তুষাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox material | name = তুষাৰ | image = CargoNet Di 12 Euro 4000 Lønsdal - Bolna.jpg | image_size = 250px | alt = | caption = তুষাৰৰ...
 
No edit summary
10 নং শাৰী: 10 নং শাৰী:
| uv_resistance =
| uv_resistance =
| youngs_modulus =
| youngs_modulus =
| tensile_strength = 1.5–3.5 kPa<ref name = Snowenclyclopedia/>
| tensile_strength = 1.5–3.5 kPa
| elongation =
| elongation =
| compressive_strength = 3–7 MPa<ref name = Snowenclyclopedia/>
| compressive_strength = 3–7 MPa
| poissons_ratio =
| poissons_ratio =
| coeff_friction =
| coeff_friction =

16:59, 27 May 2019ৰ সংস্কৰণ

তুষাৰ

তুষাৰৰ মাজেৰে ৰেল চলাৰ দৃশ্য
ভৌতিক ধৰ্ম
ঘনত্ব (ρ) ০.১–০.৮ গ্ৰা/চেমি
যান্ত্ৰিক ধৰ্ম
Tensile strengtht) 1.5–3.5 kPa
Compressive strength (σc) 3–7 MPa
তাপীয় ধৰ্ম
গলনাংক (Tm) ০ °ছে
Thermal conductivity (k) ঘণত্ব ০.১ ৰ পৰা ০.৫ গ্ৰা/চেমি 0.05–0.7 W/(K·m)
বৈদ্যুতিক ধৰ্ম
Dielectric constant (εr) শুকান তুষাৰৰ ঘণত্ব ০.১ ৰ পৰা ০.৯ গ্ৰা/চেমি 1–3.2
তুষাৰৰ ভৌতিক লক্ষণসমূহ স্থান, কাল, পাত্ৰভেদে পৃথক হোৱা পৰিলক্ষিত হয়।
জাৰ্মানীৰ তুষাৰপাতৰ ফলত গছৰ উপৰত পৰা তুষাৰৰ স্তৰ।

তুষাৰ হল বৰষুণৰ কঠিন ৰূপ যি পৃথিৱীৰ বায়ুমণ্ডলত ক্ষুদ্ৰ ক্ষুদ্ৰ স্ফটিক আকাৰে বিৰাজ কৰে।[1] ই প্ৰকৃতপক্ষে পানীৰ কঠিন ৰূপ বা বৰফ। শীতকালত যেতিয়া তাপমাত্ৰা শূণ্য ডিগ্ৰী ছেলছিয়াছৰ তললৈ নামি যায় তেতিয়া মেঘৰ পৰা তুষাৰ পতিত হয়, ইয়াকে তুষাৰপাত বোলে। মেঘৰ পৰা নিঃসৰিত পানী বায়ুমণ্ডলৰ উপৰৰ স্তৰৰ নিম্ন তাপমাত্ৰাত গোট মাৰি বৰফত পৰিণত হয় আৰু প়থিৱীপৃষ্ঠলৈ তুষাৰ হিচাপে নামি আহে।

প্ৰধান তুষাৰ পতিত অঞ্চলসমূহ হৈছে মেৰু অঞ্চল, উত্তৰ গোলাৰ্ধৰ উচ্চ অৰ্ধাংশ আৰু পৰ্যাপ্ত আৰ্দ্ৰতা আৰু নিম্ন উষ্ণতা বিশিষ্ট পৃথিৱীৰ পাৰ্বত্য অঞ্চলসমূহ। এণ্টাৰ্কটিকাৰ পৰা সুদুৰত অৱস্থিত দক্ষিণ গোলাৰ্ধৰ কেৱল পাৰ্বত্য অঞ্চলতহে প্ৰাথমিকভাৱে তুষাৰপাত দেখা পোৱা যায়।[2]

তথ্য সংগ্ৰহ

  1. Hobbs, Peter V. (2010). Ice Physics. প্ৰকাশক Oxford: Oxford University Press. পৃষ্ঠা. 856. ISBN 978-0199587711. 
  2. Rees, W. Gareth (2005). Remote Sensing of Snow and Ice. CRC Press. পৃষ্ঠা. 312. ISBN 978-1-4200-2374-9. https://books.google.com/books?id=780IKxPcqpYC&pg=PA2.