ভগৎ সিং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: {{Infobox revolution biography |name= ভগৎ সিংহ<br /> {{Unicode|ਭਗਤ ਸਿੰਘ<br /> بھگت سنگھ}} |image= file:Bhagat Singh 1929.jpg...
 
19 নং শাৰী: 19 নং শাৰী:
[[File:BhagatSingh DeathCertificate.jpg|right|180px|ভগৎ সিঙৰ মৃত্যু চনদ]]
[[File:BhagatSingh DeathCertificate.jpg|right|180px|ভগৎ সিঙৰ মৃত্যু চনদ]]

== প্ৰাৰম্ভিক জীৱন ==
== প্ৰাৰম্ভিক জীৱন ==
ভগৎ সিঙৰ জন্ম [[পঞ্জাব অঞ্চল|পঞ্জাবৰ]] [[ফইছলাবাদ|লায়ালপুৰ জিলাৰ]] বাঙ্গাৰ নিকটস্থ খাতকৰ কালান গাঁওৰ এক সান্ধু জাট পৰিয়ালত হৈছিল।<ref name="RD"/> পিতাৰ নাম চৰ্দাৰ কিছান সিং সান্ধু আৰু মাকৰ নাম বিদ্যাৱতী আছিল।<ref>{{cite book |title=Panjab Under the British Rule, 1849-1947 |last=Nijjar |first=Bakhshish Singh |year=1974 |publisher=K. B. Publications |অবস্থান= |আইএসবিএন=|pages=172 }}</ref> ভগতৰ নামৰ অৰ্থ "ভক্ত"। তেঁও যি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সেয়া আছিল এক দেশপ্ৰেমীক শিখ পৰিয়াল। এই পৰিয়ালৰ কোনো কোনো সদস্য ভাৰতৰ বিভিন্ন স্বাধীনতা আন্দোলনৰ সতে জড়িত আছিল। অতীতত এই পৰিয়ালৰ কোনো কোনো সদস্য [[ৰঞ্জিত সিং (পঞ্জাব)|মহাৰাজ ৰঞ্জিত সিঙৰ]] সেনাবাহিনীত কাম কৰিছিল।<ref>{{cite book |title=Encyclopaedia of Political Parties |editor=O. P. Ralhan |year=2002 |publisher=Anmol Publications |অবস্থান=New Delhi, India|pages=Vol. 26, p349 |isbn=81-7488-313-4 |nopp=true}}</ref> ভগতৰ ঠাকুৰদাদা অৰ্জুন সিং [[দয়ানন্দ সৰস্বতী|দয়ানন্দ সৰস্বতীৰ]] হিন্দু সমাজ সংস্কাৰ আন্দোলন [[আৰ্যসমাজ|আৰ্যসমাজৰ]] সৈতে জড়িত আছিল।<ref>{{cite book |title=Bhagat Singh: Making of a Revolutionary: Contemporaries' Portrayals |last=Sanyal| first=Jitendra N. |year=2006 |publisher=Hope India Publications |অবস্থান=[[Gurgaon]], [[Haryana]], India |isbn=81-7871-059-5|pages=25}}</ref> ভগতৰ ওপৰতো এই সংগঠনৰ গভীৰ প্ৰভাব পৰিলক্ষিত হৈছিল। ভগতৰ পিতা আৰু দুই ককা অজিত সিং আৰু স্বৰণ সিং [[কৰ্তাৰ সিং চৰভ গ্ৰেউৱাল]] আৰু [[হৰদয়াল]] নেতৃত্বাধীন [[গদৰ পাৰ্টি|গদৰ পাৰ্টিৰ]] সৈতে যুক্ত আছিল। অজিত সিঙৰ নামত এই ঘটনা দাখিল কৰা বাবে তেঁও [[পাৰস্য|পাৰস্যলৈ]] পলাই যাবলৈ বাধ্য হৈছিল। আনহাতে ১৯২৫ চনৰ [[কাকোৰি ট্ৰেন ডকাইটি]] ঘটনাত দোষী সাব্যস্ত হোৱাৰ বাবে ১৯২৭ চনৰ ১৯ ডিচেম্বৰত স্বৰণ সিঙক ফাঁচি দিয়া হৈছিল।<ref>Sanyal (2006), p30.</ref>
<!--
<!--
ভগৎ সিংহেৰ জন্ম [[পাঞ্জাব অঞ্চল|পাঞ্জাবেৰ]] [[ফয়সালাবাদ|লায়ালপুৰ জেলাৰ]] বাঙ্গাৰ নিকটস্থ খাতকৰ কালান গ্ৰামেৰ এক সান্ধু জাট পৰিয়াল।<ref name="RD"/> তাৰ পিতাৰ নাম সৰ্দাৰ কিসান সিংহ সান্ধু আৰু মায়েৰ নাম বিদ্যাবতী।<ref>{{cite book |title=Panjab Under the British Rule, 1849-1947 |last=Nijjar |first=Bakhshish Singh |বছৰ=1974 |publisher=K. B. Publications |অবস্থান= |আইএসবিএন=|পাত=172 }}</ref> ভগতেৰ নামেৰ অৰ্থ "ভক্ত"। তেঁও যে পৰিয়াল জন্মগ্ৰহণ কৰেন সেটি ছিল এক দেশপ্ৰেমিক শিখ পৰিবাৰ। এই পৰিয়ালৰ কোনো কোনো সদস্য ভাৰতেৰ বিভিন্ন স্বাধীনতা আন্দোলনেৰ সঙ্গে জড়িত ছিলেন। অতীতে এই পৰিয়ালৰ কোনো কোনো সদস্য আবাৰ [[মহাৰাজা ৰঞ্জিত সিংহ (পাঞ্জাব)|মহাৰাজা ৰঞ্জিত সিংহেৰ]] সেনাবাহিনীতে কাজ কৰতেন।<ref>{{cite book |title=Encyclopaedia of Political Parties |সম্পাদক=O. P. Ralhan |বছৰ=2002 |publisher=Anmol Publications |অবস্থান=New Delhi, India|pages=Vol. 26, p349 |আইএসবিএন=81-7488-313-4 |nopp=true}}</ref> ভগতেৰ ঠাকুৰদাদা অৰ্জুন সিংহ ছিলেন [[দয়ানন্দ সৰস্বতী|দয়ানন্দ সৰস্বতীৰ]] হিন্দু সমাজ সংস্কাৰ আন্দোলন [[আৰ্যসমাজ|আৰ্যসমাজেৰ]] সঙ্গে যুক্ত ছিলেন।<ref>{{cite book |title=Bhagat Singh: Making of a Revolutionary: Contemporaries' Portrayals |last=Sanyal| first=Jitendra N. |বছৰ=2006 |publisher=Hope India Publications |অবস্থান=[[Gurgaon]], [[Haryana]], India |আইএসবিএন=81-7871-059-5|পাত=25}}</ref> ভগতেৰ উপৰেও এই সংগঠনেৰ গভীৰ প্ৰভাব লক্ষিত হত। ভগতেৰ বাবা আৰু দুই কাকা অজিত সিংহ আৰু স্বৰণ সিংহ [[কৰ্তাৰ সিং সৰভ গ্ৰেওয়াল]] আৰু [[হৰদয়াল]] নেতৃত্বাধীন [[গদৰ পাৰ্টি|গদৰ পাৰ্টিৰ]] সঙ্গে যুক্ত ছিলেন। অজিত সিংহেৰ নামে মামলা দায়েৰ কৰা হলে তেঁও [[পাৰস্য|পাৰস্যে]] পালিয়ে যেতে বাধ্য হন। অন্যদিকে ১৯২৫ সালৰ [[কাকোৰি ট্ৰেন ডাকাতি|কাকোৰি ট্ৰেন ডাকাতিৰ]] ঘটনায় দোষী সাব্যস্ত হওয়ায় ১৯২৭ সালৰ ১৯ ডিসেম্বৰ স্বৰণ সিংহেৰ ফাঁসি হয়।<ref>Sanyal (2006), p30.</ref>

