উত্তৰ আমেৰিকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
35 নং শাৰী: 35 নং শাৰী:
* [[চিত্ৰ:Flag of Antigua and Barbuda.svg|22x20px|এন্টিগুৱা আৰু বাৰ্বুডাৰ পতাকা]] [[এণ্টিগুৱা আৰু বাৰ্বুডা]]
* [[চিত্ৰ:Flag of Antigua and Barbuda.svg|22x20px|এন্টিগুৱা আৰু বাৰ্বুডাৰ পতাকা]] [[এণ্টিগুৱা আৰু বাৰ্বুডা]]
* [[চিত্ৰ:Flag of the Bahamas.svg|22x20px|বাহামাৰ পতাকা]] [[বাহামা]]
* [[চিত্ৰ:Flag of the Bahamas.svg|22x20px|বাহামাৰ পতাকা]] [[বাহামা]]
* [[চিত্ৰ:Flag of Barbados.svg|22x20px|বাৰ্বাদোচৰ পতাকা]] [[বাৰ্বাদোচ]]
* [[চিত্ৰ:Flag of Barbados.svg|22x20px|বাৰ্বাদোজৰ পতাকা]] [[বাৰ্বাদোজ]]
* [[চিত্ৰ:Flag of Belize.svg|22x20px|বেলিজৰ পতাকা]] [[বেলিজ]]
* [[চিত্ৰ:Flag of Belize.svg|22x20px|বেলিজৰ পতাকা]] [[বেলিজ]]
* [[চিত্ৰ:Flag of Canada.svg|22x20px|কানাডাৰ পতাকা]] [[কানাডা]]
* [[চিত্ৰ:Flag of Canada.svg|22x20px|কানাডাৰ পতাকা]] [[কানাডা]]
* [[চিত্ৰ:Flag of Costa Rica.svg|22x20px|কোষ্টা ৰিকাৰ পতাকা]] [[কোষ্টা ৰিকা]]
* [[চিত্ৰ:Flag of Costa Rica.svg|22x20px|কোষ্টা ৰিকাৰ পতাকা]] [[কোষ্টা ৰিকা]]
* [[চিত্ৰ:Flag of Cuba.svg|22x20px|কিউবাৰ পতাকা]] [[কিউবা]]
* [[চিত্ৰ:Flag of Cuba.svg|22x20px|কিউবাৰ পতাকা]] [[কিউবা]]
* [[চিত্ৰ:Flag of Dominica.svg|22x20px|ডোমিনিকাৰ পতাকা]] [[ডোমিনিকা]]
* [[চিত্ৰ:Flag of Dominica.svg|22x20px|ডোমিনিকাৰ পতাকা]] [[ড'মিনিকা]]
| width="20" |
| width="20" |
| valign=top |
| valign=top |
* [[চিত্ৰ:Flag of the Dominican Republic.svg|22x20px|ডোমেনিকান প্ৰজাতন্ত্ৰৰ পতাকা]] [[ডোমেনিকান প্ৰজাতন্ত্ৰ]]
* [[চিত্ৰ:Flag of the Dominican Republic.svg|22x20px|ড'মিনিকান প্ৰজাতন্ত্ৰৰ পতাকা]] [[ড'মিনিকান প্ৰজাতন্ত্ৰ]]
* [[চিত্ৰ:Flag of El Salvador.svg|22x20px|এল চালভাদৰৰ পতাকা]] [[এল চালভাদৰ]]
* [[চিত্ৰ:Flag of El Salvador.svg|22x20px|এল চালভাদৰৰ পতাকা]] [[এল চালভাদৰ]]
* [[চিত্ৰ:Flag of Grenada.svg|22x20px|গ্ৰনাডাৰ পতাকা]] [[গ্ৰানাডা]]
* [[চিত্ৰ:Flag of Grenada.svg|22x20px|গ্ৰনাডাৰ পতাকা]] [[গ্ৰানাডা]]

