আৰ্জেণ্টিনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
Bot: Migrating 3 interwiki links, now provided by Wikidata on d:Q414
12 নং শাৰী: 12 নং শাৰী:
{{stub}}
{{stub}}


[[শ্ৰেণী:ৰাষ্ট্ৰ]]
[[শ্ৰেণী:দক্ষিণ আমেৰিকাৰ দেশ‎]]
[[শ্ৰেণী:দক্ষিণ আমেৰিকা]]

12:05, 27 December 2017ৰ সংস্কৰণ

আৰ্জেন্টিনা

আৰ্জেন্টিনা, আনুষ্ঠানিকভাৱে আৰ্জেন্টাইন গণৰাজ্য দক্ষিণ পূব দক্ষিণ আমেৰিকাৰ এখন ৰাষ্ট্ৰ।

নামাকৰণ

আৰ্জেন্টিনা লেটিন শব্দ আৰ্জেন্টামৰ পৰা অহা, যাৰ অৰ্থ ৰূপ। এই নামৰ লগত ৰূপৰ পাহাৰৰ কিংবদন্তী জড়িত, যি লা প্লেটালৈ যোৱা প্ৰথম য়ুৰোপীয়সকলৰ মাজত জনপ্ৰিয় আছিল। ইংৰাজীত দেশখন স্পেনীয় ভাষাৰ পৰা অনুকৰণ কৰি আৰ্জেন্টাইন বোলা হয়।[1]

তথ্য সংগ্ৰহ