ঈছা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
Added content
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
47 নং শাৰী: 47 নং শাৰী:
'''ঈছা ইবনে মাৰিয়াম''' ( {{lang-ar|عيسى|translit=ʿĪsā}}, যিজননক [[বাইবেল]]ৰ [[নতুন নিয়ম]]ত '''[[যীশু]]''' নামেৰে পৰিচিত) [[ইছলাম]] ধৰ্মত তেখেত এজন [[নবী]] আৰু [[ৰাছুল]]; লগতে মছিহ হিচাপে স্বীকৃত।<ref>{{cite book|last=Smith|first=Cyril Glassé ; introduction by Huston|title=The new encyclopedia of Islam|year=2001|publisher=AltaMira Press|location=Walnut Creek, CA|isbn=9780759101906|page=239|url=http://books.google.com/books?id=focLrox-frUC&pg=PA240&dq=jesus+in+islam&hl=en&sa=X&ei=wnQ0UfDHF4rRsgbxsICIBg&redir_esc=y#v=onepage&q=jesus%20in%20islam&f=false|edition=Édition révisée.}}</ref>
'''ঈছা ইবনে মাৰিয়াম''' ( {{lang-ar|عيسى|translit=ʿĪsā}}, যিজননক [[বাইবেল]]ৰ [[নতুন নিয়ম]]ত '''[[যীশু]]''' নামেৰে পৰিচিত) [[ইছলাম]] ধৰ্মত তেখেত এজন [[নবী]] আৰু [[ৰাছুল]]; লগতে মছিহ হিচাপে স্বীকৃত।<ref>{{cite book|last=Smith|first=Cyril Glassé ; introduction by Huston|title=The new encyclopedia of Islam|year=2001|publisher=AltaMira Press|location=Walnut Creek, CA|isbn=9780759101906|page=239|url=http://books.google.com/books?id=focLrox-frUC&pg=PA240&dq=jesus+in+islam&hl=en&sa=X&ei=wnQ0UfDHF4rRsgbxsICIBg&redir_esc=y#v=onepage&q=jesus%20in%20islam&f=false|edition=Édition révisée.}}</ref>


