখ্যা (২০১৫)
 - মুঠ ৫০০ জন
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)

মাওলাইনং এখন সৰু  কিন্তু আটকধুনীয়া পাহাৰীয়া গাঁও।[1] ভাৰতবৰ্ষমেঘালয় ৰাজ্যৰ পূৱ খাচী হিলচ ত অৱস্থিত এই গাঁৱৰ বৈশিষ্ট্য এয়ে যে, এইখন এচিয়া মহাদেশৰ সবাতোকৈ পৰিস্কাৰ গাঁও[2] খাচীয়া সম্প্ৰদায়ৰ এই গাঁওখনৰ সমাজ মাতৃপ্ৰধান।[3] এই গাঁওখন পাইনুৰ্চলা সাম্প্ৰদায়িক বিকাশ কেন্দ্ৰ আৰু পাইনুৰ্চলা বিধান সভাৰ অন্তৰ্গত।[4]

ভৌগোলিক স্থিতি

ভৌগোলিক স্থিতি ২৫°১১'৫৯"উ আৰু ৯১°৫৫'৫৪"পূ মাওলাইনং শ্বিলংৰ পৰা ভাৰত বাংলাদেশ সীমান্তৰ দিশত ৯০ কি.মি দূৰত্বত অৱস্থিত ।[5]

জনসংখ্যা

২০১৫ চনৰ লোকপিয়ল অনুসৰি গাঁওখনৰ মুঠ জনসংখ্যা ৫০০জন,[6] আৰু ইয়াত মুঠ ৯৫ টা পৰিয়াল আছে ।[7] স্বাক্ষৰতাৰ হাৰ ১০০% ।[8]

বৃত্তি

গাঁওখনিৰ উৰ্পাজনৰ প্ৰধান উৎস হৈছে কৃষি ৷ অসমৰ দৰেই ইয়াত তামোল গছৰ পৰিমাণ বেছি সেয়ে চুপাৰীৰ ব্যৱসায় দেখা যায়।[8] পৰ্যটনৰ দিশৰ পৰাও কম পৰিমাণে হ'লেও লাভাৱান্বিত হয়।

মাতৃপ্ৰধান সমাজ

খাচী সম্প্ৰদায়ৰ পৰম্পৰা অনুসৰি এই সমাজৰ সন্তানে জন্মসূত্ৰে মাতৃৰ উপাধি লাভ কৰে। উত্তৰাধিকাৰী সূত্ৰেও পৰিয়ালৰ জেষ্ঠা কন্যাই হে সা-সম্পত্তি লাভ কৰে।[9]

পৰিস্কাৰ পৰিচন্নতা

পৰিস্কাৰ পৰিচন্নতাৰ বাবেই মাওলাইনং আজি পৃথিৱী বিখ্যাত।[10] চাফ চিকুণতা বজাই ৰখাত শিশুৰ পৰা বৃদ্ধলৈ কোনোৱেই কৃপণালী নকৰে। এক নিৰ্দ্দিষ্ট দূৰত্বৰ আৰেঁ আৰেঁ থকা  বাহঁৰ ডাষ্টবিনত পেলনীয়া সামগ্ৰী নিক্ষেপ কৰে। গাঁওখন ২০০৩ চনত এচিয়াৰ আৰু ২০০৫ চনত ভাৰতৰ সবাতোকৈ পৰিষ্কাৰ গাঁও হিচপে বিবেচিত হৈছে।[8]

পৰ্যটন কেন্দ্ৰ

প্ৰকৃতিয়ে গাঁও খনক পৰ্যটনৰো সুবিধা কৰি দিছে। ইয়াৰে দাতিকাষৰীয়া ৰিৱাই অঞ্চলত লিভিং ৰুট ব্ৰিডজ (living root bridge) আছে, যি, প্ৰাকৃতিক শৈলীৰ গছৰ শিপাৰ দলং। ইয়াত ৮৫ ফুট ওখ বাহৰ চাং আছে য'ৰ পৰা বাংলাদেশৰ সমভূমি দৃষ্টিগোচৰ হয় (sky view point)। এনেধৰণৰ পৰ্যটন স্থলীবোৰে ক্ৰমশঃ গাঁওখনৰ গুৰুত্বতা বৃদ্ধি কৰিছে ।

তথ্য সংগ্ৰহ