ক্ষাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
5 নং শাৰী: 5 নং শাৰী:
ক্ষাৰৰ কিছুমান সাধাৰণ উদাহৰণ হৈছে, ছডিয়াম হাইড্ৰ'ক্সাইড, কেলচিয়াম হাইড্ৰ'ক্সাইড, আদি।
ক্ষাৰৰ কিছুমান সাধাৰণ উদাহৰণ হৈছে, ছডিয়াম হাইড্ৰ'ক্সাইড, কেলচিয়াম হাইড্ৰ'ক্সাইড, আদি।


[[শ্ৰেণী:পদাৰ্থ]]
[[শ্ৰেণী:ৰাসায়নিক যৌগ]]

10:09, 23 August 2018ৰ সংস্কৰণ

ক্ষাৰ (ইংৰাজী: Base (chemistry)) হৈছে একপ্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ। ইয়াৰ দ্ৰৱৰ সোৱাদ তিতা আৰু ই ৰঙা লিটমাছ কাগজ নীলা কৰে। ই অম্লৰ সৈতে বিক্ৰিয়া কৰি লৱন সৃষ্টি কৰে। অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে, ইয়াৰ ফলত সাধাৰণতে পানী আৰু লৱনৰ সৃষ্টি হয়। ক্ষাৰৰ pH ৭ তকৈ বেচি হয়। ইহঁতে কিছুমান বিক্ৰিয়াত অনুঘটক হিচাপে কাম কৰে, অন্য ইলেক্ট্ৰন দাতাৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰে আৰু আংশিক বা সম্পূৰ্ণৰূপে স্থানান্তৰণশীল OH- থকা যৌগৰ সৈতে বিক্ৰিয়া কৰে। ক্ষাৰৰ গুণ থকা ৰসায়ন বা পদাৰ্থক ক্ষাৰকীয় বোলে।

ক্ষাৰৰ আৰ্হেনিয়াছৰ সংজ্ঞা অনুহৰি যিবোৰ পদাৰ্থ পানীত দ্ৰৱিভূত হ'লে হাইড্ৰ'জেন অক্সাইড (OH-) সৃষ্টি কৰে, সেইবোৰক ক্ষাৰ বোলে। ব্ৰ'ণষ্টেড-ল'ৱৰী সংজ্ঞাটো অলপ ব্যত্তিক্ৰম: প্ৰ'টন বা হাইড্ৰ'জেন আয়ন (H+) গ্ৰহণ কৰা পদাৰ্থবোৰেই ক্ষাৰ। এই সংজ্ঞা মতে, সহজতে প্ৰ'টন গ্ৰহণ পৰা যিকোনো যৌগকে অম্ল বুলিব পৰা যায়। লেৱিছৰ সংজ্ঞামতে এযোৰ ইলেক্ট্ৰন দান কৰি সহযোজী বান্ধনি সৃষ্টি কৰা পদাৰ্থবোৰেই ক্ষাৰ। উদাহৰণ স্বৰূপে, সকলো ধাতৱ এনায়ন।

ক্ষাৰৰ কিছুমান সাধাৰণ উদাহৰণ হৈছে, ছডিয়াম হাইড্ৰ'ক্সাইড, কেলচিয়াম হাইড্ৰ'ক্সাইড, আদি।