04:23, 21 October 2017ৰ সংস্কৰণ

উত্তৰ আমেৰিকা
মাটিকালি 24,709,000 km2
(9,540,000 sq mi)
জনসংখ্যা 528,720,588 (2008, চতুৰ্থ)
জনঘনত্ব 22.9/km2 (59.3/sq mi)[1]
বাসিন্দা উত্তৰ আমেৰিকান, আমেৰিকান[2]
দেশসমূহ 23 (তালিকা)
অধীনস্থ অঞ্চলসমূহ 25 (তালিকা)
ভাষাসমূহ ইংৰাজী, স্পেনিছ, ফৰাছী, গ্ৰীণলেণ্ডিক আৰু বহুতো
সময় অঞ্চলসমূহ UTC-10 ৰ পৰা UTC±0 লৈ
বৃহত্তম নগৰসমূহ
তালিকা

উত্তৰ আমেৰিকা (ইংৰাজী: North America; স্পেনীছ: América del Norte বা Norteamérica; ফৰাচী: Amérique du Nord; ওলন্দাজ: Noord-Amerika; পাপিয়ামেন্টো: Nort Amerika; গ্ৰীণলেণ্ডিক: Amerika Avannarleq) পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভূক্ত এখন মহাদেশ।[3] মহাদেশখন পৃথিৱীৰ উত্তৰ আৰু পশ্চিম গোলাৰ্ধত অৱস্থিত। ইয়াৰ উত্তৰত উত্তৰ মহাসাগৰ, পূৱত উত্তৰ আটলান্টিক মহাসাগৰ, দক্ষিণ-পূৱত কেৰিবীয় সাগৰ, আৰু দক্ষিণ আৰু পশ্চিমৰ প্ৰশান্ত মহাসাগৰ অৱস্থিত। ইয়াৰ দক্ষিণ-পূৱত দক্ষিণ আমেৰিকা মহাদেশে অৱস্থান কৰিছে। উত্তৰ আমেৰিকাৰ মাটিকালি ২,৪৭,০৯,০০০ বৰ্গ কিমি, যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ৪.৮% আৰু ভূ-ভাগৰ ১৬.৫%। ২০০৮ চনৰ পিয়ল অনুসৰি এই মহাদেশৰ জনসংখ্যা হৈছে প্ৰায় ৫২ কোটি। মাটিকালিৰ দিশৰ পৰা উত্তৰ আমেৰিকা এছিয়া আৰু আফ্ৰিকা মহাদেশৰ পাছতে তৃতীয় বৃহত্তম আৰু জনসংখ্যাৰ ফালৰপৰা এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ পাছতে চতুৰ্থ বৃহত্তম মহাদেশ। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও (ইংৰাজী: The Americas) বুলা হয়।

ৰাষ্ট্ৰসমূহ

অঞ্চলসমূহ

এই অংশত সাৰ্বভৌমত্ব নথকা, কিন্তু ওপৰত উল্লেখিত ৰাষ্ট্ৰসমূহৰ অংশ নোহোৱা অঞ্চলসমূহ অন্তৰ্ভূক্ত কৰা হৈছে।

