২ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: '''২ ডিচেম্বৰ''' {{enwiki|2 December}} দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে [...
 
11 নং শাৰী: 11 নং শাৰী:
# ১৮০৪ চনৰ আজিৰ দিনটোতে [[নেপোলিয়ন বোনাৰ্পাট]] ফ্ৰান্সৰ একছত্ৰী সম্ৰাট হিচাপে পৰিগণিত হয় ।
# ১৮০৪ চনৰ আজিৰ দিনটোতে [[নেপোলিয়ন বোনাৰ্পাট]] ফ্ৰান্সৰ একছত্ৰী সম্ৰাট হিচাপে পৰিগণিত হয় ।
# কাৰ্ল মাৰ্ক্সৰ পত্নী [[জেনী মাৰ্ক্স]]ৰ মৃত্যু হয় ১৮৮১ চনৰ আজিৰ দিনটোতে ।
# কাৰ্ল মাৰ্ক্সৰ পত্নী [[জেনী মাৰ্ক্স]]ৰ মৃত্যু হয় ১৮৮১ চনৰ আজিৰ দিনটোতে ।
# ফণি শৰ্মা পৰিচালিত আৰু ভূপেন হাজৰিকা প্ৰযোজিত ‘‘ছাৰ্টিফিকেট অব মেৰিট" লাভ কৰা প্ৰথম অসমীয়া ছবি [[পিয়লী ফুকন]] মুক্তি লাভ কৰিছিল ১৯৫৫ চনৰ আজিৰ দিনটোতে ৷
# ফণি শৰ্মা পৰিচালিত আৰু [[ভূপেন হাজৰিকা]] প্ৰযোজিত ‘‘ছাৰ্টিফিকেট অব মেৰিট" লাভ কৰা প্ৰথম অসমীয়া ছবি [[পিয়লী ফুকন]] মুক্তি লাভ কৰিছিল ১৯৫৫ চনৰ আজিৰ দিনটোতে ৷


== বাহ্যিক সংযোগ ==
== বাহ্যিক সংযোগ ==

11:14, 16 January 2018ৰ সংস্কৰণ

২ ডিচেম্বৰ (ইংৰাজী: 2 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৬ তম (অধিবৰ্ষত ৩৩৭ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী

  1. আজি অসম দিৱস বা চুকাফা দিৱস ৷ আজিৰ দিনটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ বা ’’চুকাফা দিৱস’’ হিচাপে পালন কৰি আহিছে । (এই বিষয়ত বিস্তৃত ভাৱে স্তম্ভ দিয়া হ’ব ৷)
  2. অসমীয়া ফুটবল খেলুৱৈ হলিচৰণ নাৰ্জাৰীৰ জন্ম হৈছিল ১৯৯০ চনৰ আজিৰ দিনটোতে ।
  3. ২০০১ চনৰ আজিৰ দিনটোতে সংক্ষিপ্ত অসমীয়া বিশ্বকোষৰ প্ৰথম খণ্ড প্ৰকাশিত হয়৷
  4. ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে ৰাজীৱ গান্ধীয়ে দপ্তৰৰ কাৰ্যকাল সামৰিছিল ১৯৮৯ চনৰ আজিৰ দিনটোতে ৷
  5. আজিৰ দিনটোতে ১৯৬৫ চনত ভাৰতত সীমান্ত সুৰক্ষা বাহিনী (চমুকৈ বি. এছ. এফ.) গঠন হয় ।
  6. প্ৰসিদ্ধ বাংলা ঔপন্যাসিক বিমল মিত্ৰৰ মৃত্যু হয় ১৯৯১ চনৰ আজিৰ দিনটোতে । চাহেব বিবি গোলাম তেওঁৰ প্ৰসিদ্ধ উপন্যাস ।
  7. ১৯৮৮ চনৰ আজিৰ দিনটোতে বেনাজিৰ ভূট্টোৱে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে ।
  8. ১৮০৪ চনৰ আজিৰ দিনটোতে নেপোলিয়ন বোনাৰ্পাট ফ্ৰান্সৰ একছত্ৰী সম্ৰাট হিচাপে পৰিগণিত হয় ।
  9. কাৰ্ল মাৰ্ক্সৰ পত্নী জেনী মাৰ্ক্সৰ মৃত্যু হয় ১৮৮১ চনৰ আজিৰ দিনটোতে ।
  10. ফণি শৰ্মা পৰিচালিত আৰু ভূপেন হাজৰিকা প্ৰযোজিত ‘‘ছাৰ্টিফিকেট অব মেৰিট" লাভ কৰা প্ৰথম অসমীয়া ছবি পিয়লী ফুকন মুক্তি লাভ কৰিছিল ১৯৫৫ চনৰ আজিৰ দিনটোতে ৷

বাহ্যিক সংযোগ