আব্ৰাহামিক ধৰ্ম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী: 1 নং শাৰী:
[[File:Three main Abrahamic Religions.png|thumb|ইহুদিসকলৰ [[ডেভিড বা দাউদৰ তৰা]] (উপৰত), [[খ্ৰীষ্টানৰ ক্রুচ]] (মাজত), [[ইছলাম]]ৰ [[জোন আৰু তৰা]] (তলত)]]
[[File:Three main Abrahamic Religions.png|thumb|ইহুদিসকলৰ [[ডেভিড বা দাউদৰ তৰা]] (উপৰত), [[খ্ৰীষ্টানৰ ক্রুচ]] (মাজত), [[ইছলাম]]ৰ [[জোন আৰু তৰা]] (তলত)]]
'''ইব্ৰাহিমীয় ধর্ম''' বা '''আব্ৰাহামিক ধর্ম''' ({{lang-en|Abrahamic Religion}}) বুলিলে [[একেশ্বৰবাদ|একেশ্বৰবাদী]] ধর্মসমূহক বুজোৱা হয়, যিসকলৰ মাজত [[ইব্ৰাহিম]]ৰ সৈতে সম্পৰ্কিত ধর্মীয় উৎপত্তি<ref>
'''ইব্ৰাহিমীয় ধর্ম''' বা '''আব্ৰাহামিক ধর্ম''' ({{lang-en|Abrahamic Religions}}) বুলিলে [[একেশ্বৰবাদ|একেশ্বৰবাদী]] ধর্মসমূহক বুজোৱা হয়, যিসকলৰ মাজত [[ইব্ৰাহিম]]ৰ সৈতে সম্পৰ্কিত ধর্মীয় উৎপত্তি<ref>
{{cite web
{{cite web
|year=2010
|year=2010

11:25, 8 February 2017ৰ সংস্কৰণ

ইহুদিসকলৰ ডেভিড বা দাউদৰ তৰা (উপৰত), খ্ৰীষ্টানৰ ক্রুচ (মাজত), ইছলামজোন আৰু তৰা (তলত)

ইব্ৰাহিমীয় ধর্ম বা আব্ৰাহামিক ধর্ম (ইংৰাজী: Abrahamic Religions) বুলিলে একেশ্বৰবাদী ধর্মসমূহক বুজোৱা হয়, যিসকলৰ মাজত ইব্ৰাহিমৰ সৈতে সম্পৰ্কিত ধর্মীয় উৎপত্তি[1] অথবা ধৰ্মীয় ইতিহাসগত ধাৰাবাহিকতা বিদ্যমান।[2][3][4] এইসকলো ধর্ম হজৰত ইব্ৰাহিম (আঃ) অথবা তেখেতৰ বংশধৰে প্রচাৰ কৰিছিল। ভাৰত, চীন, জাপান ইত্যাদি দেশৰ উপজাতিয় অঞ্চলৰ বাদ দি গোটেই বিশ্বত এই মতবাদৰ আধিপত্য। তুলনামূলক ধর্মতত্ত্বত যি তিনিটা ধর্মগত শ্রেণীবিন্যাস পোৱা যায়, সিহঁতৰ মাজত ইব্রাহিমীয় ধর্ম এটা শ্রেণী; অন্য দুটা শ্রেণী হৈছে ভাৰতীয় ধৰ্ম (উদাহৰণ- হিন্দু ধৰ্ম) আৰু পূৰ্ৱ এচিয় ধৰ্ম[5]

তথ্যসূত্ৰ

  1. "Philosophy of Religion". Encyclopædia Britannica. 2010. Archived from the original on 21 July 2010. http://www.britannica.com/EBchecked/topic/497132/philosophy-of-religion। আহৰণ কৰা হৈছে: 24 June 2010. 
  2. Massignon 1949, পৃষ্ঠা 20–23
  3. Smith 1998, পৃষ্ঠা 276
  4. Derrida 2002, পৃষ্ঠা 3
  5. C.J. Classification of religions: Geographical. Encyclopædia Britannica, 2007. Accessed: 15 May 2013


বিষয়শ্ৰেণী:আব্ৰাহামীয় ধৰ্ম বিষয়শ্ৰেণী:ধৰ্ম