মিচিং ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
15 নং শাৰী: 15 নং শাৰী:
|glottorefname=Mising
|glottorefname=Mising
}}
}}
'''মিচিং  '''বা '''ভৈয়ামৰ মিৰি '''বা''' তাকাম '''এক তানি ভাষা যি মিচিং লোকৰ দ্বাৰা কথিত। মিচিং ভাষা প্ৰায় ৫ লাখ লোকৰ দ্বাৰা কথিত আৰু মিচিং ভাষী লোকৰ অধিকাংশ  অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত বাস কৰে। ''মিচিং আগম কেবাং'' মিচিং ভাষাৰ মুখ্য সাহিত্যিক অনুষ্ঠান।<ref>[http://mishingagomkebang.org/ মিচিং আগম কেবাঙৰ ৱেবচাইট</ref>
'''মিচিং  '''বা '''ভৈয়ামৰ মিৰি '''বা''' তাকাম '''এক তানি ভাষা যি মিচিং লোকে কয়। মিচিং ভাষা প্ৰায় ৫ লাখ লোকে কয় আৰু মিচিং ভাষী লোকৰ বেছিভাগ অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত থাকে। ''মিচিং আগম কেবাং'' মিচিং ভাষাৰ ঘাই সাহিত্যিক অনুষ্ঠান।<ref>[http://mishingagomkebang.org/ মিচিং আগম কেবাঙৰ ৱেবচাইট</ref>


==ভৌগোলিক বিতৰণ==
==ভৌগোলিক বিতৰণ==

08:31, 26 July 2018ৰ সংস্কৰণ

মিচিং
মিৰি
অঞ্চল অসম
জাতীয়তা মিচিং ভাষী লোক
স্থানীয় ভাষিক
e18
ভাষা পৰিয়াল
Sino-Tibetan
ভাষা সংকেত
ISO 639-3 mrg
গ্লোটোলগ misi1242[1]

মিচিং  বা ভৈয়ামৰ মিৰি বা তাকাম এক তানি ভাষা যি মিচিং লোকে কয়। মিচিং ভাষা প্ৰায় ৫ লাখ লোকে কয় আৰু মিচিং ভাষী লোকৰ বেছিভাগ অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত থাকে। মিচিং আগম কেবাং মিচিং ভাষাৰ ঘাই সাহিত্যিক অনুষ্ঠান।[2]

ভৌগোলিক বিতৰণ

মিচিং ভাষী লোক অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰে।[3] মিচিং ভাষী লোক অসমৰ:এই ঠাইসমূহত বাস কৰে:

  • লখিমপুৰ
  • শোণিতপুৰ
  • ধেমাজি
  • ডিব্ৰুগড়
  • শিবসাগৰ
  • যোৰহাট
  • গোলাঘাট
  • তিনিচুকীয়া

মিচিং ভাষী লোক অৰুণাচল প্ৰদেশৰ এই ঠাইসমূহত বাস কৰে

  • ডাপ'ৰিজ'
  • পাচিঘাট
  • জিৰ'

তথ্য সংগ্ৰহ

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Mising". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/misi1242. 
  2. [http://mishingagomkebang.org/ মিচিং আগম কেবাঙৰ ৱেবচাইট
  3. ethnologue