বিশ্বব্ৰহ্মাণ্ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
70 নং শাৰী: 70 নং শাৰী:
==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}

[[শ্ৰেণী:জ্যোতিৰ্বিজ্ঞান]]

10:18, 10 January 2018ৰ সংস্কৰণ

বিশ্বব্ৰহ্মাণ্ড

The Hubble Ultra-Deep Field image shows some of the most remote galaxies visible with present technology, each consisting of billions of stars. The image's area of sky is very small – equivalent in size to one tenth of a full moon.[1]
বয়স ১৩.৭৯৯ ± ০.০২১ বিলিয়ন বছৰ
ব্যাস প্ৰায় সাঁচ:Convert/e9parsecসাঁচ:Convert/test/Aoff[2]
Mass (ordinary matter) At least 1053 kg[3]
Average density 4.5 x 10−31 g/cm3[4]
Average temperature 2.72548 K[5]
Main Contents Ordinary (baryonic) matter (4.9%)
Dark matter (26.8%)
Dark energy (68.3%)[6]
Shape Flat with only a 0.4% margin of error[7]

বিশ্বব্ৰহ্মাণ্ড (ইংৰাজী: Universe) হৈছে স্থান আৰু কাল সম্বন্ধীয় সমস্ত বিষয়।[8][9] পৃথিবী আৰু অন্যান্য সমস্ত গ্ৰহ, সূৰ্য তথা অন্যান্য তৰা আৰু নক্ষত্ৰ, জ্যোতিৰ্বলয়স্থ স্থান আৰু তাৰ অন্তৰ্বৰ্তীস্থ গুপ্ত পদাৰ্থ, লেম্‌ডা-ছিডিএম নক্সা, তমোশক্তি আৰু শূণ্যস্থান (মহাকাশ) - যিবোৰ এতিয়াও তাত্ত্বিকভাৱে জ্ঞাত কিন্তু সঠিককৈ পৰ্যবেক্ষিত নহয় - এই ধৰণৰ সকলো পদাৰ্থ আৰু শক্তি লগলাগি যি জগত তাকেই মহাবিশ্ব বা বিশ্ব-ব্ৰহ্মাণ্ড বোলা হয়। বৰ্তমানলৈকে পৰ্যবেক্ষণ-লব্ধ মহাবিশ্বৰ ব্যাস প্ৰায় ২৮ বিলিয়ন পাৰছেক (৯১ বিলিয়ন আলোকবৰ্ষ)। সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ডৰ আকাৰ অজানা হলেও ইয়াৰ উপাদান আৰু সৃষ্টিধাৰা সম্পৰ্কে বহুতো তত্ব বিদ্যমান। মহাবিশ্বৰ উৎপত্তি সংক্ৰান্ত বিষয়ক বিশ্বতত্ত্ব বোলে। দৃশ্যমান মহাবিশ্বৰ সুদূৰতম প্ৰান্তৰ পৰ্যবেক্ষণ আৰু বিভিন্ন তাত্ত্বিক গবেষণাৰ পৰা অনুমান কৰা হয় যে মহাবিশ্বৰ প্ৰতিটি প্ৰক্ৰিয়াই তাৰ সৃষ্টিৰ পৰাই একে ধৰণৰ প্ৰাকৃতিক নিয়ম আৰু বহুকেইটা নিৰ্দিষ্ট ধ্ৰুবকৰ দ্বাৰা নিৰ্ধাৰিত হয়। বিগ বেং (Big Bang) তত্ত্ব অনুসৰি ইয়াৰ আয়তন ক্ৰমবৰ্ধমান। সম্প্ৰতি আধুনিক পদাৰ্থবিজ্ঞানীৰ বিভিন্ন তত্ত্বমতে আমাৰ এই দৃশ্যমান মহাবিশ্বৰ আশে পাশে আৰু অনেক মহাবিশ্ব থকাৰ অৰ্থাৎ অনন্ত মহাবিশ্ব থকাৰ সম্ভাৱনাৰ কথাও অনুমান কৰা হয়।

তথ্য সংগ্ৰহ

  1. "Hubble's Deepest View of Universe Unveils Never-Before-Seen Galaxies". HubbleSite.org. http://hubblesite.org/newscenter/archive/releases/2009/31/fastfacts/। আহৰণ কৰা হৈছে: 2016-01-02. 
  2. Itzhak Bars; John Terning (2009). Extra Dimensions in Space and Time. Springer. পৃষ্ঠা. 27ff. ISBN 978-0-387-77637-8. https://books.google.com/books?id=fFSMatekilIC&pg=PA27। আহৰণ কৰা হৈছে: 2011-05-01. 
  3. Paul Davies (2006). The Goldilocks Enigma. First Mariner Books. পৃষ্ঠা. 43ff. ISBN 978-0-618-59226-5. http://www.amazon.com/Goldilocks-Enigma-Universe-Just-Right/dp/0547053584/ref=sr_1_1?s=books&ie=UTF8&qid=1372701918&sr=1-1&keywords=goldilocks+enigma। আহৰণ কৰা হৈছে: 2013-07-01. 
  4. NASA/WMAP Science Team (24 January 2014). "Universe 101: What is the Universe Made Of?". NASA. http://map.gsfc.nasa.gov/universe/uni_matter.html। আহৰণ কৰা হৈছে: 2015-02-17. 
  5. Fixsen, D. J. (2009). "The Temperature of the Cosmic Microwave Background". The Astrophysical Journal খণ্ড 707 (2): 916–920. doi:10.1088/0004-637X/707/2/916. 
  6. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; planck2013parameters নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  7. NASA/WMAP Science Team (24 January 2014). "Universe 101: Will the Universe expand forever?". NASA. http://map.gsfc.nasa.gov/universe/uni_shape.html। আহৰণ কৰা হৈছে: 16 April 2015. 
  8. Universe. 2010. http://www.yourdictionary.com/Universe. 
  9. "Universe". Dictionary.com. http://dictionary.reference.com/browse/Universe?s=t। আহৰণ কৰা হৈছে: 2017-03-13.