৭ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) added Category:ইংৰাজী বৰ্ষপঞ্জীৰ দিন using HotCat |
পৄষ্ঠাখনক "ইতিহাসৰ পাতত আজিৰ দিনটো -"ৰে সলনি কৰা হ'ল টেগ্: Replaced ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
ইতিহাসৰ পাতত আজিৰ দিনটো - |
ইতিহাসৰ পাতত আজিৰ দিনটো - |
||
(১) অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতিহ্য জনতা ভৱনৰ এক গুৰুত্বপূৰ্ণ অংশ অগ্নিকাণ্ডত ভষ্মীভূত হয় ২০০৫ চনৰ আজিৰ দিনটোত। |
|||
(২) ১৮৪৯ চনৰ আজিৰ দিনটোত [[ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ]] আৰু জন বেথুনৰ নেতৃত্বত কলকাতাত প্ৰতিষ্ঠিত হয় ‘নেটিভ ব্ৰউন স্কুল’ ৷ পিছলৈ এইখনেই হয়গৈ ‘ব্ৰাউন স্কুল’। |
|||
(৩) কবিগুৰু [[ৰবীন্দ্ৰ নাথ ঠাকুৰ]]ৰ জন্ম হয় ১৮৬১ চনৰ আজিৰ দিনটোত। |
|||
(৪) ১৮৬৮ চনৰ আজিৰ দিনটোত [[ব্লাদিশ্লাভ ষ্টেনিশ্লাভ ৰেমণ্ট]]ৰ জন্ম হয় ৷ ‘দ্যা পীজেণ্ট’ নামৰ উপন্যাসৰ বাবে তেওঁ ১৯২৪ চনত সাহিত্যৰ [[নোবেল বঁটা]] লাভ কৰিছিল। |
|||
(৫) ১৮৯২ চনৰ আজিৰ দিনটোত যুগোশ্লাভিয়াৰ ৰাষ্ট্ৰপতি মাৰ্শ্বেল টিটোৰ জন্ম হয় । |
|||
(৬) ১৮১২ চনৰ আজিৰ দিনটোত ইংৰাজ কবি [[ৰবাৰ্ট ব্ৰাউনিঙৰ]] জন্ম হয় । |
|||
(৭) আজিৰ দিনটোত ১৮৩২ চনত গ্ৰীচ সাম্ৰাজ্য স্বাধীন সাম্ৰাজ্যত পৰিণত হয় । |
|||
(৮) জৰ্জ ইষ্টমেনে আধুনিক কেমেৰা নিৰ্মাণ কৰে ১৯৮৯ চনৰ আজিৰ দিনটোত । এই কেমেৰাটো বৰ্তমান ‘কোডাক’ নামে জনাজাত ৷ |
|||
{{-}} |
|||
{{Months}} |
|||
[[শ্ৰেণী:মে']] |
|||
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]] |
00:53, 6 May 2018ৰ সংস্কৰণ
ইতিহাসৰ পাতত আজিৰ দিনটো -