ভগতেৰ বয়সী ছেলৰা সাধাৰণত লাহোৰেৰ খালসা হাইস্কুলে পড়াশোনা কৰতেন। কিন্তু ব্ৰিটিছ কৰ্তৃপক্ষেৰ প্ৰতি এই স্কুলৰ আনুগত্যেৰ কাৰণে তাৰ ঠাকুৰদাদা তাকে এখানে পাঠাননি।<ref>Sanyal (2006), p20.</ref> পৰিবৰ্তে ভগতেৰ বাবা তাকে আৰ্যসমাজি বিদ্যালয় [[দয়ানন্দ অ্যাংলো-বৈদিক স্কুল ব্যবস্থা|দয়ানন্দ অ্যাংলো-বৈদিক স্কুলে]] ভৰ্তি কৰেন।<ref>{{cite book |title=Students' Britannica India |last=Hoiberg |first=Dale H.|বছৰ=2000 |publisher=[[Encyclopædia Britannica, Inc.|Encyclopædia Britannica, Inc. (India)]] |অবস্থান=New Delhi, India|pages=vol. 1, p188 |আইএসবিএন=0-85229-760-2 |nopp=true|author-সংযোগ৪=[[Dale Hoiberg]]}}</ref> মাত্ৰ তেৰো বছৰ বয়সে ভগৎ [[মহাত্মা গান্ধী|মহাত্মা গান্ধীৰ]] [[অসহযোগ আন্দোলন|অসহযোগ আন্দোলনে]] যোগ দেন। এই সময় তেঁও প্ৰকাশ্যে [[ব্ৰিটিছ ৰাজ|ব্ৰিটিছ ৰাজশক্তিৰ]] বিৰোধিতা কৰেন আৰু তাৰ সৰকাৰি স্কুলবই আৰু বিলিতি স্কুল ইউনিফৰ্ম পুড়িয়ে ফেলেন। [[চৌৰিচৌৰা|চৌৰিচৌৰাৰ]] গণ-হিংসাৰ ঘটনায় কয়েকজন পুলিশকৰ্মীৰ মৃত্যু হলে গান্ধীজি আন্দোলন প্ৰত্যাহাৰ কৰে নেন। এতে হতাশ হয়ে ভগৎ যুব বিপ্লবী আন্দোলনে যোগ দেন আৰু সশস্ত্ৰ বিপ্লবেৰ পন্থায় ভাৰত থেকে ব্ৰিটিছ শাসন উৎখাত কৰাৰ কথা প্ৰচাৰ কৰতে থাকেন।<ref>{{cite book |title=The Martyr: Bhagat Singh Experiments in Revolution |last=Nayar |first=Kuldip |বছৰ=2006 |publisher=Har-Anand Publications |অবস্থান=New Delhi, India |pages=20–21 |আইএসবিএন=8124107009 }}</ref>

