গাখীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
→‎এৱা গাখীৰ: বৰ্ণাশুদ্ধি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
27 নং শাৰী: 27 নং শাৰী:
মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকেলা [[স্তন্যপায়ী প্ৰাণী]]য়ে গ্ৰহণ কৰে । শিশুৱে যেতিয়া নিজে অন্য আহাৰ খাব আৰু হজম কৰিব পৰা হয় তেতিয়া গাখীৰ গ্ৰহণ কৰা বাদ দিয়ে । মানুহৰ ক্ষেত্ৰত কোনো কোনো সংস্কৃতিত সাত বছৰ পৰ্যন্ত শিশুৱে মাকৰ গাখীৰ খায় ।
মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকেলা [[স্তন্যপায়ী প্ৰাণী]]য়ে গ্ৰহণ কৰে । শিশুৱে যেতিয়া নিজে অন্য আহাৰ খাব আৰু হজম কৰিব পৰা হয় তেতিয়া গাখীৰ গ্ৰহণ কৰা বাদ দিয়ে । মানুহৰ ক্ষেত্ৰত কোনো কোনো সংস্কৃতিত সাত বছৰ পৰ্যন্ত শিশুৱে মাকৰ গাখীৰ খায় ।
=== মানুহৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰাত ===
=== মানুহৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰাত ===
মানুহে গাখীৰ প্ৰধানকৈ তৃণভোজী প্ৰাণীৰ পৰা আহৰণ কৰি বিভিন্ন খাদ্য প্ৰস্তুত কৰা তথা গাখীৰ পোনপতীয়াকৈ খাবলৈ ব্যবহাৰ কৰে । [[তৃণভোজী প্ৰাণী]]ৰ ভিতৰত [[গৰু]] আৰু [[ম'হ]]ৰ গাখীৰ বেছি প্ৰচলন । [[ভেড়া]], [[ছাগলী]], [[মেথোন]] আদি প্ৰাণীৰো গাখীৰ ব্যৱহাৰ কৰা হয় । গাখীৰৰ পৰা [[ক্ৰীম]], [[মাখন]], [[ঘী]], [[পনীৰ]], [[চিজ]], [[আইচ ক্ৰীম]] আদি বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰা হয় । ইয়াৰ উপৰিও বিভিন্ন খাদ্য বস্তুত গাখীৰ মূল উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।
মানুহে গাখীৰ প্ৰধানকৈ তৃণভোজী প্ৰাণীৰ পৰা আহৰণ কৰি বিভিন্ন খাদ্য প্ৰস্তুত কৰা তথা গাখীৰ পোনপতীয়াকৈ খাবলৈ ব্যৱহাৰ কৰে । [[তৃণভোজী প্ৰাণী]]ৰ ভিতৰত [[গৰু]] আৰু [[ম'হ]]ৰ গাখীৰ বেছি প্ৰচলন । [[ভেড়া]], [[ছাগলী]], [[মেথোন]] আদি প্ৰাণীৰো গাখীৰ ব্যৱহাৰ কৰা হয় । গাখীৰৰ পৰা [[ক্ৰীম]], [[মাখন]], [[ঘী]], [[পনীৰ]], [[চিজ]], [[আইচ ক্ৰীম]] আদি বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰা হয় । ইয়াৰ উপৰিও বিভিন্ন খাদ্য বস্তুত গাখীৰ মূল উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।


