২৭ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
15 নং শাৰী: 15 নং শাৰী:
{{Months}}
{{Months}}
[[শ্ৰেণী:ফেব্ৰুৱাৰী]]
[[শ্ৰেণী:ফেব্ৰুৱাৰী]]
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]]

09:34, 13 February 2018ৰ সংস্কৰণ

২৭ ফেব্ৰুৱাৰী (ইংৰাজী: 27 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৮ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৬ টা দিন (অধিবৰ্ষত ৩০৭টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী

  1. ১৯৯১ খৃ: - ইৰাকৰ দমনৰ পৰা কুৱেইট মুক্ত কৰাৰ কথা আনুষ্ঠানিক ঘোষণা কৰে তদানীন্তন মাৰ্কিন ৰাষ্ট্ৰপতি এইচ. ডাবল্যূ. বুশ্বে ।
  2. ২০০২ খৃ: - গুজৰাটৰ গোধ্ৰা নামৰ ঠাইত দুৰ্বৃত্যৰ দ্বাৰা হিন্দু স্বয়মসেৱক কঢ়িযাই নিয়া এখন ৰে'লগাড়ী জ্বলাই দিয়া হ্য় য'ত কমেও ৬০ জন লোকৰ প্ৰাণহানি হয় ।

জন্ম

দিৱস

বাহ্যিক সংযোগ