৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
28 নং শাৰী: 28 নং শাৰী:


== বাহ্যিক সংযোগ==
== বাহ্যিক সংযোগ==
* [http://www.openstreetmap.org/relation/3230787 অ'পেনষ্ট্ৰীটমেপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ]
*[http://www.mapsofindia.com/driving-directions-maps/nh37-driving-directions-map.html] National Highway No.37—Goalpara-Saikhoa Ghat map] at MapsOfIndia.com


[[শ্ৰেণী:অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ]]
[[শ্ৰেণী:অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ]]

18:32, 12 July 2019ৰ সংস্কৰণ

Indian National Highway 37
37
ৰাষ্ট্ৰীয় ঘাইপথ 37

নীলা ৰঙেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো মানচিত্ৰত দেখুওৱা হৈছে
পথ তথ্য
দৈৰ্ঘ্য সাঁচ:Convert/LoffAoffDxSoff)
Major junctions
পশ্চিম end গোৱালপাৰা, অসম
পূব end তিনিচুকীয়া, অসম
Location
Statesঅসম
Primary
destinations
গোৱালপাৰা - গুৱাহাটী - যোৰহাট - মাকুম - চৈখোৱাঘাট
Highway system
ভাৰতীয় পথ নেটৱৰ্ক

ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক

Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found.

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 37, চমুকৈ NH 37) এটা ভাৰতৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ যিটোৱে অসম ৰাজ্যৰ বহুকেইখন জিলাৰ মাজেৰে অতিক্ৰম কৰিছে। পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬৮০ কিলোমিটাৰ। [1]

পথ

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা ৩১ বি নং ৰাষ্ট্ৰীয় ঘাইপথ নামেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ হৈছে। ই গোৱালপাৰাব্ৰহ্মপুত্ৰ নদী পাৰ হৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গোটেই অসমজুৰি বিস্তৃত হৈ আছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো গুৱাহাটী (ইয়াৰপৰা ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা শ্বিলংলৈ গৈছে), নগাঁও (ইয়াৰপৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা ডিমাপুৰলৈ গৈছে), যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া মাজেদি পাৰ হৈ গৈছে। ইয়াৰ উপৰিও অসমকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি পাৰ হৈ গৈছে।

তথ্য সংগ্ৰহ

  1. "National Highways and their lengths". National Highways Authority of India. http://www.nhai.org/nh.asp। আহৰণ কৰা হৈছে: 2009-02-12. 

বাহ্যিক সংযোগ