[[চিত্ৰ:Statues of Bhagat Singh, Rajguru and Sukhdev.jpg|thumbnail|right|ভগত সিং, [[ৰাজগুৰু]] আৰু [[সুখদেব|সুখদেবেৰ]] মূৰ্তি]]
[[চিত্ৰ:Statues of Bhagat Singh, Rajguru and Sukhdev.jpg|thumbnail|right|ভগত সিং, [[ৰাজগুৰু]] আৰু [[সুখদেব|সুখদেবেৰ]] মূৰ্তি]]
30 নং শাৰী: 29 নং শাৰী:
ভগৎ সিং কিশোৰ বয়সে লাহোৰেৰ ন্যাশনাল কলেজে পড়াশুনা আৰম্ভ কৰেন কিন্তু বাল্য বিবাহ থেকে মুক্তি পোৱাৰ বাবে বাড়ি থেকে পালিয়ে যান আৰু 'নওজাওয়ান ভাৰত সভা' (ভাৰত যুব সভা) ইয়াৰ সদস্য হন।এই সংস্থায় ভগৎ সিং আৰু তাৰ আৰ বিপ্লবী সহকৰ্মীৰা যুবকদেৰ মাঝে জনপ্ৰিয় হয়ে উঠে। ইতিহাস শিক্ষক, প্ৰফেসৰ বিদ্যালংকৰেৰ সাথে পৰিচিত হওয়াৰ মাধ্যমে ভগৎ হিন্দুস্তান ৰিপাবলিক এসোশিয়েসন ইয়াৰ সাথে যুক্ত হন যেখানে [[ৰামপ্ৰসাদ বিসমিল]], [[চন্দ্ৰশেখৰ আজাদ]] আৰু [[আসফাকউল্লা খান|আসফাক উল্লা খানেৰ]] মত বিশিষ্ট নেতৰা ছিলেন। এটা বিশ্বাস কৰা হয় যে, তেঁও কানপুৰ থেকে কাকৰি গিয়েছিলেন 'কাকৰি ট্ৰেন লুট' কৰাৰ বাবে কিন্তু অজ্ঞাত কাৰণে তেঁও লাহোৰ ফিৰে আসেন। ১৯২৬ সালৰ অক্টোবৰ মাসেৰ নবৰাত্ৰিতে লাহোৰে বোমা বিস্ফোৰিত আৰু ভগৎ সিং এই বোমা বিস্ফোৰণে জড়িতদেৰ দায়ে গ্ৰেফতাৰ কৰা হয় আৰু গ্ৰেফতাৰেৰ পাঁচ সপ্তাহ পৰ তাকে ৬০০০০ টাকা জামিন নিয়ে মুক্তি দেওয়া হয়। তেঁও আম্ৰিস্তাৰ থেকে উৰ্দু আৰু পাঞ্জাব পত্ৰিকায় লিখেন আৰু সম্পাদনা কৰেন। ১৯২৮ সালৰ অক্টোবৰ মাসে 'কৃতি কিষান পাৰ্টি' একই পতাকাতলে সমগ্ৰ ভাৰতেৰ বিভিন্ন বিপ্লবী নেতৰা ই সভায় মিলিত হয়েছিল। ভগৎ সিং ওই সভাৰ সম্পাদক ছিলেন। পৰবৰ্তীতে তাৰ বৈপ্লবিক কৰ্মকাণ্ডদেৰ বাবে তাকে সমিতিৰ নেতা বানানো হয়। -->

