গুজৰাটী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
14 নং শাৰী: 14 নং শাৰী:
|iso1=gu|iso2=guj|iso3=guj
|iso1=gu|iso2=guj|iso3=guj
|notice=}}
|notice=}}
'''গুজৰাটী ভাষা''' (গুজৰাটী ভাষাত: ગુજરાતી ''গুজৰাতী'') ভাষা [[ইন্দো-আৰ্য ভাষাসমূহ|ইন্দো-আৰ্য ভাষা]]। ই বৃহত্তৰ [[ইন্দো-ইউৰোপীয় ভাষা-পৰিবাৰ|ইন্দো-ইউৰোপীয় ভাষা-পৰিবাৰৰ]] অন্তৰ্ভুক্ত। ভাষাটো [[ভাৰত|ভাৰতৰ]] [[গুজৰাট]] ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।
'''গুজৰাটী ভাষা''' (গুজৰাটী ভাষাত: ગુજરાતી ''গুজৰাতী'') ইণ্ডো-আৰ্য ভাষা । ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো [[ভাৰত|ভাৰতৰ]] [[গুজৰাট]] ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।


গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে। মাতৃভাষীৰ সংখ্যাৰ হিচাপত বিশ্বত ইয়াৰ স্থান ২৬তম।
গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে। মাতৃভাষীৰ সংখ্যাৰ হিচাপত বিশ্বত ইয়াৰ স্থান ২৬তম।

16:51, 16 February 2017ৰ সংস্কৰণ

গুজৰাটী ভাষা (গুজৰাটী ভাষাত: ગુજરાતી গুজৰাতী) ইণ্ডো-আৰ্য ভাষা । ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।

গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে। মাতৃভাষীৰ সংখ্যাৰ হিচাপত বিশ্বত ইয়াৰ স্থান ২৬তম।

সাঁচ:পৃথিৱীৰ প্ৰধান ভাষা

বিষয়শ্ৰেণী:ভাষা