১৩ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
15 নং শাৰী: 15 নং শাৰী:
==দিৱস==
==দিৱস==
*আজি ম্যানমাৰত শিশু দিৱস
*আজি ম্যানমাৰত শিশু দিৱস
*আজি বিশ্ব ৰেডিঅ দিৱস। ২০১২ চনত প্ৰথম ৰেডিঅ দিৱস পালন কৰা হয়। এই বছৰ ২০১৮ ৰ মূল বিষয়বস্তু হৈছে "ৰেডিঅ' আৰু খেল"।
*আজি [[বিশ্ব ৰেডিঅ' দিৱস]] । ২০১২ চনত প্ৰথম ৰেডিঅ' দিৱস পালন কৰা হয়।

==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}

04:04, 13 February 2019ৰ সংস্কৰণ

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

১৩ ফেব্ৰুৱাৰী (ইংৰাজী: 13 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৪তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২১ টা দিন (অধিবৰ্ষত ৩২২ দিন) বাকী থাকে৷

উল্লেখযোগ্য ঘটনা

এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

  • ১৯৪৬ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘই ৰেডিঅ সম্প্ৰচাৰ আৰম্ভ কৰিছিল। ২০১২ চনত প্ৰথম ৰেডিঅ দিৱস পালন কৰা হয়। এই বছৰ ২০১৮ ৰ মূল বিষয়বস্তু হৈছে "ৰেডিঅ' আৰু খেল"
  • ১৯৩১ চনৰ আজিৰ দিনটোতে ব্ৰিটিছসকলে কলকাতাৰ পৰিবৰ্তে নতুন দিল্লীক ৰাজধানী হিচাবে উদ্বোধন কৰে। উল্লেখযোগ্য যে ১৯১১ চনৰ ১২ ডিচেম্বৰত সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।
  • ১৬৩৩ চনৰ আজিৰ দিনটোতে নাস্তিকতাৰ আৰোপ সংক্ৰান্ত গোচৰৰ শুনানিৰ বাবে গেলিলিঅ’ গেলিলি ৰোমত উপস্থিত হয়। উল্লেখযোগ্য যে তেওঁ প্ৰথম পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে বুলি মত প্ৰকাশ কৰাই আছিল তেওঁৰ অন্যতম অপৰাধ।
  • ১৯৫৯ চনৰ আজিৰ দিনটোতে পৃথিবীজুৰি অতি জনপ্ৰিয় বাৰ্বী পুতলা বজাৰলৈ আহে আৰু বিক্ৰী আৰম্ভ কৰা হয়।
  • ২০০১ চনৰ আজিৰ দিনটোতে মহাকাশৰ "ইৰোশ" নামৰ ক্ষুদ্ৰ গ্ৰহত প্ৰথম মানৱ যান উপস্থিত।
  • ২০০৩ চনৰ আজিৰ দিনটোতে যশ চোপ্ৰালৈ আজিৰ দিনটোতে দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।

জন্ম

  • ১৮৭৯ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী আৰু বিশিষ্ট কবি সৰোজিনী নাইডুৰ জন্ম হৈছিল (মৃত্যু মাৰ্চ ২, ১৯৪৯)। তেওঁ ভাৰতৰ কোকিল বা দি নাইটিংগেল অৱ ইণ্ডিয়া (The Nightingale of India) নামেও পৰিচিত। সৰোজিনী নাইডু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি নিৰ্বাচিত হৈছিল। স্বাধীন ভাৰতত তেওঁ উত্তৰ প্ৰদেশৰো ৰাজ্যপাল হৈছিল।
  • ১৯১৫ চনৰ আজিৰ দিনটোতে নোবেল জয়ী আং চান চু কীৰ পিতৃ, ম্যানমাৰৰ স্বাধীনতা সংগ্ৰামী মেজৰ জেনেৰেল আং চানৰ জন্ম হৈছিল (মৃত্যু জুলাই ১৯, ১৯৪৭)

মৃত্যু

দিৱস

  • আজি ম্যানমাৰত শিশু দিৱস
  • আজি বিশ্ব ৰেডিঅ' দিৱস । ২০১২ চনত প্ৰথম ৰেডিঅ' দিৱস পালন কৰা হয়।

তথ্য সংগ্ৰহ