৩০ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
2 নং শাৰী: 2 নং শাৰী:
== ঘটনাৱলী ==
== ঘটনাৱলী ==
# ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকিশত হয় ১৯৪৬ চনৰ আজিৰ দিনটোত। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে।
# ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকিশত হয় ১৯৪৬ চনৰ আজিৰ দিনটোত। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে।
# অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যোগেন্দ্ৰ নাথ হাজৰিকাৰ মৃত্যু হয় ১৯৯৭ চনৰ আজিৰ দিনটোতে।
# অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী [[যোগেন্দ্ৰ নাথ হাজৰিকা]]ৰ মৃত্যু হয় ১৯৯৭ চনৰ আজিৰ দিনটোতে।
# মোগল সম্ৰাট ঔৰংগজেৱে হায়দৰাবাদৰ গোলকুন্দা দখল কৰে ১৬৮৭ চনৰ আজিৰ দিনটোতে।
# মোগল সম্ৰাট [[ঔৰংজেব|ঔৰংগজেৱে]] [[হায়দৰাবাদ]]ৰ গোলকুন্দা দখল কৰে ১৬৮৭ চনৰ আজিৰ দিনটোতে।
# ১৯৯০ চনৰ আজিৰ দিনটোতে প্ৰাক্তন উপ-প্ৰধান মন্ত্ৰী দেৱী লালৰ সংসদৰপৰা ইস্তফা দিয়ে।
# ১৯৯০ চনৰ আজিৰ দিনটোতে প্ৰাক্তন উপ-প্ৰধান মন্ত্ৰী [[দেৱী লাল]]ৰ সংসদৰপৰা ইস্তফা দিয়ে।
# ১৯৯৯ চনৰ আজিৰ দিনটোতে ভূ-পৃষ্ঠৰপৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিবপৰা আকাশ মিছাইলৰ সফল পৰীক্ষণ হয়।
# ১৯৯৯ চনৰ আজিৰ দিনটোতে ভূ-পৃষ্ঠৰপৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিবপৰা [[আকাশ মিছাইল]]ৰ সফল পৰীক্ষণ হয়।
# আজিৰ দিনটোতে ১৯১৭ চনত ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হয়।
# আজিৰ দিনটোতে ১৯১৭ চনত ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হয়।
# ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয় বোৎছোৱানা।
# ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয় [[বোৎছোৱানা]]।


[[শ্ৰেণী:ছেপ্টেম্বৰ]]
[[শ্ৰেণী:ছেপ্টেম্বৰ]]

14:40, 29 September 2019ৰ সংস্কৰণ

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

৩০ ছেপ্টেম্বৰ (ইংৰাজী: 30 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৩তম (অধিবৰ্ষত ২৭৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯২টা দিন বাকী থাকে।

ঘটনাৱলী

  1. ৰাধাগোৱিন্দ বৰুৱাৰ উদ্যোগত অসমৰ প্ৰথম ইংৰাজী দৈনিক আসাম ট্ৰিবিউন প্ৰকিশত হয় ১৯৪৬ চনৰ আজিৰ দিনটোত। এই বাতৰি কাকতখন প্ৰথমতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত হৈছিল ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে।
  2. অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যোগেন্দ্ৰ নাথ হাজৰিকাৰ মৃত্যু হয় ১৯৯৭ চনৰ আজিৰ দিনটোতে।
  3. মোগল সম্ৰাট ঔৰংগজেৱে হায়দৰাবাদৰ গোলকুন্দা দখল কৰে ১৬৮৭ চনৰ আজিৰ দিনটোতে।
  4. ১৯৯০ চনৰ আজিৰ দিনটোতে প্ৰাক্তন উপ-প্ৰধান মন্ত্ৰী দেৱী লালৰ সংসদৰপৰা ইস্তফা দিয়ে।
  5. ১৯৯৯ চনৰ আজিৰ দিনটোতে ভূ-পৃষ্ঠৰপৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিবপৰা আকাশ মিছাইলৰ সফল পৰীক্ষণ হয়।
  6. আজিৰ দিনটোতে ১৯১৭ চনত ৰাছিয়াৰ জাৰ আৰু তেওঁৰ পৰিয়ালক ছাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হয়।
  7. ব্ৰিটিছ অধিকৃত দক্ষিণ আফ্ৰিকাৰ ঔপনিৱেশিক বেচুৱানলেণ্ডে স্বাধীনতা লাভ কৰে। আৰু বেচুৱানালেণ্ডৰ নতুন নাম হয় বোৎছোৱানা