২ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী: 1 নং শাৰী:
২ ফেব্ৰুৱাৰী
২ ফেব্ৰুৱাৰী
ইতিহাসত আজিৰ দিনটো


*ইতিহাসত আজিৰ দিনটো
ৰূপম দাস

Whatsapp 9613054687
*ৰূপম দাস

*Whatsapp 9613054687


*আজি বিশ্ব জলাহভূমি দিৱস
*আজি বিশ্ব জলাহভূমি দিৱস
39 নং শাৰী: 41 নং শাৰী:
*Lord Macaulay’s address to the British Parliament in 2 February, 1835:
*Lord Macaulay’s address to the British Parliament in 2 February, 1835:


*"I have traveled across the length and breadth of India and I have not seen one person who is a beggar, who is a thief. Such wealth I have seen in this country, such high moral values, people of such calibre, that I do not think we would ever conquer this country, unless we break the very backbone of this nation, which is her spiritual and cultural heritage, and, therefore, I propose that we replace her old and ancient education system, her culture, for if the Indians think that all that is foreign and English is good and greater than their own, they will lose their self-esteem, their native self-culture and they will become what we want them, a truly dominated nation."*
"I have traveled across the length and breadth of India and I have not seen one person who is a beggar, who is a thief. Such wealth I have seen in this country, such high moral values, people of such calibre, that I do not think we would ever conquer this country, unless we break the very backbone of this nation, which is her spiritual and cultural heritage, and, therefore, I propose that we replace her old and ancient education system, her culture, for if the Indians think that all that is foreign and English is good and greater than their own, they will lose their self-esteem, their native self-culture and they will become what we want them, a truly dominated nation."*


*2004 – Swiss tennis player Roger Federer becomes the No. 1 ranked men's singles player, a position he will hold for a record 237 weeks.
*2004 – Swiss tennis player Roger Federer becomes the No. 1 ranked men's singles player, a position he will hold for a record 237 weeks.

14:55, 1 February 2018ৰ সংস্কৰণ

২ ফেব্ৰুৱাৰী

  • ইতিহাসত আজিৰ দিনটো
  • ৰূপম দাস
  • Whatsapp 9613054687
  • আজি বিশ্ব জলাহভূমি দিৱস
( World Wetlands Day)

বিশ্ব জলাহভূমি দিৱস প্ৰতি বছৰে ২ ফেব্ৰুৱাৰীত পালিত হয় । 2018 বৰ্ষৰ বাবে এই দিৱসৰ Themes হৈছে Wetlands for a Sustainable Urban Future|

  • আজি National Wear Red Day

Heart ৰ বিভিন্ন ৰোগৰ বিষয়ে সজাগতা আৰু সহযোগিতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ প্ৰথম শুক্ৰবাৰে এই দিৱস পালন কৰা হয় |

  • 1915 চনৰ আজিৰ দিনটোতে ট্ৰেইন টু পাকিস্তানৰ দৰে বিখ্যাত গ্ৰন্থ লিখক, ইতিহাসবিদ খুশবন্ত সিঙৰ জন্ম |

মৃত্যু 2014 চনৰ 20 মাৰ্চ |

  • ১৯০৭ চনৰ আজিৰ দিনটোতে প্রাথমিক পিৰিয়ডিক টেবিলৰ ৰাছিয়ান আবিষ্কাৰক দিমিদ্রি আইভানোভিচ মেনদিলিভৰ মৃত্যু হয়। জন্ম ১৮৩৪ চনৰ ৮ ফেব্ৰুৱাৰী।
  • 1939 চনৰ আজিৰ দিনটোতে নোবেল জয়ী আমেৰিকান অৰ্থনীতিবিদ Dale Thomas Mortensen ৰ জন্ম | মৃত্যু January 9, 2014 | তেওঁ ২০১০ চনত অর্থনীতিত নোবেল লাভ কৰে।
  • 1970 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত দার্শনিক, গণিতজ্ঞ, সমাজ সমালোচক পণ্ডিত বার্ট্রাণ্ড ৰাছেলৰ মৃত্যু |