==এৱা গাখীৰ==
==এৱা গাখীৰ==

14:39, 27 September 2019ৰ সংস্কৰণ

এক গিলাচ গাখীৰ

গাখীৰ (ইংৰাজী: Milk) হ’ল স্তন্যপায়ী প্ৰাণীৰ ওহাৰ বা স্তনৰ পৰা নিৰ্গত এবিধ বগা জুলীয়া পদাৰ্থ । এই পদাৰ্থ বিধেই হ’ল সদ্য জন্ম স্তন্যপায়ী প্ৰাণীৰ প্ৰাথমিক আহাৰ । যি কোনো ধৰণৰ অন্য আহাৰ হজম কৰিব পৰা নোহোৱা পৰ্যন্ত শিশুৱে গাখীৰ খাই ডাঙৰ দীঘল হয় । শিশুৰ জন্মৰ পাছত সৃষ্টি হোৱা প্ৰথম গাখীৰকণ যাক কলষ্ট্ৰাম (Colostum) বুলি কোৱা হয়, ইয়াত যথেষ্ট পৰিমাণৰ পুষ্টিকৰ গুণ থাকে যি সদ্যজন্ম শিশুটিক বেমাৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে । প্ৰাণী ভেদে গাখীৰৰ উপাদানসমূহ ভিন ভিন হয় যদিও ইয়াৰ মূল উপাদানসমূহ হ’ল চৰ্বি বা ফেট, প্ৰ'টিন বা মাংসসাৰ, কেলছিয়াম আৰু ভিটামিন C । গৰুৰ গাখীৰৰ ph লেভেল হ’ল ৬.৪ পৰা ৬.৮, যি অলপ আম্লিক ধৰ্মৰ । একাপ গাখীৰত (২৪০ মিলিলিটাৰ) থকা পুষ্টিকাৰক পদাৰ্থবোৰৰ পৰিমাণ তলত দিয়া তালিকাৰ দৰে -

শক্তি (Energy) ১৬০ কেলৰি ভিটামিন ৬%
চৰ্বী (Fat) ৯ গ্ৰাম কেলছিয়াম ৩০%
শৰ্কৰা (Carbohydrates) ১২ গ্ৰাম ছ'ডিয়াম ১২০ মিলিগ্ৰাম
প্ৰ'টিন (Protein) ৯ গ্ৰাম কলেষ্টেৰল ৩৫ মিলিগ্ৰাম
[1]

ব্যৱহাৰৰ প্ৰকাৰ

গাখীৰ মূলতঃ দুই ধৰণে ব্যৱহাৰ হয় – প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ হিচাপে আৰু মানুহৰ দ্বাৰা বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰণত ।

প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ

A human baby feeding on its mother's milk
A goat kid feeding on its mother's milk

মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকেলা স্তন্যপায়ী প্ৰাণীয়ে গ্ৰহণ কৰে । শিশুৱে যেতিয়া নিজে অন্য আহাৰ খাব আৰু হজম কৰিব পৰা হয় তেতিয়া গাখীৰ গ্ৰহণ কৰা বাদ দিয়ে । মানুহৰ ক্ষেত্ৰত কোনো কোনো সংস্কৃতিত সাত বছৰ পৰ্যন্ত শিশুৱে মাকৰ গাখীৰ খায় ।

মানুহৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰাত

মানুহে গাখীৰ প্ৰধানকৈ তৃণভোজী প্ৰাণীৰ পৰা আহৰণ কৰি বিভিন্ন খাদ্য প্ৰস্তুত কৰা তথা গাখীৰ পোনপতীয়াকৈ খাবলৈ ব্যৱহাৰ কৰে । তৃণভোজী প্ৰাণীৰ ভিতৰত গৰু আৰু ম'হৰ গাখীৰ বেছি প্ৰচলন । ভেড়া, ছাগলী, মেথোন আদি প্ৰাণীৰো গাখীৰ ব্যৱহাৰ কৰা হয় । গাখীৰৰ পৰা ক্ৰীম, মাখন, ঘী, পনীৰ, চিজ, আইচ ক্ৰীম আদি বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰা হয় । ইয়াৰ উপৰিও বিভিন্ন খাদ্য বস্তুত গাখীৰ মূল উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।

এৱা গাখীৰ

দৈ নবন্ধাকৈ বা ফাটি নোযোৱাকৈ ৰখা গাখীৰক এৱা গাখীৰ বোলে। গাখীৰ ভালে ৰাখিবলৈ ক সময়ে সময়ে উতলাই ৰাখিব লগীয়া হয়। ফ্ৰিজ বা বৰফৰ মাজত ৰাখিও গাখীৰ দীৰ্ঘ সময়ৰ কাৰণে গাখীৰ ভালে ৰাখিব পাৰি।

তথ্য সংগ্ৰহ

  1. ডা° ৰজত বুঢ়াগোহাঁই (১ - ১৫ নৱেম্বৰ ২০১২). "গাখীৰৰ পুষ্টিগুণ আৰু উতলালে হ'ব পৰা পৰিবৰ্তন". প্ৰান্তিক খণ্ড ৩১শ বছৰ (২৩শ সংখ্যা): পৃষ্ঠা ২৭ - ২৮. 

বাহ্যিক সংযোগ