৬ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
অ →জন্ম টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
{{আজিৰ দিনটো|6|7|187}} |
{{আজিৰ দিনটো|6|7|187}} |
||
==জন্ম== |
==জন্ম== |
||
# ১৯২৬ চনৰ আজিৰ দিনটোতে 'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা [[ |
# ১৯২৬ চনৰ আজিৰ দিনটোতে 'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা [[মহিম বৰা]]দেৱে জন্ম লাভ কৰিছিল ৷ |
||
# ১৯৪৬ চনত ৪৩তম্ মাৰ্কিন ৰাষ্ট্ৰপতি [[জৰ্জ ডব্লিউ বুশ্ব]]ৰ জন্ম হয় আজিৰ দিনটোতে । |
# ১৯৪৬ চনত ৪৩তম্ মাৰ্কিন ৰাষ্ট্ৰপতি [[জৰ্জ ডব্লিউ বুশ্ব]]ৰ জন্ম হয় আজিৰ দিনটোতে । |
||
03:39, 6 July 2019ৰ সংস্কৰণ
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
৬ জুলাই (ইংৰাজী: 6 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৭তম (অধিবৰ্ষত ১৮৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৮টা দিন বাকী থাকে।
জন্ম
- ১৯২৬ চনৰ আজিৰ দিনটোতে 'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা মহিম বৰাদেৱে জন্ম লাভ কৰিছিল ৷
- ১৯৪৬ চনত ৪৩তম্ মাৰ্কিন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ জন্ম হয় আজিৰ দিনটোতে ।
মৃত্যু
- ১৮৯৩ চনৰ আজিৰ দিনটোত ফৰাচী কথা সাহিত্যিক গী ডি মোপাছাঁৰ মৃত্যু হৈছিল ।
- ১৯৩৫ চনৰ আজিৰ দিনটোতে ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ টমাছ মোৰেৰ মৃত্যু হয় ।
- ১৯৬০ চনৰ আজিৰ দিনটোতে শিলগুৰি ৰেল ষ্টেচনত ৰেল কৰ্মচাৰী, সাহিত্যিক, সাংবাদিক সূৰ্য বৰাক দুৰ্বত্তই হত্যা কৰে ।
- ১৯৬২ চনৰ আজিৰ দিনটোতে সাহিত্যৰ নোবেল বিজয়ী মাৰ্কিন লেখক উইলিয়াম ফকনাৰৰ মৃত্যু হয় ।
অনান্য
- নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক সত্যপ্ৰসাদ বৰুৱাদেৱে লিখা "ধৰালৈ যিদিনা নামিব সৰগ" নাটকখন ৰেডিঅ’যোগে প্ৰচাৰ হৈছিল ১৯৪৮ চনৰ আজিৰ দিনটোতে ৷ উল্লেখযোগ্য যে এইখনেই আছিল অল ইণ্ডিয়া ৰেডিঅ'যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক ।
- ২০১৩ চনৰ আজিৰ তাৰিখতে যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহটো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে।
- ডাঃ এন গোপীনাথ আৰু ডাঃ আৰ এইছ বেটছৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভাৰতত মুক্ত হৃদপিণ্ডৰ অষ্ট্ৰোপচাৰ সম্পন্ন হৈছিল ১৯৫৯ বৰ্ষৰ আজিৰ দিনটোতে ৷
- নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতা ৰূপে সম্বোধন ১৯৪৪ চনৰ আজিৰ দিনটোতে ।
- ১৮৮৫ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰে জলাতংক ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰে ।
- ৫০০ বছৰীয়া পটুৰ্গিজৰ পৰাধীনতাৰ শিকলী চিঙি মোজাম্বিকে স্বাধীনতাৰ সোৱাদ পাইছিল ১৯৭৫ বৰ্ষৰ আজিৰ দিনটোতে ৷
- আজি কোমোৰোছৰ স্বাধীনতা দিৱস ।
- আজি গল্পৰ দিন ।
|