১২ আগষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী: 1 নং শাৰী:
'''১২আগষ্ট''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২২৪ তম ([[অধিবৰ্ষ]]ত ২২৫ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এইপৰা মুঠ ১৪১ টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
{{আজিৰ দিনটো|12|08|224}} এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-


==জন্ম==
==জন্ম==

16:09, 31 July 2019ৰ সংস্কৰণ

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

১২ আগষ্ট (ইংৰাজী: 12 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৪তম (অধিবৰ্ষত ২২৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম

  1. ১৯১৯ চনৰ এই দিনটোতে ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম সাৰাভাইৰ জন্ম হৈছিল।
  2. ১৯০৮ চনৰ এই দিনটোতে অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা ৰবীন বেনাৰ্জীৰ জন্ম হৈছিল।

মৃত্যু

  1. ১৬০২ চনৰ এই দিনটোতে আকবৰ নামে খ্যাত অবুল ফজলৰ মৃত্যু হৈছিল।
  2. ১৮৪৮ চনৰ এই দিনটোতে ৰেলৰ ইঞ্জিনৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনচনৰ মৃত্যু হৈছিল।
  3. ১৯৫৫ চনৰ এই দিনটোত প্ৰখ্যাত জাৰ্মান ঔপন্যাসিক তথা সাহিত্যন'বেল বঁটা বিজয়ী টমাছ মানৰ মৃত্যু হৈছিল।

অনান্য

  1. আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস (ৰাষ্ট্ৰসংঘ)
  2. ১৯৩৫ চনৰ এই দিনটোতে প্ৰকাশ হয় অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক বাতৰি’ প্ৰকাশিত হয়। ইয়াৰ প্ৰথম সম্পাদক আছিল নীলমণি ফুকন
  3. ১৭৬৫ চনৰ এই দিনটোতে বংগৰ গৱৰ্ণৰ জেনেৰেল ৰবাৰ্ট ক্লাইবৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ দিল্লীৰ সম্ৰাট শ্বাহ আলমৰপৰা বংগ, বিহাৰ, আৰু উৰিষ্যাৰ দেৱানী বা স্বত্ব লাভ কৰে। ইয়েই আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য’ৰপৰা আৰম্ভ হৈছিল ভাৰতত প্ৰকৃত ইংৰাজ শাসনৰ আৰম্ভণি।

বাহ্যিক সংযোগ