[[Image:Bhagat Singh's execution Lahore Tribune Front page.jpg|thumb|right|250px|প্ৰথম পৃষ্ঠাত ভগৎ সিং]]
[[Image:Bhagat Singh's execution Lahore Tribune Front page.jpg|thumb|right|250px|প্ৰথম পৃষ্ঠাত ভগৎ সিং]]

==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}

12:48, 28 September 2019ৰ সংস্কৰণ

ভগৎ সিংহ
ਭਗਤ ਸਿੰਘ
بھگت سنگھ
.
Bhagat Singh 1929 140x190
২১ বছৰ বয়সত ভগৎ সিং
জন্মৰ তাৰিখ: ২৭ ছেপ্টেম্বৰ, ১৯০৭
জন্মস্থান: লায়ালপুৰ, পঞ্জাব, ব্ৰিটিছ ভাৰত
মৃত্যুৰ তাৰিখ: ২৩ মাৰ্চ, ১৯৩১ (২৩ বছৰ)
মৃত্যুস্থান: লাহোৰ, পঞ্জাব, ব্ৰিটিছ ভাৰত
জীৱনকাল: .
আন্দোলন: ভাৰতৰ স্বাধীনতা আন্দোলন
প্ৰধান সংগঠন: নজোৱান ভাৰত সভা, কীৰ্তি কিছান পাৰ্টি আৰু হিন্দুস্তান সোশ্যালিস্ট ৰিপাবলিকান অ্যাসোসিয়েশন
ধৰ্ম: শিখধৰ্ম (প্ৰথম জীৱন), নাস্তিকতা[1] (পৰবৰ্তী জীবন)

ভগৎ সিংহ (পঞ্জাবী: ਭਗਤ ਸਿੰਘ بھگت سنگھ, IPA: [pə̀ɡət̪ sɪ́ŋɡ]) (২৭ ছেপ্টেম্বৰ ১৯০৭[2]২৩ মাৰ্চ ১৯৩১) আছিল ভাৰতীয় উপমহাদেশৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেঁও আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেঁওক ছহিদ-ঈ আজম ভগৎ সিং নামে অভিহিত কৰা হয়।

ভগৎ সিঙৰ জন্ম হৈছিল জাট নামৰ এক শিখ পৰিয়ালত। তেঁওৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী বিপ্লবী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰতেই ভগৎ সিঙে ইউৰোপীয় বিপ্লবী আন্দোলনৰ ইতিহাস সম্পৰ্কে পঢ়া−শুণা কৰিছিল আৰু নৈৰাজ্যবাদ আৰু সাম্যবাদৰ প্ৰতি আকৃষ্ট হৈছিল।[3] ইয়াৰোপৰি তেঁও একাধিক বিপ্লবী সংগঠনৰ লগত যুক্ত হৈ পৰিছিল। হিন্দুস্তান ৰিপাব্লিকান এছচিয়েচনৰ (এইচআৰএ) সৈতে যুক্ত হৈ মেধা, জ্ঞান আৰু নেতৃত্বদানৰ ক্ষমতাৰ বাবে তেঁও অচিৰেই এই সংগঠনৰ নেতাত পৰিণত হয় আৰু সংগঠনটোৰ ব্যাপক পৰিবৰ্তন সাধন কৰে। আনকি ইয়াৰ নামো হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচনলৈ (এইচএছআৰএ) ৰূপান্তৰিত কৰে। তেঁও আৰু তেঁওৰ সংগঠনক নৈৰাজ্যবাদী আখ্যা দিয়া হৈছিল কিন্তু তেঁও ক্ষুৰধাৰ যুক্তিৰে তাক খন্ডন কৰিছিল। জেলত ভাৰতীয় আৰু ব্ৰিটিছ বন্দীসকলৰ সম অধিকাৰৰ দাবিত তেঁও ৬৪ দিন অনশন কৰি সমৰ্থন আদায় কৰিছিল। প্ৰবীণ স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ৰ হত্যাৰ প্ৰতিশোধত এজন ব্ৰিটিছ পুলিচ বিষয়াক তেখেতে হত্যা কৰে। বিচাৰত তেঁওক ফাঁচি দিয়া হয়। তেঁওৰ আদৰ্শই ভাৰতীয় যুৱসমাজকেই স্বাধীনতা সংগ্ৰামৰ প্ৰতি উদ্বুদ্ধ কৰাৰ ওপৰিও ভাৰতত সমাজতন্ত্ৰৰ উত্থানতো প্ৰভূত সহায় কৰিছিল।[4]

