মুহাম্মদ ইউনুছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox person | name = মুহাম্মদ ইউনুছ <br /> Muhammad Yunus | color = lightgray | image = Muhammad...
(কোনো পাৰ্থক্য নাই)

15:58, 16 November 2016ৰ সংস্কৰণ

মুহাম্মদ ইউনুছ
Muhammad Yunus

ছুইজাৰলেণ্ডৰ ডেভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক ফৰামত মুহাম্মদ ইউনুছ, ২৫ জানুৱাৰী ২০১২
জন্ম ২৮ জুন, ১৯৪০ (৮৩ বছৰ)
চট্টগ্ৰাম, বাংলাদেশ
ৰাষ্ট্ৰীয়তা বাংলাদেশ বাংলাদেশী
নাগৰিকত্ব  বাংলাদেশ
শিক্ষানুষ্ঠান ঢাকা বিশ্ববিদ্যালয়
কলোৰাডো বিশ্ববিদ্যালয়
ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়
পেচা বেংকাৰ
অৰ্থনীতিবিদ
ধৰ্ম ইছলাম
দাম্পত্যসঙ্গী ভেৰা ফৰোষ্টেনকো (১৯৭০-১৯৭৯)
আফৰোজী ইউনুছ (বৰ্তমান)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি
স্বাক্ষৰ

অধ্যাপক ডঃ মুহাম্মদ ইউনুছ (জন্ম: ২৮ জুন, ১৯৪০) এজন বাংলাদেশী নোবেল বঁটা বিজয়ী বেংকাৰ আৰু অৰ্থনীতিবিদ। তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ এজন অধ্যাপক। তেওঁ ক্ষুদ্ৰঋণ ধাৰণাৰ প্ৰৱৰ্তক । অধ্যাপক ইউনুছ গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠাতা। মুহাম্মদ ইউনুছ আৰু তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত গ্ৰামীণ বেংক যৌথভাবে ২০০৬ চনত শান্তিৰ নোবেল বঁটা লাভ কৰে। তেওঁ প্ৰথম বাংলাদেশী হিচাপে এই বঁটা লাভ কৰে। ইউনুছ বিশ্ব খাদ্য বঁটা সহ কেইবাটাও জাতীয় আৰু আন্তৰ্জাতিক পুৰস্কাৰ লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

  1. "List of Independence Awardees" (bn ভাষাত). Cabinet Division, Government of People's Republic of Bangladesh. http://old.cabinet.gov.bd/view_award.php?year_select=1987&Submit=GO&lang=en। আহৰণ কৰা হৈছে: 29 November 2012.