[[খ্ৰীষ্টান ধৰ্ম]]ৰ নিচিনাকৈ ইছলাম ধৰ্মতো তেখেত সম্মানিত এজন [[নবী]] আৰু [[ৰাছুল]]; কিন্তু ইছলাম ধৰ্মত তেখেতৰ ক্রুশবিদ্ধ হোৱাৰ ঘটনাক স্বীকাৰ কৰা নহয়। কোৱা হয় যে, ক্রুশবিদ্ধ কৰাৰ আগতেই আল্লাহে তেখেতক ওপৰলৈ উঠাই লয়। ইছলাম ধৰ্মত কোৱা হয়, ঈছা বৰ্তমানে জীৱিত অৱস্থাত জান্নাতত অৱস্থান কৰি আছে। [[কিয়ামত]]ৰ পূৰ্বে [[দাজ্জাল]]ৰ আবিৰ্ভাৱৰ পাছত ঈছা [[নবী]] [[মুহাম্মাদ]] (ছাঃ)ৰ এজন [[উম্মত]] বা অনুসাৰী হিচাপে পুনৰ পৃথিৱীত অবতৰণ কৰিব আৰু [[দাজ্জাল]]ক হত্যা কৰিব। ইয়াৰ পাছত গোটেই পৃথিৱীৰ শাসনভাৰ গ্ৰহণ কৰিব আৰু পৃথিৱীত শান্তি, সুশাসন প্ৰতিষ্ঠা কৰিব। সৰ্বশেষত তেখেতে এজন ৰজা হিচাপে মৃত্যু বৰণ কৰিব আৰু [[মুহাম্মাদ]] (ছাঃ)ৰ [[কবৰ]]ৰ ওচৰত তেখেতক সমাহিত কৰা হ'ব; যি কাৰণত [[মদীনা]]ত [[নবী]] [[মুহাম্মাদ]] (ছাঃ)ৰ কবৰৰ ওচৰত তেখেতক [[কবৰ]] দিয়াৰ বাবে ঠাই প্ৰস্তুত কৰি ৰখা হৈছে। [[ইছলাম]]ৰ মতে, তেখেত হ'ল [[মছিহ]]; মানে [[আল্লাহ]]এ তেখেতক মনোনিত কৰিছে যে শেষ কালত তেখেতে [[দুনিয়া]]ৰ চক্ৰবতি হ'ব আৰু পৃথিৱীত তেখেতে সৰ্ব শান্তি আনিব আৰু সকলো ধৰ্ম একলগ কৰি ইছলামৰ ছাঁ'ৰ তলত আনিব।
[[খ্ৰীষ্টান ধৰ্ম]]ৰ নিচিনাকৈ ইছলাম ধৰ্মতো তেখেত সম্মানিত এজন [[নবী]] আৰু [[ৰাছুল]]; কিন্তু ইছলাম ধৰ্মত তেখেতৰ ক্রুশবিদ্ধ হোৱাৰ ঘটনাক স্বীকাৰ কৰা নহয়। কোৱা হয় যে, ক্রুশবিদ্ধ কৰাৰ আগতেই আল্লাহে তেখেতক ওপৰলৈ উঠাই লয়। ইছলাম ধৰ্মত কোৱা হয়, ঈছা বৰ্তমানে জীৱিত অৱস্থাত জান্নাতত অৱস্থান কৰি আছে। [[কিয়ামত]]ৰ পূৰ্বে [[দাজ্জাল]]ৰ আবিৰ্ভাৱৰ পাছত ঈছা [[নবী]] [[মুহাম্মাদ]] (ছাঃ)ৰ এজন [[উম্মত]] বা অনুসাৰী হিচাপে পুনৰ পৃথিৱীত অবতৰণ কৰিব আৰু [[দাজ্জাল]]ক হত্যা কৰিব। ইয়াৰ পাছত গোটেই পৃথিৱীৰ শাসনভাৰ গ্ৰহণ কৰিব আৰু পৃথিৱীত শান্তি, সুশাসন প্ৰতিষ্ঠা কৰিব। সৰ্বশেষত তেখেতে এজন ৰজা হিচাপে মৃত্যু বৰণ কৰিব আৰু [[মুহাম্মাদ]] (ছাঃ)ৰ [[কবৰ]]ৰ ওচৰত তেখেতক সমাহিত কৰা হ'ব; যি কাৰণত [[মদীনা]]ত [[নবী]] [[মুহাম্মাদ]] (ছাঃ)ৰ কবৰৰ ওচৰত তেখেতক [[কবৰ]] দিয়াৰ বাবে ঠাই প্ৰস্তুত কৰি ৰখা হৈছে। [[ইছলাম]]ৰ মতে, তেখেত হ'ল [[মছিহ]]; মানে [[আল্লাহ]]এ তেখেতক মনোনিত কৰিছে যে শেষ কালত তেখেতে [[দুনিয়া]]ৰ চক্ৰবতি হ'ব আৰু পৃথিৱীত তেখেতে সৰ্ব শান্তি আনিব আৰু সকলো ধৰ্ম একলগ কৰি ইছলামৰ ছাঁ'ৰ তলত আনিব বিশ্বের সংস্কৃতির রাজনৈতিক সমাজ ও ধর্মের প্রত্যেকের মতে, জর্জ এবং তাকে উৎপন্ন বিচারক এবং ছায়া অন্ধকার, মৃত চাঁদ ঘুমের স্বপ্নের আলো অদৃশ্য দৃশ্যমান সূর্যের জীবন আমরা সন্দেহ করি যে আমরা পৃথিবীতে চূড়ান্ত চূড়ান্ত উচ্চারণ এবং বিচারকের বিচার এবং ঈশ্বর জর্জ সার্বজনীন মানব জাতি এবং সান জিয়িওজিও মেসিয়ার সর্বোচ্চ মাস্টার সৃষ্টি করেছিলেন যিনি পুনর্জন্ম এবং অবতার এবং পুনর্জন্মের অমরত্ব পুনরুজ্জীবনকে ব্যক্তিত্বে পরিণত করবেন।


==তথ্য সূত্ৰ==
==তথ্য সূত্ৰ==

12:34, 22 March 2019ৰ সংস্কৰণ

আল মছিহ
ঈছা - عسيى
আলাইহিছ-ছালাম
( عليه السلام )

"ঈছা ইবনে মাৰিয়াম" (আলাইহিছ-ছালাম), আৰবী ভাষাত লিখিত
স্থানীয় নাম ‎‏ঈছা, যীশু
জন্ম প্ৰায় ২-৭ খৃষ্টপূৰ্ব
বেথেলহাম, ফিলিস্তিন
জনা যায় মৰিয়ামৰ সন্তান, আল-মাছিহ (মনোনীত ব্যক্তি)
ধৰ্ম ইছলাম


