ভাৰত চৰকাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
Bot: Migrating 1 langlinks, now provided by Wikidata on d:q2767140
Bot: Migrating 1 interwiki links, now provided by Wikidata on d:Q2767140
19 নং শাৰী: 19 নং শাৰী:
[[শ্ৰেণী:পোখালি (ভাৰত)]]
[[শ্ৰেণী:পোখালি (ভাৰত)]]
[[শ্ৰেণী:ভাৰত চৰকাৰ]]
[[শ্ৰেণী:ভাৰত চৰকাৰ]]

[[ml:ഭാരത സര്‍ക്കാര്‍]]

01:14, 2 November 2016ৰ সংস্কৰণ

ভাৰত চৰকাৰক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়। ২৮ খন ৰাজ্য আৰু ৭ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰনকৰ্তা হৈছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ মূখ্য আসন বুলি দিল্লীক বুজায়, যিহেতু চৰকাৰৰ মূখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়।

ভাৰত দেশৰ নাগৰিক সকলৰ লগত সম্পৰ্কীত বুনিয়াদী দেৱানী আৰু ফৌজদাৰী আইন, যেনে নাগৰিক পক্ৰিয়া সংহিতা, ভাৰতীয় দণ্ড সংহিতা, অপৰাধ পক্ৰিয়া সংহিতা, আদি সংসদৰ দ্বাৰা নিৰ্মান হয়। সংঘ আৰু প্ৰতিখন ৰাজ্যৰে চৰকাৰক তিনি অংশ, কাৰ্যপালিকা, বিধায়িকা আৰু ন্যায়পালিকাৰ অন্তৰ্গত কাম কৰে।


তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