কোণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary টেগ্: ২০১৭ উৎস সম্পাদনা |
Nayan j Nath (আলোচনা | বৰঙণি) টেগ্: ২০১৭ উৎস সম্পাদনা |
||
22 নং শাৰী: | 22 নং শাৰী: | ||
|caption2= সূক্ষকোণ (<var>a</var>), স্থূলকোণ (<var>b</var>), আৰু সৰলকোণ (<var>c</var>) । |
|caption2= সূক্ষকোণ (<var>a</var>), স্থূলকোণ (<var>b</var>), আৰু সৰলকোণ (<var>c</var>) । |
||
|image3=Reflex angle.svg |
[[|image3=Reflex angle.svg |
||
|width3=100 |
|width3=100 |
||
|caption3=Reflex angle |
|caption3=Reflex angle |
||
}} |
}}]] |
||
দুটাকোণৰ যোগফল ১৮০° হ'লে কোণ দুটাক পৰিপূৰক কোণ বুলি কোৱা হয়। য'দি দুটা পৰিপূৰককোণৰ শীৰ্ষবিন্দু একেটাই হয় তেনেক্ষেত্ৰত ইহঁতৰ সাধাৰণ বাহুটোক বাদ দিলে আন দুটা বাহু মিলি এডাল সৰলৰেখাৰ সৃষ্টি হয় আৰু এই বাহু যোৰক কোণৰ ৰৈখিকযোৰ বুলি কোৱা হয়।{{sfn|Jacobs|1974|p=97}} |
দুটাকোণৰ যোগফল ১৮০° হ'লে কোণ দুটাক পৰিপূৰক কোণ বুলি কোৱা হয়। য'দি দুটা পৰিপূৰককোণৰ শীৰ্ষবিন্দু একেটাই হয় তেনেক্ষেত্ৰত ইহঁতৰ সাধাৰণ বাহুটোক বাদ দিলে আন দুটা বাহু মিলি এডাল সৰলৰেখাৰ সৃষ্টি হয় আৰু এই বাহু যোৰক কোণৰ ৰৈখিকযোৰ বুলি কোৱা হয়।{{sfn|Jacobs|1974|p=97}} |
||
08:49, 12 September 2019ৰ সংস্কৰণ
কোণ, (ইংৰাজীAngles) দুডাল সৰলৰেখাই এটা বিন্দুত উৎপন্ন কৰা চুক। বা এটা সাধাৰণ বিন্দুৰ পৰা যাত্ৰা কৰা দুডাল ৰশ্মিয়ে উক্ত বিন্দুত যি এটা চুকৰ সৃষ্টি কৰে তাকে কোণ বোলে। ইয়াত ৰশ্মি বা ৰেখা দুডালক কোণটোৰ বাহু বুলি কোৱা হয়। এই সাধাৰণ বিন্দুটোক শীৰ্ষবিন্দু বুলি কোৱা হয়।[1] দ্বিমাত্ৰিক কোণ প্ৰধানত দুই প্ৰকাৰৰ – জ্যামিতিক কোণ ও ত্ৰিকোণমিতিক কোণ। ইংৰাজীৰ এঙ্গল(angle) শব্দটো লেটিন ভাষাৰ এঙ্গুলাচ(angulus) শব্দটোৰ পৰা লোৱা হৈছে। যাৰ অৰ্থ- চুক।[2] এটা কোণৰ জোখ ডিগ্ৰী, ৰেডিয়ান, আৰু গ্ৰেড এই তিনি প্ৰকাৰত প্ৰকাশ কৰা হয়। এই তিনিপ্ৰকাৰৰ জোখৰ মাজৰ সম্পৰ্কটো হ'ল- ১৮০ ডিগ্ৰী = ২০০ গ্ৰেড = π (পাই) ৰেডিয়ান।
কোণৰ প্ৰকাৰ
সমকোণ
এডাল সৰলৰেখাই আন এডাল সৰলৰেখাৰ ওপৰত উলম্ব হৈ যি কোণ উৎপন্ন কৰে তাকে সমকোণ বোলে। এই সমকোণৰ মাপ ৯০°। [3] এই মানক এক সমকোণ বুলি কোৱা হয়। ই এটা সম্পূৰ্ণ পাকৰ এক-চতুৰ্থাংশৰ সমান।[4] যদি এডাল ৰশ্মিৰ প্ৰান্তবিন্দুটো এডাল ৰেখাৰ ওপৰত থাকে আৰু ৰশ্মি ডালে ৰেখাডালত সৃষ্টি কৰা সন্নিহিত কোণ দুটাৰ মান সমান হয় তেন্তে উক্ত কোণ দুটা সমকোণ হ'ব।[5] এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজটোৰ সমকোণটোৱেই ত্ৰিভুজটো চিনাক্তকৰণৰ মূল চাবিকাঠি।[6] এক সমকোণক বিভিন্ন এককত প্ৰকাশ কৰিব পাৰি-
- ১৪ পাক
- ৯০° (ডিগ্ৰী)
- π২ ৰেডিয়ান বা τ৪ ৰেড
- ১০০ গ্ৰেড ( গ্ৰে'ড, গ্ৰেডিয়ান, বা গন বুলিও কোৱা হয়।)
- ৮ মানক (৩২ মানকৰ ভিতৰত কম্পাছ ৰ'জ)
- ৬ ঘন্টা (জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয়)
সৰলকোণ
পৰস্পৰ বিপৰীত দুটি ৰশ্মিৰ মধ্যবৰ্তী কোণকে এক সৰলকোণ বোলা হয়। এই কোণৰ পৰিমাপ ডিগ্ৰী এককত ১৮০° বা π ৰেডিয়ান বা ১২ পাকৰ সৈতে সমান জোখৰ কোণ। |image2=Angle obtuse acute straight.svg |width2=250 |caption2= সূক্ষকোণ (a), স্থূলকোণ (b), আৰু সৰলকোণ (c) ।
[[|image3=Reflex angle.svg |width3=100 |caption3=Reflex angle }}]] দুটাকোণৰ যোগফল ১৮০° হ'লে কোণ দুটাক পৰিপূৰক কোণ বুলি কোৱা হয়। য'দি দুটা পৰিপূৰককোণৰ শীৰ্ষবিন্দু একেটাই হয় তেনেক্ষেত্ৰত ইহঁতৰ সাধাৰণ বাহুটোক বাদ দিলে আন দুটা বাহু মিলি এডাল সৰলৰেখাৰ সৃষ্টি হয় আৰু এই বাহু যোৰক কোণৰ ৰৈখিকযোৰ বুলি কোৱা হয়।[7]
- ↑ Sidorov 2001
- ↑ Slocum 2007
- ↑ "Right Angle". Math Open Reference. http://www.mathopenref.com/angleright.html। আহৰণ কৰা হৈছে: 26 April 2017.
- ↑ Wentworth p. 11
- ↑ Wentworth p. 8
- ↑ Wentworth p. 40
- ↑ Jacobs 1974, পৃষ্ঠা. 97.