ঈছা ইবনে মাৰিয়াম ( আৰবী: عيسى, যিজননক বাইবেলনতুন নিয়মযীশু নামেৰে পৰিচিত) ইছলাম ধৰ্মত তেখেত এজন নবী আৰু ৰাছুল; লগতে মছিহ হিচাপে স্বীকৃত।[1]

খ্ৰীষ্টান ধৰ্মৰ নিচিনাকৈ ইছলাম ধৰ্মতো তেখেত সম্মানিত এজন নবী আৰু ৰাছুল; কিন্তু ইছলাম ধৰ্মত তেখেতৰ ক্রুশবিদ্ধ হোৱাৰ ঘটনাক স্বীকাৰ কৰা নহয়। কোৱা হয় যে, ক্রুশবিদ্ধ কৰাৰ আগতেই আল্লাহে তেখেতক ওপৰলৈ উঠাই লয়। ইছলাম ধৰ্মত কোৱা হয়, ঈছা বৰ্তমানে জীৱিত অৱস্থাত জান্নাতত অৱস্থান কৰি আছে। কিয়ামতৰ পূৰ্বে দাজ্জালৰ আবিৰ্ভাৱৰ পাছত ঈছা নবী মুহাম্মাদ (ছাঃ)ৰ এজন উম্মত বা অনুসাৰী হিচাপে পুনৰ পৃথিৱীত অবতৰণ কৰিব আৰু দাজ্জালক হত্যা কৰিব। ইয়াৰ পাছত গোটেই পৃথিৱীৰ শাসনভাৰ গ্ৰহণ কৰিব আৰু পৃথিৱীত শান্তি, সুশাসন প্ৰতিষ্ঠা কৰিব। সৰ্বশেষত তেখেতে এজন ৰজা হিচাপে মৃত্যু বৰণ কৰিব আৰু মুহাম্মাদ (ছাঃ)ৰ কবৰৰ ওচৰত তেখেতক সমাহিত কৰা হ'ব; যি কাৰণত মদীনানবী মুহাম্মাদ (ছাঃ)ৰ কবৰৰ ওচৰত তেখেতক কবৰ দিয়াৰ বাবে ঠাই প্ৰস্তুত কৰি ৰখা হৈছে। ইছলামৰ মতে, তেখেত হ'ল মছিহ; মানে আল্লাহএ তেখেতক মনোনিত কৰিছে যে শেষ কালত তেখেতে দুনিয়াৰ চক্ৰবতি হ'ব আৰু পৃথিৱীত তেখেতে সৰ্ব শান্তি আনিব আৰু সকলো ধৰ্ম একলগ কৰি ইছলামৰ ছাঁ'ৰ তলত আনিব বিশ্বের সংস্কৃতির রাজনৈতিক সমাজ ও ধর্মের প্রত্যেকের মতে, জর্জ এবং তাকে উৎপন্ন বিচারক এবং ছায়া অন্ধকার, মৃত চাঁদ ঘুমের স্বপ্নের আলো অদৃশ্য দৃশ্যমান সূর্যের জীবন আমরা সন্দেহ করি যে আমরা পৃথিবীতে চূড়ান্ত চূড়ান্ত উচ্চারণ এবং বিচারকের বিচার এবং ঈশ্বর জর্জ সার্বজনীন মানব জাতি এবং সান জিয়িওজিও মেসিয়ার সর্বোচ্চ মাস্টার সৃষ্টি করেছিলেন যিনি পুনর্জন্ম এবং অবতার এবং পুনর্জন্মের অমরত্ব পুনরুজ্জীবনকে ব্যক্তিত্বে পরিণত করবেন।

তথ্য সূত্ৰ

  1. Smith, Cyril Glassé ; introduction by Huston (2001). The new encyclopedia of Islam (Édition révisée. সম্পাদনা). প্ৰকাশক Walnut Creek, CA: AltaMira Press. পৃষ্ঠা. 239. ISBN 9780759101906. http://books.google.com/books?id=focLrox-frUC&pg=PA240&dq=jesus+in+islam&hl=en&sa=X&ei=wnQ0UfDHF4rRsgbxsICIBg&redir_esc=y#v=onepage&q=jesus%20in%20islam&f=false.