( জন্ম ১৮ মে ১৮৭২) | তেওঁ 1950 চনত Marriage And morals গ্ৰন্থৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰে |

  • ১৯৭৭ চনৰ আজিৰ দিনটোতে কলম্বিয়াৰ বাৰ্বানকিলাত বিশ্বপ্ৰসিদ্ধ গায়িকা ছাকিৰাৰা জন্ম হয় |

ছাকিৰা শব্দৰ অর্থ “কৃতজ্ঞ”। ২০১০ চনৰ ১০ জুনত দক্ষিণ আফ্রিকাত অনু্ষ্ঠিত ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত তেওঁ "ৱাক্কা ৱাক্কা" পৰিৱেশন কৰে আৰু বিপুল জনপ্ৰিয়তা অৰ্জন কৰে | ফেচবুকত ১০০ মিলিয়ন লাইক পোৱা তেৱেঁই প্রথম ব্যক্তি | তেওঁ প্ৰধানকৈ শিশুৰ শিক্ষা আৰু দাৰিদ্ৰ নিবাৰণৰ দৰে সমাজসেৱা মূলক কামত জড়িত হৈ থাকে | ছাকিৰাৰ মাতৃভাষা স্পেনিছ হলেও, তেওঁ ইংৰাজী, পর্তুগিজ, ইতালী আদি ভাষাতো অত্যন্ত পাকৈত |

  • ১৮১৭ চনৰ আজিৰ দিনটোতে শিক্ষা আৰু খ্রিষ্টধর্ম প্ৰচাৰৰ উদ্দেশ্যে মিছনেৰী চোচাইটিৰ প্রথম শাখা কলকাতাত স্থাপিত হয়।
  • ১৮১৪ চনৰ আজিৰ দিনটোতে কলকাতাযত ভাৰতীয় সংগ্রহালয় (ইন্ডিয়ান মিউজিয়াম) প্রতিষ্ঠিত হয়।

ব্ৰিটিছ সাম্ৰাজ্যৰ ৰাণী ৰাণী ভিক্টোৰিয়া (Queen Victoria) Her funeral was held on Saturday 2 February. তেওঁৰ জন্ম ২৪ মে, ১৮১৯ – মৃত্যু ২২ জানুৱাৰী ১৯০১) তেওঁ ১ মে ১৮৭৬ চনত ভাৰত সম্রাজ্ঞী উপাধি ধাৰণ কৰে |

  • Lord Macaulay’s address to the British Parliament in 2 February, 1835:

"I have traveled across the length and breadth of India and I have not seen one person who is a beggar, who is a thief. Such wealth I have seen in this country, such high moral values, people of such calibre, that I do not think we would ever conquer this country, unless we break the very backbone of this nation, which is her spiritual and cultural heritage, and, therefore, I propose that we replace her old and ancient education system, her culture, for if the Indians think that all that is foreign and English is good and greater than their own, they will lose their self-esteem, their native self-culture and they will become what we want them, a truly dominated nation."*

  • 2004 – Swiss tennis player Roger Federer becomes the No. 1 ranked men's singles player, a position he will hold for a record 237 weeks.
  • 2000 – First digital cinema projection in Europe (Paris) realized by Philippe Binant with the DLP CINEMA technology developed by Texas Instruments.

In January 2007, *Guru* became the *first Indian movie mastered in the DCI-compliant Jpeg2000 Interop format* and also the *first Indian film to be previewed digitally,* internationally, at the Elgin Winter Garden in Toronto. This film was digitally mastered at Real Image Media Technologies in India. In Asia, on July 13, 2017, an LED screen for digital cinema developed by Samsung Electronics was publicly demonstrated on one screen at Lotte Cinema World Tower in Seoul.