পৰাধীন অঞ্চল

  • অংগুইলাৰ পতাকা অংগুইলা (যুক্তৰাজ্য)
  • আৰুবাৰ পতাকা আৰুবা (নেডাৰলেণ্ড সাম্ৰাজ্য)
  • আমেৰিকাৰ পতাকা বাজো নুইভ বেঙ্ক (যুক্তৰাষ্ট্ৰ)
  • বাৰ্মুদাৰ পতাকা বাৰ্মুদা (যুক্তৰাজ্য)
  • ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জৰ পতাকা ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জ (যুক্তৰাজ্য)
  • কেমন দ্বীপপুঞ্জৰ পতাকা কেমন দ্বীপপুঞ্জ (যুক্তৰাজ্য)
  • ফ্ৰান্সৰ পতাকা ক্লিপাৰটন দ্বীপপুঞ্জ (ফ্ৰান্স)
  • কুৰচাবোৰ পতাকা কুৰচাবো (নেডাৰলেণ্ড সাম্ৰাজ্য)
  • গ্ৰীনলেণ্ডৰ পতাকা গ্ৰীনলেণ্ড (ডেনমাৰ্ক)
  • মণ্টচেৰ্ৰাটৰ পতাকা মণ্টচেৰ্ৰাট (যুক্তৰাজ্য)
  • আমেৰিকাৰ পতাকা নাবাসা দ্বীপ (যুক্তৰাষ্ট্ৰ)
  • পুয়েৰ্তো ৰিকোৰ পতাকা পুয়েৰ্তো ৰিকো (যুক্তৰাষ্ট্ৰ)
  • ফ্ৰান্সৰ পতাকা চেণ্ট বাৰ্থেলমী (ফ্ৰান্স)
  • ফ্ৰান্সৰ পতাকা চেণ্ট মাৰ্টিন (ফ্ৰান্স)
  • ফ্ৰান্সৰ পতাকা চেণ্ট প্যেৰ আৰু মিকালোঁ (ফ্ৰান্স)
  • আমেৰিকাৰ পতাকা চেৰানিল্লা বেঙ্ক (যুক্তৰাষ্ট্ৰ)
  • চিণ্ট মৰ্টেনৰ পতাকা চিণ্ট মৰ্টেন (নেডাৰলেণ্ড সাম্ৰাজ্য)
  • টাৰ্কচ আৰু কেইকোচ দ্বীপপুঞ্জৰ পতাকা টাৰ্কচ আৰু কেইকোচ দ্বীপপুঞ্জ (যুক্তৰাজ্য)
  • মাৰ্কিন ভাৰ্জিন দ্বীপপুঞ্জৰ পতাকা মাৰ্কিন ভাৰ্জিন দ্বীপপুঞ্জ (যুক্তৰাষ্ট্ৰ)

আন অঞ্চল

  • বৌনাৰৰ পতাকা বৌনাৰ (নেডাৰলেণ্ড)
  • ফ্ৰান্সৰ পতাকা গুয়াদলুপ (ফ্ৰান্স)
  • ফ্ৰান্সৰ পতাকা মাৰ্টিনিক (ফ্ৰান্স)
  • চেবাৰ পতাকা চেবা (নেডাৰলেণ্ড)
  • চেন এণ্ড্ৰেছ আৰু প্ৰভিদেঞ্চিয়াৰ পতাকা চেন এণ্ড্ৰেছ আৰু প্ৰভিদেঞ্চিয়া (কলম্বিয়া)
  • চিণ্ট ইউষ্টাটিয়াচৰ পতাকা চিণ্ট ইউষ্টাটিয়াচ (নেডাৰলেণ্ড)
  • ভেনিজুৱেলাৰ পতাকা ফেডেৰেল ডিপেণ্ডেচিচ অফ ভেনিজুৱেলা (ভেনিজুৱেলা)

চহৰসমূহ

জনসংখ্যা অনুসৰি উত্তৰ আমেৰিকাৰ বৃহত্তম নগৰসমূহ:

  1. মেক্সিকো চহৰ (মেক্সিকো)
  2. নিউয়ৰ্ক (মাৰ্কিন যুক্তৰাষ্ট্ৰ)
  3. লচ এঞ্জেলচ (মাৰ্কিন যুক্তৰাষ্ট্ৰ)
  4. চেণ্টো ডমিংগো (ডোমেনিকান প্ৰজাতন্ত্ৰ)
  5. চিকাগো (মাৰ্কিন যুক্তৰাষ্ট্ৰ)
  6. টৰোণ্টো (কানাডা)
  7. হাভানা (কিউবা)
  8. হিউষ্টন (মাৰ্কিন যুক্তৰাষ্ট্ৰ)
  9. মণ্টৰিয়েল (কানাডা)
  10. এক্টেপেক দি মৰেলোচ (মেক্সিকো)

তথ্যসূত্ৰ

  1. উত্তৰ আমেৰিকাৰ এই জনঘনত্ব ইয়াৰ কেবল স্থলভাগ 23,090,542 km2 -ক বিবেচনা কৰি গননা কৰা হৈছে।
  2. "American". Merriam-webster.com. http://www.merriam-webster.com/dictionary/American। আহৰণ কৰা হৈছে: 2011-10-31. 
  3. "United Nations Statistics Division- Standard Country and Area Codes Classifications (M49)". United Nations Statistics Division. http://unstats.un.org/unsd/methods/m49/m49regin.htm#ftnb. 

বহিঃসংযোগ