১২ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: '''১২আগষ্ট''' দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২২৪ ত...
 
23 নং শাৰী: 23 নং শাৰী:


[[শ্ৰেণী:আগষ্ট]]
[[শ্ৰেণী:আগষ্ট]]
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]]

05:53, 16 February 2018ৰ সংস্কৰণ

১২আগষ্ট দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২২৪ তম (অধিবৰ্ষত ২২৫ তম) দিন। বছৰটো শেষ হ’বলৈ এইপৰা মুঠ ১৪১ টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম

  1. ১৯১৯ চনৰ এই দিনটোতে ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম ছাৰাভাইৰ জন্ম হয়।
  2. ১৯০৮ চনৰ এই দিনটোতে ৰবীন বেনাৰ্জীৰ জন্ম হয়। তেখেত অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা৷

মৃত্যু

  1. ১৬০২ চনৰ এই দিনটোতে আকবৰ নামে খ্যাত অবুল ফজলৰ মৃত্যু হয়।
  2. ১৮৪৮ চনৰ এই দিনটোতে ৰেলৰ ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনচনৰ মৃত্যু হয়।
  3. ১৯৫৫ চনৰ এই দিনটোত প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক টমাছ মানৰ মৃত্যু হয় । ১৯২৯ চনত তেওঁ সাহিত্যৰ নোবেল লাভ কৰিছিল।

অনান্য

  1. ১৯৩৫ চনৰ এই দিনটোতে প্ৰকাশ হয় অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ প্ৰকাশিত হয়। ইয়াৰ প্ৰথম সম্পাদক আছিল নীলমণি ফুকন
  2. ১৭৬৫ চনৰ এই দিনটোতে বংগৰ গৱৰ্ণৰ জেনেৰেল ৰবাৰ্ট ক্লাইবৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলমৰপৰা বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰে। ইয়েই আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য’ৰপৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।


বাহ্যিক সংযোগ