ভগৎ সিঙৰ মৃত্যু চনদ
ভগৎ সিঙৰ মৃত্যু চনদ

প্ৰাৰম্ভিক জীৱন

ভগৎ সিঙৰ জন্ম পঞ্জাবৰ লায়ালপুৰ জিলাৰ বাঙ্গাৰ নিকটস্থ খাতকৰ কালান গাঁওৰ এক সান্ধু জাট পৰিয়ালত হৈছিল।[3] পিতাৰ নাম চৰ্দাৰ কিছান সিং সান্ধু আৰু মাকৰ নাম বিদ্যাৱতী আছিল।[5] ভগতৰ নামৰ অৰ্থ "ভক্ত"। তেঁও যি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সেয়া আছিল এক দেশপ্ৰেমীক শিখ পৰিয়াল। এই পৰিয়ালৰ কোনো কোনো সদস্য ভাৰতৰ বিভিন্ন স্বাধীনতা আন্দোলনৰ সতে জড়িত আছিল। অতীতত এই পৰিয়ালৰ কোনো কোনো সদস্য মহাৰাজ ৰঞ্জিত সিঙৰ সেনাবাহিনীত কাম কৰিছিল।[6] ভগতৰ ঠাকুৰদাদা অৰ্জুন সিং দয়ানন্দ সৰস্বতীৰ হিন্দু সমাজ সংস্কাৰ আন্দোলন আৰ্যসমাজৰ সৈতে জড়িত আছিল।[7] ভগতৰ ওপৰতো এই সংগঠনৰ গভীৰ প্ৰভাব পৰিলক্ষিত হৈছিল। ভগতৰ পিতা আৰু দুই ককা অজিত সিং আৰু স্বৰণ সিং কৰ্তাৰ সিং চৰভ গ্ৰেউৱাল আৰু হৰদয়াল নেতৃত্বাধীন গদৰ পাৰ্টিৰ সৈতে যুক্ত আছিল। অজিত সিঙৰ নামত এই ঘটনা দাখিল কৰা বাবে তেঁও পাৰস্যলৈ পলাই যাবলৈ বাধ্য হৈছিল। আনহাতে ১৯২৫ চনৰ কাকোৰি ট্ৰেন ডকাইটি ঘটনাত দোষী সাব্যস্ত হোৱাৰ বাবে ১৯২৭ চনৰ ১৯ ডিচেম্বৰত স্বৰণ সিঙক ফাঁচি দিয়া হৈছিল।[8]

প্ৰথম পৃষ্ঠাত ভগৎ সিং

তথ্য সংগ্ৰহ

  1. Why I am an Atheist (Esay) - Bhagat Singh, October 5–6, 1930
  2. "He left a rich legacy for the youth". The Tribune. 19 March 2006. http://www.tribuneindia.com/2006/20060319/society.htm#2. 
  3. 3.0 3.1 Rao, Niraja. "Bhagat Singh and the Revolutionary Movement". Revolutionary Democracy. http://www.revolutionarydemocracy.org/rdv3n1/bsingh.htm. 
  4. Reeta Sharma (21 March 2001). "What if Bhagat Singh had lived". The Tribune. http://www.tribuneindia.com/2001/20010321/edit.htm#6. 
  5. Nijjar, Bakhshish Singh (1974). Panjab Under the British Rule, 1849-1947. K. B. Publications. পৃষ্ঠা. 172. 
  6. O. P. Ralhan, ed (2002). Encyclopaedia of Political Parties. Anmol Publications. Vol. 26, p349. ISBN 81-7488-313-4. 
  7. Sanyal, Jitendra N. (2006). Bhagat Singh: Making of a Revolutionary: Contemporaries' Portrayals. Hope India Publications. পৃষ্ঠা. 25. ISBN 81-7871-059-5. 
  8. Sanyal (2006), p30.

বহিঃসংযোগ